Horoscope: ৰাশিফল
মেষ : আৰ্থিক ক্ষেত্ৰত উন্নত পৰিৱেশ। আপুনি দিনৰ ১২ বজাৰ পাছতহে যাত্ৰা কৰিব। যাত্ৰাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব। দাম্পত্যত শুভ। শুভ শুভ সংখ্যা ৫।
বৃষ : কৰ্মক্ষেত্ৰত জটিলতা আছে। সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব। নীলা ৰং আপোনাৰ বা শুভ। প্ৰেমত শুভ। যাত্রা নকৰাই উচিত। শুভ সংখ্যা ৫।
মিথুন : আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ । আজি আপুনি যাত্ৰা কৰিলে
বগা ৰং ব্যৱহাৰ কৰিব। শুভ কাম কৰিব। বগা ৰং আপোনাৰ শুভ ৰং । শুভ সংখ্যা ৬।
কর্কট : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্ৰা কৰিব পাৰে। আপোনাৰ শুভ ৰং সেউজীয়া। সহযোগী বন্ধুৰ পৰা আনন্দ পাব। শুভ সংখ্যা ৬।
সিংহ : কর্মক্ষেত্ৰত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব। পুৱাৰ ভাগত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰি মন্দিৰত যাব। যাত্ৰা সন্ধিয়া পাঁচ বজাৰ পাছত নকৰিব। শুভ সংখ্যা ৭।
কন্যা : পাৰিবাৰিক জীৱনত স্বামী-স্ত্ৰীৰ মাজত মতানক্য হ’ব পাৰে। পৰাপক্ষত আজি আপুনি যাত্রা নকৰাই ভাল। কৰিলেও মন্দিৰত পূজা-পাতল কৰি ল’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।
তুলা : কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। কোনো সমস্যাৰ সমাধান হ’ব। আজি সন্ধিয়া আপুনি শিৱ মন্দিৰত চাকি জলাব। শুভ ৰং ৰঙা। যাত্রা কৰিব পাৰে। শুভ সংখ্যা ২।
বৃশ্চিক : ব্যৱসায়ত কঠিন পৰিশ্ৰমৰ অন্তত দিনটোত সফলতা। বিদ্যার্থীসকল শুভ। আবেলি তিনি বজাৰ পাছত যাত্ৰা নকৰাই ভাল। বিশেষ প্রয়োজন থাকিলে নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি ল’ব। শুভ সংখ্যা ৩।
ধনু : কৰ্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব। পুৰণি ৰোগৰ উপশম ঘটিব। কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক। পুৱা ভাগত যাত্ৰা কৰিব। শুভ সংখ্যা
মকৰ : আৰ্থিকত শুভ। শৰীৰ মধ্যম। উত্তৰ দিশত যাত্ৰা নকৰিব। মেৰুণ ৰং ব্যৱহাৰ কৰক। বিদ্যাৰ্থীসকলৰ শুভ। শুভ সংখ্যা ৯।
কুম্ভ : ব্যৱহায়ত আয়ৰ পথ মুকলি হ’ব। ঘৰুৱাত শুভ। যাত্রা নকৰাই ভাল। সন্ধিয়া মন্দিৰত যাব। কলা ৰং আপোনাৰ বাবে শুভ। শুভ সংখ্যা ৮।
মীন : কথা-বতৰাত সর্তকতাৰ প্ৰয়োজন। আজিৰ দিনটো যাত্ৰাৰ বাবে শুভ। বেঙুণীয়া ৰং ব্যৱহাৰ কৰিব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত সুখী হ’ব নোৱাৰি। শুভ সংখ্যা ৭।































