Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Egg : সপ্তাহত চাৰিটাতকৈ অধিক ডিম খালে কি হয় জানেনে ?

publisher by publisher
October 25, 2022
in Food, Health, India
Reading Time: 1 min read
0
Egg : সপ্তাহত চাৰিটাতকৈ অধিক ডিম খালে কি হয় জানেনে ?
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোত কিমান কণী খাব পাৰি, পুষ্টিবিদে কি কয়?

Khelo India University Games:খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত নিয়োজিত থাকিব ৯০০ স্বেচ্চাসেৱক

Pakistan : এক ডজন কণীৰ মূল্য ৩৩০ হ’ল পাকিস্তানত

Egg

দৈনন্দিন খাদ্য তালিকাত কম-বেছি পৰিমাণে সকলোৱেই এটা বা দুটা ৰাখে । বিশেষকৈ যিসকলে ডায়েট কৰে , সেইসকলে শৰীৰত প্ৰোটিনৰ চাহিদা পূৰণ কৰিবলৈ মাছ-মাংসৰ সমান্তৰালকৈ কণী খায় । কণীত বহু বেছি পৰিমাণে প্ৰোটিন থকাৰ লগতে না-না তৰহৰ ভিটামিন আৰু মিনাৰেল মজুত আছে ।

ADVERTISEMENT

কণীৰ এই গুণাগুণৰ বাবেই প্ৰায় সংখ্যক লোকে দৈনিক কণী খোৱাৰ পোষকতা কৰে । কিন্তু মানুহৰ এই ধাৰণাক ভুল বুলি দাবী কৰিছে বিশেষজ্ঞৰ দলে । একাংশ বিশেষজ্ঞৰ মতে , দৈনিক কেইটা কণী খাব বা সপ্তাহত কেইটা কণী খোৱা উচিত তাৰ এটা নিৰ্দিষ্ট নিয়ম থকা উচিত ।

সেই সন্দৰ্ভত বিশেষজ্ঞই কৈছে যে , সপ্তাহত কোনোকাৰণতে অধিক কণী খোৱা উচিত নহয় । বিশেষজ্ঞৰ মতে সপ্তাহত তিনি বা চাৰিটা কণী খোৱা উচিত । সাধাৰণতে কণীত আছে না-না পুষ্টিগুণ । মাত্ৰ এটা কণীয়ে শৰীৰৰ ঘাটি পূৰণ কৰিব পাৰে । এটা কণীত ৬ গ্ৰাম প্ৰোটিন , ৫ গ্ৰাম উন্নতমানৰ ফেটি এচিদ আৰু প্ৰচুৰ খাদ্যগুণ থাকে ।

\মাত্ৰ এটা কণী খালেই শৰীৰত বহুখিনি কেলৰি শক্তি উৎপাদন হয় । সেইবাবেই বিশেষজ্ঞই সপ্তাহত তিনি বা চাৰিটা কণী খোৱাৰ পৰামৰ্শ আগবঢ়াইছে । এই পৰামৰ্শ আগবঢ়োৱাৰ কাৰণ হৈছে , ডিমত ‘এভিমিন’ নামৰ এবিধ গ্লাইকো প্ৰোটিন আছে।

যি চুলি , ছাল বা নখৰ গঠনত বাধা দিয়ে । যদি আপুনি চুলি সৰা , নখ ভঙ্গা বা ছালৰ কোনো সমস্যাত ভুগি আছে , তেন্তে আপুনি কণী খোৱাটো বন্ধ কৰিব লাগে । বিশেষজ্ঞই আৰু কৈছে যে , কণী মস্তিষ্কৰ ওপৰতো প্ৰভাৱ পেলায় । মস্তিষ্কৰ সু-স্বাস্থ্যৰ বাবে সপ্তাহত বেছি কণী নোখোৱাই ভাল ।

অৱশ্যে যিসকল লোকে দৈনিক শৰীৰচৰ্চা কৰে , তেওঁলোকে প্ৰতিদিনে নিজৰ ডায়েটৰ তালিকাত কণী ৰখাটো আৱশ্যক । কিন্তু যিসকলৰ কোনো শাৰীৰিক পৰিশ্ৰম নাই , তেওঁলোকে কণীৰ পৰা দূৰত্ব বজাই ৰখাই শ্ৰেয় ।

সেইবাবেই কণী খোৱাৰ পূৰ্বে এবাৰ ভাবি চোৱা উচিত যে , স্বাস্থ্য ৰক্ষাৰ অৰ্থে খোৱা কণীয়ে সঁচাকৈ আপোনাৰ স্বাস্থ্য ৰক্ষা কৰিছেনে নাই ? বিশেসজ্ঞৰ পৰামৰ্শ যে, শৰীৰৰ সমতা ৰক্ষা কৰিহে অধিক কণী খোৱা উচিত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Daily Food ListEggVitamin
publisher

publisher

Related Posts

নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
India

September 5, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ

নিৰ্ধাৰিত সময়তে প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d