Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Hindenburg Research : পূৰ্বেও একাধিক কোম্পানিক দেউলীয়া কৰিছিল হিণ্ডেনবাৰ্গে

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Food Poisoning : বমি, ডায়েৰিয়াৰ দৰে সমস্যাত চিকিৎসালয়ত ভৰ্তি চৰকাৰী বিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থী

    Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

    Economic Survey : অহা এবছৰত দেশত অৰ্থনীতিৰ গতিবেগ ঘূৰি নাহে ,পূৰ্বাভাস দিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনে

    Gautam Adani : বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল গৌতম আদানী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Kangana Ranaut : ‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Immune System : অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News New Year 2023

New Year 2023 : সপোনবোৰ এদিন ফলিয়াব‌ই

publisher by publisher
January 1, 2023
in New Year 2023
Reading Time: 1 min read
0
New Year 2023 : সপোনবোৰ এদিন ফলিয়াব‌ই
1
SHARES
11
VIEWS
ShareShareShareShare

New Year 2023 : 

পোনপ্ৰথমে ম‌ই দৈনিক অগ্ৰদূতৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আগন্তুক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছো । আগন্তুক বৰ্ষতো সকলোৰে বাবে সুখময় হ‌ওক । বিগত প্ৰায় দুটা বছৰ সকলোৰে বৰ কষ্টকৰ আছিল । সেয়ে নতুন বছৰটোত দেশখন ক’ভিডমুক্ত হোৱাটো বিচাৰো । যাতে সকলোৱে নিজৰ কামবোৰ সুকলমে কোনো বাধা-বিঘিনি নোহোৱাকৈ কৰি যাব পাৰে ।

ADVERTISEMENT

ম‌ই কলেজ পাছ কৰাৰ পাছত গীত চৰ্চাৰ কামত ইমানেই ব্যস্ত হৈ গ’লো যে সময়খিনি কেনেকেনো পাৰ হৈ গ’ল তলকিব‌ই নোৱাৰিলো । সেয়ে নতুন বছৰৰ পৰা ম‌ই নিজকে বেছিকৈ হেঁচা নিদো বুলি ভাবিছো । সকলো কাম সময়মতে হৈ যাব । ব্যস্ততাৰ মাজতো জীৱনতো উপভোগ কৰিব লাগে ।

RelatedPosts

No Content Available

মই ইঞ্জিনিয়াৰিং কৰি থকা সময়ছোৱাত চাৰি বছৰে বহু উঠা-নমা দেখিছো লাগিলে সেয়া জীৱিকাৰ ক্ষেত্ৰতে হ‌ওক বা অন্য কোনো । কিন্তু তথাপি মনত বিশ্বাস আছিল যে নিজৰ কামবোৰ ভালকৈ কৰি যাব পাৰিম । বহু কমসংখ্যক বন্ধু-বান্ধৱীৰ লগত ম‌ই মোৰ কামবোৰ কৰি আছো; কেতিয়াবা বহুতৰ লগত সেই বন্ধু সকলো নাথাকে ।

এই ক্ষেত্ৰত ম‌ই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবো । যিসকলৰ কাষত কোনো নাই তেওঁলোকক ম‌ই ক‌ওঁ যে এইটোৱে জীৱনৰ শেষ নহয় । তেওঁলোকে যি ধৰণে সপোনবোৰ ভাবিছে তেনেধৰণে কৰি থাকিলেই হ’ল লাগিলে কাষত কোনোবা থাকক বা নাথাকক । সপোনবোৰ এদিন হ’লেও ফলিয়াব‌ই তেওঁলোক সফল হ’ব‌ই ।

আজি মোৰ সংগীতৰ বাবে নতুন মানুহে মোক বিচাৰি পাইছে, কাইলৈও নতুন কেইজনমানে বিচাৰি পাব আৰু ম‌ই এইটো অব্যাহত হৈ থকাতো বিচাৰো । বৰ্তমান ম‌ই যেনেধৰণৰ গীত ৰচনা কৰি আছো ভৱিষ্যতেও তেনেধৰণৰে গীত ৰচনা কৰি যাব বিচাৰো । সঁচা অন্তৰেৰে নতুন নতুন গীত ৰচনা কৰি যাব বিচাৰো আৰু মোৰ গীতবোৰত যাতে মোৰ গুৰিটো প্ৰতিফলিত হয় ।
ম‌‌ই গীতবোৰ বিশেষকৈ ‘গীটাৰবেছড্’ হয় আৰু ম‌ই ‘গীটাৰবেছড্’ মিউজিকেই কৰি যাম বুলি ভাবিছো । এই বাদ্যযন্ত্ৰবোৰৰ আশে-পাশে গীত ৰচনা কৰি ম‌ই ভাল পাওঁ, সেইবোৰ মোৰ সঁচা সঁচা যেন লাগে । ইয়াৰ মাজতে মোৰ ‘কিব’ৰ্ড স্পেচিফিকো’ কৰিবলৈ মন আছে । পশ্চিমীয়া গায়িকা ‘এডল’ৰ ম‌ই বহুত অনুৰাগী; তেওঁৰ দৰেও কিছুমান গীত‌ কৰিবলৈ মন আছে ।

