Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

China Covid-19 Alart : চীনত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ

এদিনতে কৰ'ণা আক্ৰান্ত ৩ কোটি ৭০ লাখ

publisher by publisher
December 24, 2022
in COVID-19, International
Reading Time: 2 mins read
0
China Covid-19 Alart : চীনত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

China Covid-19 Alart :

চুবুৰীয়া দেশ চীনত কৰ’ণাই লৈছে ভয়াৱহ সংহাৰী ৰূপ ৷ চলিত সপ্তাহৰ এটা দিনতে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৩ কোটি ৭০ লাখলৈ ।
শেহতীয়াকৈ কৰ’ণা লহৰৰ ভয়াৱহ সংক্ৰমণত চিন্তিত হৈ পৰিছে চীনৰ স্বাস্থ্য মন্ত্ৰণালয় ৷ দেশখনক ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ বৈঠকে উল্লেখ কৰা তথ্য অনুসৰি চলিত মাহৰ প্ৰথম বিশটা দিনত বিশ্বৰ বৃহৎ জনবহুল দেশ খনৰ ১৮ শতাংশ লোক আক্ৰান্ত হৈছে কৰ’ণাত ৷ অৰ্থাৎ ২৮ কোটিৰো অধিক ৷

ADVERTISEMENT

দ্ৰুতগতিত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটোৱে সমাগত জানুৱাৰী মাহত অতি ভয়ংকৰ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰিছে বেইজিঙে ৷

উল্লেখ্য যে ৰঙা চীনত অমিক্ৰণ ভাইৰাছ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ মুল কাৰণ হৈছে ক’ভিড এছ অ পি পালত চৰম অনিহা চীনী লোকৰ৷আনকি ৰোগ প্ৰতিৰোধ কম থকা লোক সকলে চৰকাৰী নীতি নিয়ম নস্যাৎ কৰি বীৰদৰ্পে চলাচল কৰি থকাৰ বাবে বয়স্ক আৰু ৪০- ৫০ উৰ্ধৰ লোক সকল সহজেই আক্ৰান্ত হৈছে কৰ’ণাত ৷

ৰাজধানী চহৰ বেইজিং আৰু দক্ষিণ পূৰ্ব প্ৰান্তৰ ছিচুৱানৰ মুঠ বাসিন্দাৰ আধাসংখ্যকেই আক্ৰান্ত হৈছে কৰ’ণাত ৷
চীন স্বাস্থ্য বিভাগে উল্লেখ কৰিছে যে দ্ৰুতগতিত কৰ’ণাৰ বৃদ্ধি পোৱাৰ মুল কাৰণ হিচাপে বিবেচিত হৈছে দেশখনত নিয়মীয়াকৈ অব্যাহত থকা স্বাৱ টেষ্ট হঠাৎ বন্ধ কৰাটো ৷

ইতিমধ্যে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত চিকিৎসালয় সমূহত আক্ৰান্ত ৰোগী সকলক ৰখাৰ বাবে বিছনা আৰু কোঠালীৰ অভাৱ৷ আনহাতে টেষ্টৰ ফলাফল দিয়াটো বিলম্ব ৷

একেদৰে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত শেষকৃত্য সম্পন্নৰ বাবে মৃতকৰ পৰিয়ালৰ শ্মশানত দীঘলীয়া শাৰী ৷ একে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত ৷

এখন ভাল প্ৰতিবেশী হিচাপে ভাৰত চৰকাৰে পৰ্যাপ্ত ভেকচিন আৰু অনান্য সা-সামগ্ৰী পঠিওৱাৰ বাবে আগ্ৰহী বুলি বেইজিংক জনাইছে ভাৰতৰ বিদেশ দপ্তৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Alart ChinaChina Covid-19Terrible Form
publisher

publisher

Related Posts

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d