#গুৱাহাটী মহানগৰীৰ চুপাৰ মাৰ্কেটত নিৰ্মীয়মান উৰণীয়া সেঁতুখন জননেতা শৰৎ সিংহৰ নামেৰে নামাকৰণ কৰাৰ দাবী।
ADVERTISEMENT
# শ্বিলঙৰ পৰা ৰাজধানী দিছপুৰলৈ আনি জনতাৰ কল্যাণৰ হকে শৰৎ সিংহই নিৰ্মান কৰিছিল ‘জনতা ভৱন’।
# প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত এই বিষয়ত আবেদন কৰা হৈছিল।
# ইতিবাচক পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছিল সোনোৱালে।
# জননেতা গৰাকীৰ নামত সেঁতুখন উচৰ্গা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী।




























