Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

    Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান

    MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !

    Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ

    Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া

    Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Sivasagar : শিৱসাগৰ জিলাৰ বিধায়কসকলৰ স’তে হোৱা বৈঠকত মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত

publisher by publisher
April 24, 2023
in News, Assam
Reading Time: 3 mins read
0

Sivasagar :

12a86ff3 27df 42c1 9d28 7655d0498980 1ৰংঘৰৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্পও হ’ব । বৃহৎ প্ৰকল্প হ’ব বুলি বৈঠকত ঘোষণা। উল্লেখযোগ্য যে ১২৪ কোটি টকাৰে ৰংঘৰ প্ৰকল্প লোৱা হৈছে আৰু প্ৰায় ৩৩ কোটি টকা মাটি অধিগ্ৰহণত ব্যয় হৈছে।

ADVERTISEMENT

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ মানি লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা— শিৱসাগৰত এটা বিমান বন্দৰ নিৰ্মাণ হ’ব । কেন্দ্ৰলৈ পঠিয়াব প্ৰস্তাৱ। মাটি চাবলৈ মুখ্যমন্ত্ৰীৰ ডিচিক নিৰ্দেশ।

276bee48 f8ad 4bbc 921d ddc817edabc0 1ৰংঘৰ-তলাতল ঘৰৰ মাজত নতুন পথ হ’ব , হেৰিটেজ ৱাক হ’ব গ্ৰীন ক’ৰিড’ৰ হ’ব অথবা ৰ’পৱে হ’ব। ৰংঘৰৰ সন্মুখৰ পথটো বহল হ’ব। তদুপৰি মুখ্যমন্ত্ৰীক ঐতিহাসিক শিৱসাগৰৰ পথবোৰ বহলকৰণৰ আৰু নলা-নৰ্দমা নিৰ্মাণৰ প্ৰস্তাৱ দিলে বিধায়ক অখিল গগৈয়ে।

ৰংঘৰত হ’ব লাইট এণ্ড চাউণ্ড শ্ব’। তদুপৰি দিনটোৰ ২৪ ঘণ্টাই প্ৰদৰ্শিত হ’ব আন্তৰাষ্ট্ৰীয় মানৰ অসম বুৰণ্জী সম্পৰ্কীয় ডকুমেণ্টৰী। তাৰবাবে ৰংঘৰ প্ৰকল্পত বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ অনুসৰি অতিৰিক্তভাৱে স্থাপন হ’ব অত্যাধুনিক প্ৰেক্ষাগৃহ।

b91fb5bc 8443 4cac 9dfa 93864b7a9cdfৰংঘৰ প্ৰকল্পৰ ৩০০০জন দৰ্শক বহিব পৰা মূল এম্পিথিয়েটাৰটো থাকিবই; কিন্তু বিধায়ক গগৈৰ প্ৰস্তাৱ অনুসৰি অত্যাধুনিক ৰঙ্গমণ্চ এখন স্থাপন হ’ব। তাত থলুৱা বিভিন্ন জনগোষ্ঠীৰ নিজ নিজ লোক কৃষ্টি দিন-ৰাতি প্ৰদৰ্শন চলি থাকিব, বিহু দিনভৰ চলিব, হ’ব তাই নৃত্যৰ প্ৰদৰ্শন।

ৰংঘৰ প্ৰকল্পৰ মূল “আৰ্টিজান ভিলেজ”ৰ ধাৰণাটো বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ মৰ্মে ব্যাপক হ’ব। ঘৰবোৰ বিভিন্ন জনগোষ্ঠীৰ ঘৰৰ আৰ্হিৰ হ’ব।তাত বিভিন্ন জনগোষ্ঠীৰ তাঁত শালত শিপিনীয়ে তাঁত বৈ থাকিব।বস্ত্ৰ শিল্পৰ এটা মিউজিয়াম হ’ব।

aac40f5f 3bfa 4b1e 8c69 32484e8d0c67মূল ৰংঘৰ প্ৰকল্পৰ “ফুড কৰ্ট”ৰ ধাৰণাটো বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ অনুসৰি সম্পূৰ্ণ বদলি যাব। এতিয়া ম’ম’, চাওমিন আদিৰ দৰে পোৱা আধুনিক ৰেষ্টুৰেণ্ট থাকিব যদিও আমাৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ বহু ষ্টল হ’ব; ঘৰবোৰো থলুৱা আৰ্হিৰ হ’ব।

