■ ৰাজহুৱা স্থানত তিনি তৰপীয়া মাস্ক পৰিধান কৰিব লাগিব ।
■ মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব পাঁচশ টকাৰ জৰিমনা ।
■ দ্বিতীয়বাৰৰ বাবে নিয়ম উলংঘা কৰিলে এহেজাৰ টকা জৰিমনা ।
■ এই নিৰ্দেশনা জাৰি কৰিছে কামৰূপ জিলা দণ্ডাধীশে ।
■ ভাৰতত উদ্বেগজনক হাৰত কৰ’না সংক্ৰমণ বৃদ্ধি ।
■ এদিনতে ৪০ হেজিৰৰো অধিক লোক ক’ভিড আক্ৰান্ত ।
■ ইতিমধ্যে ২৪ ঘণ্টাত ১৮৮ জন লোকে প্ৰাণ হেৰুৱাইছে ।
ADVERTISEMENT





























