Horoscope:ৰাশিফল
মেষ: এই ৰাশিৰ জাতক-জাতিকাই বগা কাপোৰ পৰিধান কৰিব। বিদ্যাৰ্থীসকলৰ বাবেও ভাল দিনটো। ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ।
বৃষ: কৰ্মক্ষেত্ৰত শত্ৰু প্রতিনিয়ত ক্ষতাৰ চেষ্টা কৰিব৷ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। ভ্ৰমণৰ যোগ।
মিথুন : দাম্পত্য জীৱনত শান্তি বিঘ্নিত হ’ব পাৰে। দৈনন্দিনত কমওঁৰ গতি বৃদ্ধি পাব। টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হ’ব। চৰকাৰীচাকৰি ক্ষেত্ৰত ভাল।
কৰ্কট : বিদ্যার্থীসকলৰ শুভ। ব্যৱসায় ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। যানবাহনৰ পৰা সতর্ক থাকিব। বন্ধুবৰ্গৰ পৰা আঁতৰি থকাই ভাল।
সিংহ : আজি সন্ধিয়া গণেশ মন্দিৰত পাঁচটা লাডু দান কৰিব আৰু ধূপ- ধুনা চাকি বস্তি জ্বলাব। চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব।
কন্যা : গা ধুৱাৰ পাছত ৰঙা কাপোৰ পৰিধান কৰি ওঁ খ্ৰীং শ্রীং শ্রীসূর্যায় নমঃ এই মন্ত্ৰ ২০ বাৰ জপ কৰিব। নিৰামিষ আহাৰ কৰিব।
তুলা: সন্তানৰ শাৰীৰিক সমস্যাই চিন্তাত পেলাব। ব্যৱসায় সূত্ৰত আৰ্থিক উন্নতিৰ যোগ দেখা যায়। বিদ্যার্থীসকলৰ বাবে ভাল।
বৃশ্চিক : কর্মক্ষেত্ৰত ভাল। ফুৰা-চকাৰ ক্ষেত্ৰত সাৱধান। প্ৰেমত শুভ। শাৰীৰিক ক্ষেত্ৰত উন্নত। ঘৰত আলহিৰ আগমন ।
ধনু :কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে। বিবাহৰ যোগ। ব্যৱসায়ৰ ক্ষেত্ৰত অশুভ। প্ৰেমত শুভ।
মকৰ : চাকৰিৰ ক্ষেত্ৰত জটিলতাই দেখা দিব। হঠাৎ আঘাত পাব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে ভাল।
কুম্ভ : বিদ্যাৰ্থীৰ শুভ। ৰাজনীতিৰ ক্ষেত্ৰত দিনটো শুভ। যানবাহনৰ পৰা সাৱধান। ভিক্ষাৰীক দান কৰিব। কৰ্মক্ষেত্ৰত জটিল দেখা দিব।
মীন : সংসাৰৰ প্ৰতি চকু ৰাখক। ঘৰৰ কোনো ব্যক্তি আঘাতপ্রাপ্ত হ’ব পাৰে। চাকৰিৰ ক্ষেত্ৰত উন্নত। বিদ্যাৰ্থীসকলৰ বাবে ভাল । প্ৰেমত অশুভ ৷































