Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বটদ্ৰৱা থানৰ প্ৰকল্পস্থলী আজি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

publisher by publisher
May 29, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বটদ্ৰৱা থানৰ প্ৰকল্পস্থলী আজি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি নিৰ্মীয়মান বটদ্ৰৱা থানৰ বৃহৎ সাংস্কৃতিক প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম অগ্ৰগতি বুজ লয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ আকাশী গংঙ্গাৰ তীৰৰ বেদখল মুক্ত বৃহৎ ভমিখণ্ডত ১৮৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা বৃহৎ সাংস্কৃতিক প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই সাংবাদিকৰ আগত কয়, এখন শ্মশানক লৈ যোৱা প্ৰাৰম্ভিক পৰ্যায়ত কিছু বাধা অহাৰ বাবে কামৰ গতি কিছু লেহেমীয়া হৈছিল।

ADVERTISEMENT

CM Dr @himantabiswa along with his colleagues and MLAs had a comprehensive review of the Batadrava Than beautification project and discussed the way ahead for the project, which was earlier inaugurated by Union Home Minister Shri @AmitShah. pic.twitter.com/cZsr1W89qh

— Chief Minister Assam (@CMOfficeAssam) May 29, 2021

কিন্তু এতিয়া আৰু সেই বাধা নাই। এজন এ ডি চিয়ে এতিয়াৰ পৰা এই কাম নিয়মীয়াকৈ তদাৰক কৰিব। আৰু এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্য নিদিষ্ট সময় সীমাৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবেও ব্যৱস্থা গ্রহণ কৰা হৈছে।

মুখ্যমন্ত্ৰী ৰূপে শপত গ্রহণ কৰাৰ পাছত প্রথম বাৰৰ বাবে আজি বটদ্ৰৱাত উপস্থিত হোৱাৰ সময়ত তেওঁৰ লগত উপস্থিত থাকে স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাৰ লগতে প্ৰাক্তন বিধায়িকা আঙুলতা ডেকা।

বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্পই অসমৰ জাতীয় জীৱনক নতুন প্ৰাণ দি বিশ্ব মানচিত্ৰত ৰাজ্যৰ এক সুকীয়া পৰিচয় দাঙি ধৰিব ৷ আজিৰ পৰিদৰ্শনকালত মন্ত্ৰী কেশৱ মহন্ত, স্থানীয় বিধায়িকা শিৱামণি বৰা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাও উপস্থিত থাকে। (৩/৩) pic.twitter.com/iaeSmZDcVz

— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 29, 2021

উল্লেখ্য যে, বটবৃক্ষ আৰ্হিৰে নিৰ্মাণ কৰিবলগীয়া ‘বটদ্ৰৱাৰ এই বৃহৎ সাংস্কৃতিক প্ৰকল্পত থাকিব খোল,তাল দবা -কাঁহ আদি দেববাদ্য সমূহ। বটবৃক্ষ আৰ্হিৰে নিৰ্মাণ হবলগীয়া বটদ্ৰৱাৰ এই বৃহৎ প্ৰকল্প সম্পূর্ণ হৈ উঠিলে দৰ্শনাৰ্থীয়ে লাভ কৰিব গুৰুজনাৰ জন্মস্থান আৰু তেখেতৰ অপূর্ব সৃষ্টিৰাজীৰ আভাস।

যিয়ে অনাগত দিনত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো পৰ্যটন কেন্দ্র, কলা কেন্দ্র আৰু গৱেষণা কেন্দ্র হিচাপে খ্যাতি লাভ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰাটো প্ৰকট হৈ উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa Sarma
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d