Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

“এএছডিচি-কংগ্ৰেছ চৰকাৰৰ দিনত ৰাইজে সুবিধা লাভৰ পৰা বঞ্চিত হৈছিল: মঙ্গলছিং তিমুং

publisher by publisher
September 3, 2021
in Assam, News
Reading Time: 1 min read
0
“এএছডিচি-কংগ্ৰেছ চৰকাৰৰ দিনত ৰাইজে সুবিধা লাভৰ পৰা বঞ্চিত হৈছিল: মঙ্গলছিং তিমুং
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সমাগত বিধানসভা উপ নিৰ্বাচন।সমান্তৰাকৈ বিধানসভাৰ উপ নিৰ্বাচনৰ পাছতে অহা ডিচেম্বৰ-জানুৱাৰী মাহত কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্টিত হোৱাৰ সম্ভনাও ৰাজনৈতিক মহলত ইতিমধ্যে চৰ্চিত হব ধৰিছে কাৰ্বি আংলঙত।

ADVERTISEMENT

এক কথাত কবলৈ গলে ৰাজ্য চৰকাৰৰ লগতে কাৰ্বি পৰিষদ চৰকাৰে আগন্তুক ডিচেম্বৰ-জানুৱাৰী মাহত কাৰ্বি পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ হেতু আভ্যন্তৰীণভাৱে যো জা চলোৱাৰ এক বিশেষ চর্চা লাভ কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু তেনে এক নিৰ্বাচনৰ লক্ষ্যৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিজেপিয়ে নিৰ্বাচনী কোচ কাবাজ চলোৱাৰ লগতে ইখনৰ পাছত সিখন সভা অনুষ্ঠিত কৰি নিৰ্বাচনী যুঁজৰ বাবে অনুশীলন কৰা আৰম্ভ কৰা দেখা গৈছে।

অতিকৈ গুৰুত্বপূৰ্ণ যে সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গৰ ন টাকৈ পৰিষদীয় সমষ্টিত কে’বাজনো নতুন মুখৰ প্ৰাৰ্থীয়ে এইবাৰ প্ৰাৰ্থীত্ব লাভ কৰিব বুলি বিজেপিৰ ভিতৰ চৰাত চৰ্চিত হৈছে। অৱশ্যে এই ক্ষেত্ৰত প্ৰক্ষেপিত প্ৰাৰ্থীৰ নাম প্ৰকাশ পোৱা নাই যদিও কঁপিলী, দুৱাৰ আমলা, চচেং, ৰংখাং, চিংথং, আমৰী সমষ্টিত নতুন মুখৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ খৱৰ কাৰ্বি আংলঙত বিশেষ চর্চা লাভ কৰিছে।

অৱশ্যে এই খৱৰো সুনিশ্চিত হব নে নহব সেই কথাও স্পষ্ট কৈ কব নোৱাৰি, সেয়া সময়েহে কব। কাৰণ বিজেপিয়ে কয় কিবা এটা আৰু কৰে আন কিবা এটা। ইপিনে আগন্তুক কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলং তথা হামৰেণ পৰিষদৰ অন্তৰ্গত আৰচঙত আজি হামৰেণ বিজেপিয়ে নিৰ্বাচনকেন্দ্ৰিক সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়।

সভাত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰসংগত বিগত পাঁচ বছৰত হামৰেণ পৰিষদীয় সমষ্টিত আৰচঙ-ডেৰাজুৰি কিলিং সংযোগী পকী পথ, হামৰেণ-আৰচঙ সংযোগী পকী পথ, ৰংহিদী-উমহালাংছ সংযোগী পকী পথ, ৰংহিদী-লাংটোকথেপি সংযোগী পকী পথকে ধৰি মুঠ ১৪ টাকৈ পকী পথ নিৰ্মাণ সম্পূৰ্ণ কৰা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ, পকী দলং নিৰ্মাণ, ৰাজহুৱা প্ৰেক্ষাগৃহ, মুকলি মঞ্চ আদি নিৰ্মাণ, বিশুদ্ধ খোৱাপানী যোগানৰ কথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে সদৰী সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ বাবে হামৰেণ সমষ্টিবাসীক এতিয়াৰে পৰা মাৰ বান্ধি সাজু হবলৈ আহ্বান জনায়।

পূৰ্বৰ এ এছ ডি চি-কংগ্ৰেছ চৰকাৰৰ দিনত হামৰেণ সমষ্টিবাসীয়ে উল্লেখিত সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছিল, কোনো ধৰণৰ পৰিবৰ্তনৰ মুখ দেখা নাছিল কিন্তু বিজেপি চৰকাৰৰ দিনত সমষ্টিবাসীয়ে ব্যাপক পৰিবৰ্তন দেখিবলৈ সক্ষম হৈছে আৰু উন্নয়ন-বিকাশৰ ছবি দেখিবলৈ পাইছে বুলি দাবী কৰে তিমুঙে।

মন কৰিবলগীয়া যে আয়োজিত সভাৰ মজিয়াত আজি ৩০ পৰিয়ালৰ সদস্যই এ এছ ডি চি-কংগ্ৰেছ আৰু এ পি এইছ এছ এল চি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ বিপৰীতে হামৰেণ বিজেপি মণ্ডল কমিটিৰ সভাপতি বীৰেন তিচ্ছ’, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ পৌৰসভাৰ অধ্যক্ষ বীৰেন তিচ্ছ, কাৰ্বি পৰিষদৰ বৰ্ড অধ্যক্ষ ৰঞ্জিত টেৰণ, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, হামৰেণ সমবায় সমিতিৰ অধ্যক্ষ জয়ছিং ইংতি, বিজেপি নেতা লংছিং ৰংফাৰ, ছেবীয় বে, আৰচঙ ৰংহাং উপস্থিত থাকে।

আনহাতে নিৰ্বাচনকেন্দ্ৰিক সভাৰ সামৰণিৰ পাছতে আৰচঙ আৰু নক-টেৰাং গাঁৱত দুখনকৈ চেক বিতৰণি সভা অনুষ্ঠিত কৰি কাৰ্বি পৰিষদৰ ভূমি সংৰক্ষণ বিভাগৰ অধিনত আই ডব্লিউ এম পি আঁচনিৰ জৰিয়তে মুঠ ২২৭ মহিলা আত্ম সহায়ক গোট আৰু ব্যক্তিগত হিতাধিকাৰীৰ মাজত ৫০ হেজাৰ, ২৫ হাজাৰ টকাৰ চেক বিতৰণ কৰে উক্ত বিভাগটোৰ হৈ কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamKARBI ANGLONG
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d