পূৰ্বৰ তুলনাত কৰ’না সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও সতৰ্কতা অৱলম্বন কৰি থকা হৈছে ।
ADVERTISEMENT
ভাৰতত বৰ্তমান সংক্ৰমিত লোকৰ সংখ্যা এক কোটি এক লাখ ২৩ হেজাৰ সাতশ ৭৮ লৈ বৃদ্ধিৰ লগতে মৃত্যুৰ সংখ্যা এক লাখ ৪৬ হেজাৰ ৭৭৮ । সুস্থ হৈ উঠা লোকৰ সংখ্যা ৯৬ লাখ ৯৩ হেজাৰ ১৭৩
অসমত এতিয়ালৈ কৰ’নাত আক্রান্তৰ সংখ্যা দুই লাখ ১৫ হেজাৰ ৬৮০ জন। কৰ’নাত আক্ৰান্তৰ মৃতকৰ সংখ্যা এহেজাৰ ২৯ জনলৈ বৃদ্ধি পাইছে । সুস্থ হৈ উঠা লোকৰ সংখ্যা দুই লাখ ১১হেজাৰ এশ ৭৮ জন লোক।





























