Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Asomiya Bjp Barta:অসমীয়া বিজেপি বাৰ্তা’ৰ ৭৫ সংখ্যক সংস্কৰণ উন্মোচন

৩৯ খন সাংগঠনিক জিলাৰ সংবাদ বিভাগৰ আহ্বায়ক আৰু সহ-আহ্বায়কৰ উপস্থিতিত বিশেষ সাংগঠনিক সভা

publisher by publisher
March 1, 2023
in Uncategorized
Reading Time: 2 mins read
0
Asomiya Bjp Barta:অসমীয়া বিজেপি বাৰ্তা’ৰ ৭৫ সংখ্যক সংস্কৰণ উন্মোচন
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Asomiya Bjp Barta :

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংবাদ বিভাগৰ উদ্যোগত আজি মহানগৰীৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে সংবাদ বিভাগৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়।

ADVERTISEMENT

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্য মুখপাত্র, সাংসদ কামাখ্যা প্ৰসাদ তাছা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, মুখপাত্র তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত সভাত ৰাজ্যিক বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ সংবাদ বিভাগৰ ১১০ জন আহ্বায়ক আৰু সহ আহ্বায়ক, ৮ টা মৰ্চাৰ ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক, সহ- আহ্বায়কে অংশগ্রহণ কৰে।

দলীয় কার্যকৰ্তা সকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয়, ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈছে দলৰ সংবাদ বিভাগ।

জন মানসত দলৰ ভাবমূৰ্ত্তি সুস্থিৰ ৰখাত সংবাদ বিভাগৰ ভূমিকা অপৰিসীম। কলিতাই লগতে কয়, ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কার্যকর্তা সকলে কৰি অহা শ্ৰম আৰু কষ্টৰ বিনিময়ত দলে আজি এই পর্যায়ত উপনীত হৈছেহি। দলৰ এনে ভাবমূর্তি বৰ্তাই ৰখাৰ উদ্দেশ্য সকলো কাৰ্যকৰ্তাই সেৱা মনোভাবেৰে জনসাধাৰণৰ সুখ-দুখৰ লগত একাত্ম হোৱাৰ প্ৰয়োজন।

মুখ্য মুখপাত্র সাংসদ কামাখ্যা প্ৰসাদ তাছৰ লগতে মুখপাত্র তথা সাংসদ পৰিত্ৰ মাৰ্ঘেৰিটাই দলৰ কার্যকর্তা সকলক উদ্দেশ্যি সংবাদ বিভাগৰ ভূমিকা আৰু কাৰ্যাৱলীৰ ওপৰত্ত ভাষণ প্রদান করে। নেতাদ্বায়ে কয়, ৰাজনীতিত আদৰ্শৰ বাবেহে মানুহে মনত ৰাখে। গতিকে, ৰাজনীতি কৰা সকলৰ আদৰ্শ থাকিবই লাগিব।

এখন সুস্থিৰ সমাজ নিৰ্মাণ কৰিবলৈ হ’লে কণাত্মক দিশসমূহক প্রতিহত কৰি ধনাত্মক দিশসমূহ অত্যাধিক প্ৰচাৰ কৰাৰ প্রয়োজন আৰু এইক্ষেত্ৰত সংবাদ বিভাগৰ কার্যকৰ্তা সকলে মূল ভূমিকা পালন কৰিব লাগিব।

ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্রুবজ্যোতি মৰলে প্ৰতিখন জিলাৰ আহ্বায়ক আৰু সহ-আহ্বায়কৰ সৈতে সাংগঠনিক দিশত বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকৰ কৰণীয়ৰ ওপৰত ভাষণ প্ৰদান কৰে।

আনহাতে, উক্ত সভাতে ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্র “অসমীয়া বিজেপি বাৰ্তাৰ মাৰ্চ মাহৰ সংখ্যাটি উন্মোচন কৰা হয়। মুখ্য মুখপাত্র কামাখ্যা প্রসাদ তাচাই উক্ত সংখ্যাটি উন্মোচন কৰে।

বহু ঘাট-প্রতিঘাট অভিক্ৰম কৰি ৭৫ টা সংখ্যা অতিক্ৰম কৰা দলৰ মুখপত্ৰখন উন্মোচন কৰাৰ সুযোগ লাভ যথেষ্ট গৌৰৱবোধ কৰা বুলি কামাখ্যা প্ৰসাদ ভাচাই জানিব দিছে। উল্লেখ্য যে দলৰ মুখপত্রখন প্রত্যেক মাহে ৩৭,০০০ কপি বিতৰণ হৈ আহিছে।

ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ সহ-আহ্বায়ক ঘনশ্যাম দলেই আঁত ধৰা অনুষ্ঠানত ৰাজ্যিক কোষ সমূহৰ তত্বাবধায়ক মনোজ বৰুৱা, বিধায়ক দিগন্ত কলিতা, ‘অসমীয়া বিজেপি বার্তা’ৰ সম্পাদক জিতেন শৰ্মা, সংবাদ বিভাগৰ সহ-আহ্বায়ক ঋতুপৰ্ণ তামুলী ফুকন, সহ-আহ্বায়িকা কৃষ্ণা নাথ, ৰাজ্যিক মুখপাত্র আৰু পেনেলিষ্টৰ লগতে দলীয় কার্যকর্তা সকল উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 75th Edition ReleaseAsomiya BJP BartaAssam Pradesh BjpGuwahati
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d