★বিশিষ্ট নৃত্যশিল্পী ইন্দিৰা পি পি বৰালৈ পদ্মশ্ৰী সন্মান
ADVERTISEMENT
★২০২০ চনৰ বাবে এই সন্মান নৃত্যশিল্পীগৰাকীক ।
★অনুষ্ঠানত উপস্থিত থাকি নৃত্যশিল্পীগৰাকীক এই সন্মান প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই।
★অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।





























