● কৰ’না সংক্ৰমণ ৰোধ কৰিবৰ বাবে যোৰহাটত ১৪৪ ধাৰা সান্ধ্য আইন জাৰি যোৰহাট জিলা প্ৰশাসনৰ ।
● সীমান্তত নিশা আঠ বজাৰ পৰা পুৱা পাঁচ বজালৈ নৈশ সান্ধ্য আইন জাৰি ।
● মাস্ক পৰিধান, সঘনে হাত ধোৱা বাধ্যতামূলক ।
● তৎকালে সমগ্ৰ জিলাতে এই নিৰ্দেশাৱলী পালনৰ আহ্বান জিলা প্ৰশাসনৰ ।
ADVERTISEMENT





























