Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bangladeshi Youth Alamgir : ৰূপহীহাটৰ যুৱকৰ প্ৰৱঞ্চনাত সৰ্বস্বান্ত বাংলাদেশৰ যুৱক আলমগীৰ

ৰূপহীহাট থানাত দাখিল এজাহাৰ

publisher by publisher
February 25, 2023
in Assam, News
Reading Time: 1 min read
0
Bangladeshi Youth Alamgir : ৰূপহীহাটৰ যুৱকৰ প্ৰৱঞ্চনাত সৰ্বস্বান্ত বাংলাদেশৰ যুৱক আলমগীৰ
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা মাটি উদ্ধাৰ বেদখলকাৰীৰ পৰা

ৰূপহীহাটৰ লাওখোৱাৰ বনগাঁৱত চাঞ্চল্যকৰ ঘটনা

Rupahihat Encounter:ৰূপহীহাটত এনকাউণ্টাৰ !

Bangladeshi Youth Alamgir :

অসমৰ ৰূপহীহাটৰ যুৱকৰ প্ৰতাৰণাত সৰ্বস্বান্ত হ’ল বাংলাদেশী যুৱক ৷ ফেচবুকৰ মাধ্যমৰে ৰূপহীহাটৰ যুৱক এজনৰ স’তে চিনাকী হৈ পৰৱৰ্তী সময়ত অসমলৈ আহি সৰ্বস্বান্ত হোৱা চাঞ্চল্যকৰ ঘটনা এটি পোহৰলৈ আহিছে ৷

ADVERTISEMENT

স্বয়ং বাংলাদেশী যুৱকজনে প্ৰতাৰণা হোৱাৰ সৱিশেষ সদৰি কৰিছে ৷ আনকি ন্যায় বিছাৰি দ্বাৰস্থ হৈছে মুখ্যমন্ত্ৰী ,ডিজিপি আৰু গুৱহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ ৷

প্ৰাপ্ত খবৰ অনুসৰি, বাংলাদেশৰ আলমগীৰ হুচেইনৰ স’তে ৰূপহীহাটৰ শপতকাঢ়াৰ আজমল হুছেইন নামৰ যুৱকজনৰ চিনাকি হৈছিল ফেচবুকৰ মাধ্যমৰে ৷এই চিনাকি সূত্ৰে দুয়োৰে মাজত অগাধ বন্ধুত্ব গঢ় লৈ উঠে ৷

পাছত আলমগিৰক অসমলৈ মাতি আনে আজমল ওৰফে বাবলুৱে ৷ অসমলৈ আহি ৰূপহীহাটৰ আজমলৰ ঘৰত উপস্থিত হোৱাৰ পাছতে আলমগীৰক এটা কোঠাত ১৫ দিন ধৰি আবদ্ধ কৰি মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলায় ৷আনকি আলমগীৰৰ পৰা মোটা অংকৰ ধন দাবী কৰে৷ধন আদায় নিদিলে হত্যা কৰাৰ ভাবুকি পৰ্যন্ত দিয়ে ৷

পাছত আলমগীৰৰ পৰিয়ালৰ লোকে প্ৰাণৰ মমতাত উপায়ন্তৰ হৈ বাংলাদেশী কাৰেন্সি চাৰিলাখ দহ হেজাৰ আৰু ভাৰতীয় মূল্যত তিনিলাখ টকা দিয়েপিছে আজমলৰ প্ৰতাৰণাৰ বলি হৈ সৰ্বস্বান্ত হৈ পৰে বাংলাদেশৰ যুৱকজন। আজমলে নিজৰ পৰিয়ালৰ সদস্য বুলি আৱেগিক কৰি অসমলৈ মাতি অনা আলমগীৰক ১৪ দিন বন্ধ কোঠাৰ ভিতৰত আবদ্ধ কৰি নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, বাংলাদেশী যুৱকৰ পৰা আজমলে মোটা অংকৰ ধন বিচাৰিছিল। ধন আদায় নিদিলে হত্যা কৰা হ’ব বুলিও ভাবুকি দিছিল আলমগীৰক। উপায়ন্তৰ হৈ বাংলাদেশৰ আলমগীৰৰ পৰিয়ালে লোকে পঠাইছিল ‍বাংলাদেশৰ চাৰি লাখ দহ হেজাৰ টকা যাৰ ভাৰতীয় মূল্য তিনিলাখ টকা। এই টকা দিহে আলমগীৰ মুকলি হয় আজমল ওৰফে বাবলুৰ জিন্মাৰ পৰা ৷

ইতিমধ্যে ভাৰতীয় বন্ধুৰ দ্বাৰা সৰ্বস্বান্ত হোৱা আলমগীৰে এতিয়া ন্যায় বিচাৰি অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,আৰক্ষী সঞ্চালক প্ৰধান ,গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তলৈ প্ৰেৰণ কৰিছে পত্ৰ ৷আনহাতে এই সন্দৰ্ভত আলমগীৰে এজাহাৰ দাখিল কৰিছে ৰূপহীহাট থানাত ৷ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷শেহতীয়াকৈ আৰক্ষীৰ জালত পৰাৰ ভয়ত পলাতক অৱস্থাত আছে প্ৰৱঞ্চক আজমল হুছেইন ওৰফে বাবলু ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bangladeshi youthRupohihat
publisher

publisher

Related Posts

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

September 20, 2026
পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 
India

সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান

জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ, সামাজিক মাধ্যমত ভাইৰেল বিশেষ দৃশ্য
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d