মোৰ প্ৰিয় গায়ক জন মেয়াৰক অধ্যয়ন কৰোতে তেওঁ যিসকল শিল্পীৰ পৰা শিকিছিল তেওঁলোককো অধ্যয়ন কৰিছিলো । তেওঁলোক যিহেতু গীতাৰবাদক হয় তেওঁলোকক অধ্যয়ন কৰোতে ম‌ই বব ডিলানৰ দৰে শিল্পীক বিচাৰি পালো ।

বব ডিলানৰ গীত আগতে শুনিছিলো যদিও বিশেষ গুৰুত্ব দিয়া নাছিলো । কিন্তু তেওঁলোকক অধ্যয়ন কৰাৰ পাছত বুজিলো ।
যিহেতু ম‌ই সৰুৰেপৰাই ইংৰাজী মাধ্যমত পঢ়া সেয়ে আমাৰ মগজুৱেও দুটা ভাষাত কাম কৰিবলৈ অভ্যাসৰত হৈ পৰে । বহু ইংৰাজী গীতত কেতিয়াবা অসমীয়া গীতৰ কথা লিখিবলৈ ধাৰণা (idea) পাওঁ । এই ধাৰণাবোৰ যদি ম‌ই মোৰ মাতৃভাষাত ব্যৱহাৰ কৰিব পাৰো তেতিয়াহে সফল হ’ম । আন্যথা এগৰাকী শিল্পী হিচাপে এয়া মোৰ বিফলতা হ’ব ।

দৈনিক অগ্ৰদূতৰ জৰিয়তে ম‌ই মোৰ মাক ক’ব বিচাৰো যে ইমান দিনে তেওঁ মোক নিজৰ ল’ৰা হিচাপে পালে, ডাঙৰ-দীঘল কৰিলে । এতিয়া ৰাইজে মোৰ মাজত এজন শিল্পী বিচাৰি পাইছে আৰু মোক আঁকোৱালি লৈছে মায়ে এই কাথাতো গ্ৰহণ কৰিবলৈ শিকক । মাৰ ল’ৰা হিচাপে আৰু এজন শিল্পী হিচাপে মোৰ কামবোৰ বেলেগ হয় ।

কেতিয়াবা হয়তো এজন শিল্পী হোৱাৰ ব্যস্ততাত মাৰ ল’ৰাৰ কৰণীয়বোৰ ৰৈ যায় । মায়ে এতিয়ালৈকে মোক যেনেদৰে সহযোগ (support) কৰি আহিছে তেনেকৈ আগলৈও কৰি যাওক । মায়ে যে কেতিয়াবা মোতকৈ বেছি মোৰ গীতৰ কথা চিন্তা কৰে ম‌ই সেইটো বহুত ভাল পাওঁ । মায়ে যাতে মোক এনেদৰেই সহযোগ কৰি থাকে ।

শেষত, ম‌ই মোৰ মনত থকা গৰাকীকো ম‌ই একেটা কথাকে ক’ব বিচাৰিম যে যিদৰে তাই মোৰ ভাল বন্ধু হৈ আছে, মোক সহযোগ কৰি আছে । মোৰ ভাল-বেয়া সকলো সময়তে মোৰ লগত আছে । এনেদৰে থকাটোৱে বিচাৰো একো পৰিৱৰ্তন নালাগে । এতিয়া সকলো ভালে আছে ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Bishrut Saikia
publisher

publisher

Related Posts

New Year 2023 Wishes : সকলোৱে নতুন কাম কৰক
New Year 2023

New Year 2023 Wishes : সকলোৱে নতুন কাম কৰক

January 1, 2023
New Year 2023 Wishes : নৱপ্ৰজন্ম‌ই নতুন চিন্তা কৰক
New Year 2023

New Year 2023 Wishes : নৱপ্ৰজন্ম‌ই নতুন চিন্তা কৰক

January 1, 2023
New Year Wishes : নৱ বৰ্ষ উপলক্ষে প্ৰজ্ঞান জ্যোতি ভূঞা ( কটন বিশ্ববিদ্যালয় ,উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষ ) ৰ একান্ত অনুভৱ :

New Year 2023 Wishes : এজাক তৰুণ-তৰুণীয়ে নিবনুৱাৰ বাবে কঢ়িয়াই আনিছে উদ্দীপ্ত কিৰণ

New Year 2023 Wishes : জীৱন উপভোগ্য হোৱাটো কাম্য

New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: