Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Harinarayan Dattabarua Memorial Lecture: হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সাংবাদিক অনন্ত বিজয়

ভাৰতত শাসন কৰা ঔপনিৱেশিক শক্তিসমূহে ভাৰতীয় জ্ঞান-সাধন পদ্ধতিক ধ্বংস কৰিছিল

publisher by publisher
March 17, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Harinarayan Dattabarua Memorial Lecture: হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সাংবাদিক অনন্ত বিজয়
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

Harinarayan Dattabarua Memorial Lecture:

‘ভাৰতীয় :জ্ঞান-সাধন পদ্ধতিৰ পৰম্পৰা অতি চহকী ৷ এই চহকী পৰম্পৰাক ধবংস কৰিছিল বিদেশী আক্ৰমণকাৰী আৰু পিছলৈ বহু বছৰ ভাৰতত শাসন কৰা ঔপনিৱেশিক শক্তিসমূহে ৷

ADVERTISEMENT

সেই সময়ছোৱাত কিছুসংখ্যক গৱেষকে ভাৰতীয় জ্ঞান-সাধন ব্যৱস্থাটোৰ পবিত্ৰতা আৰু মহত্ব উন্মোচনৰ বাবে বিশেষ আদৰ্শ সন্মুখত ৰাখি কাম কৰিছিল ৷ বৃটিছ যুগত ভাৰতক সাপৰ যাদু প্ৰদৰ্শনকাৰী লোকৰ আদিৰ দেশ বুলি বহুলভাৱে প্ৰচাৰ কৰা হৈছিল ৷ এই প্ৰচাৰত ভাগ লৈছিল মূলতঃ বৃটিছে আৰু বৃটিছৰ সমৰ্থক কিছুমানে ৷

’আজি অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰি এনেদৰে কয় প্ৰখ্যাত সাংবাদিক-লেখক অনন্ত বিজয়ে ৷

এই স্মাৰক বক্তৃতাৰ বিষয় আছিল ‘ভাৰতীয় ভাষাৰ লেখনিৰ জ্ঞান আৰু পৰম্পৰা ৷’ ভাষণ প্ৰসংগত তেখেতে কয় – ‘হৰি নাৰায়ণ দত্তবৰুৱাই নিজ ভাষাৰ সাহিত্যৰ বাবে যি বিস্ময়কৰ অৱদান দি থৈ গ’ল তাৰ মূল্যায়ণ হ’ব লাগে ভাৰতীয় সাহিত্যৰ পৰিপ্ৰেক্ষিতত ৷

এক কথাত হৰিনাৰায়ণ দত্তবৰুৱা নৱজাগৰণৰ ব্যক্তি আৰু তেখেতক সৰ্বভাৰতীয় পৰ্যাত চিনাকি কৰাই দিয়াটো অসমীয়াৰ কৰ্তব্য’ ৷ তেখেতে হৰিনাৰায়ণ দত্তবৰুৱাৰ অৱদানক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে ৷

অসমৰ বৈষ্ণৱ যুগৰ সাহিত্যৰ গবেষক, সংগ্ৰাহক, সম্পাদক, প্ৰকাশক, অসমৰ মুদ্ৰন শিল্পৰ অগ্ৰণী ব্যক্তি হৰিনাৰায়ণ দত্তবৰুৱাৰ স্মৃতিত যোৱা দুটা বছৰে এই বক্তৃতাৰ আয়োজন কৰি অহা হৈছে ৷ এইবাৰৰ বক্তৃতা  অনুষ্ঠান আৰম্ভ কৰা হয় জনপ্ৰিয় গায়ক শৰৎ ৰাগৰ কন্ঠৰ হৰিনাৰায়ণ দত্তবৰুৱাৰ প্ৰিয় এটি বৰগীতেৰে ৷

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নাৰায়ণ চন্দ্ৰ তালুকদাৰৰ আদৰণি ভাষণৰ পাচতেই মূল বক্তা অনন্ত বিজয়ক সম্বদ্ধৰ্না জনায় বিশ্ববিদ্যালয়ৰ প্ৰ’টেম উপাচাৰ্য ডঃ প্ৰণবীৰ সিঙে ৷

এই দিৱসৰ লগত সংগতি ৰাখি ডঃ ৰুবী গোস্বামী সম্পাদিত ‘সাহিত্যৰত্ন : জীৱন আৰু সাধনা’ গ্ৰন্থখন উন্মোচন কৰে অকাডেমী বঁটা বিজয়ী লেখক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷ তেখেতে কয় ‘শৈশৱৰে পৰা হৰিনাৰায়ণ দত্তবৰুৱাৰ নাম শুনি আহিছোঁ, কিন্তু তেখেতৰ কৰ্মৰাজিৰ বিষয়ে বিতং আলোচনা থকা কিতাপৰ সংখ্যা খুব কম ৷

এই কিতাপখনে সেই অভাৱ কিছু পৰিমাণে পুৰণ কৰিব’৷ অনুৰাধা শৰ্মা পূজাৰীক সম্বদ্ধৰ্না জনায় ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্তই ৷

অনুষ্ঠানটিৰ ঘোষক প্ৰসিদ্ধ নাট্য-ব্যক্তিত্ব নয়ন প্ৰসাদক সম্বদ্ধৰ্না জনায় ডঃ ৰুবী গোস্বামীয়ে৷ শলাগৰ শৰাই আগবঢ়ায় পৰিবেশ্য কলা শাখাৰ ডীন উৎপল দত্তই ৷

হৰিনাৰায়ণ দত্তবৰুৱাৰ কৰ্মৰাজিৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা ডঃ মঞ্জু লস্কৰ আৰু জীৱনী ৰচনা কৰা বোকাখাটৰ ৰাণী বৰদলৈকো সভাত সম্বদ্ধৰ্না জনোৱা হয় ৷

সামৰণি ভাষণত বিশ্ববিদ্যালয়ৰ আচাৰ্য ডাঃ নৰেন দত্তই সকলোকে ধন্যবাদ জনায় আৰু হৰিনাৰায়ণ দত্তবৰুৱাৰ বিষয়ে তথ্যচিত্ৰ নিৰ্মাণৰ দায়িত্ব অৰ্পন কৰে উৎপল দত্তক ৷

এই সভাত গ্ৰন্থখনৰ কেইগৰাকীমান লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰাছাত্ৰীৰ লগতে উপস্থিত আছিল শংকৰদেৱ কলাক্ষেত্ৰৰ উপ -সভাপতি জীতুল সোণোৱাল, ডঃ পৰমানন্দ মজুমদাৰ, ডঃ অকুন্ঠিতা বৰঠাকুৰ, অৱসৰ প্ৰাপ্ত ডিজিপি ভাস্কৰজ্যোতি মহন্ত, আৰ্কিটেক্ট বিশ্ব দত্ত, অৱনী বৰা, লেখিকা নম্ৰতা দত্ত, চিত্ৰ পৰিচালক কেনী বসুমতাৰী আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তি ৷

বিশ্ববিদ্যালয়খনিৰ দেশী বিদেশী ছাত্ৰছাত্ৰীয়ে নিজ দেশৰ পৰম্পৰাগত পোচাক পিন্ধি অতিথি সকলক আদৰণি জনোৱা দৃশ্যই পৰিবেশটিক এটা বিৰল ৰূপ প্ৰদান কৰিছিল৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Down Town UniversityGuwahatiHarinarayan Dattabarua Memorial Lecture
publisher

publisher

Related Posts

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d