গেষ্ট হাউচটো বিধায়কজনৰ প্ৰস্তাৱ অনুসৰি পূৰ্বতকৈ বৃহৎ হ’ব। কিন্তু এতিয়া G+2 ৰ নহ’ব, হ’ব জি+১। কাৰণ নহ’লে ৰংঘৰতকৈ ওখ হৈ যাব। অখিল গগৈৰ দাবী আছিল ৰংঘৰতকৈ ৰংঘৰ প্ৰকল্পৰ কোনো ঘৰ ওখ কৰিব নোৱাৰিব।আনকি ৱাটচ টাৱাৰো ৰংঘৰতকৈ চাপৰ হ’ব। মুখ্যমন্ত্ৰীয়ে মানি লৈছে।

ৰংঘৰ প্ৰকল্পৰ কোনো ঘৰ বা ষ্ট্ৰাক্সাৰৰ ডিজাইন ৰংঘৰৰ দৰে হ’ব নোৱাৰিব— অখিল গগৈৰ দাবী। ৰংঘৰত ডুপ্লিকেট ৰংঘৰ নালাগে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মূল ডিজাইন সলাই আন আহোম স্থাপত্ত্যৰ আৰ্হিত কৰা হওক।

মূল ডিজাইনতকৈ ষ্টাফ কোৱাৰ্টাৰ অধিক কৰ্মচাৰী ৰাখিব পৰাকৈ ডাঙৰ কৰা হ’ব।ব’ট হাউচটোৰ প্লাষ্টিকৰ পেডেল ব’ট সলনি কৰি অসমৰ পৰম্পৰাগত নাওঁ দিবলৈ সিদ্ধান্ত। ব’ট হাউচৰ আৰ্হিটো অসমৰ নাওঁ ঘাটৰ কৰিবলৈ প্ৰস্তাৱ।

ৰংঘৰ প্ৰকল্পৰ কেন্দ্ৰত স্বৰ্গদেউ চুকাফা, প্ৰমত্ত সিংহ, ৰূদ্ৰসিংহ, সতী জয়মতী,লাচিত বৰফুকন আদিৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তাৱ। সমিতিয়ে সিদ্ধান্ত ল’ব।কিন্তু ৰংঘৰ প্ৰকল্পৰ ভিতৰতে অন্য ঠাইত বীৰ চিলাৰায়, নৰনাৰায়ণ, অন্যান্য গুৰুত্বপূৰ্ণ ৰজাৰ ছবি, সতী সাধনী, মৰাণসকলৰ ৰজা আদিৰ ছবি ৰাখিবলৈ প্ৰস্তাৱ। কাৰ কাৰ মূৰ্তি অথবা ছবি ৰাখিব তাৰ সিদ্ধান্ত ল’বলৈ বিশেষজ্ঞ সমিতি থাকিব।

শিৱসাগৰ নগৰৰ প্ৰৱেশ পথত দুখন হেৰিটেজ ৱেলকাম গেট স্থাপন; এখন ভতিয়াপাৰত আনখন দৰিকাপাৰত।জয়মতীৰ ফাকুৱা দ’লৰ পানী নিস্কাষণৰ বাবে প্ৰস্তুত কৰা Estimate ত সন্মতি প্ৰদান।শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, পুৰণি পুখুৰী আৰু ন পুখুৰী চাফা কৰি desiltationৰ প্ৰস্তাৱ ৰখা হৈছে।

যমুনা চাফা কৰা আৰু desiltationৰ প্ৰস্তাৱ ৰখা হৈছে।ৰংঘৰ প্ৰকল্পৰ গেট আৰু ৰংঘৰৰ গেট পৃথক হ’লে হ’ব পৰা অসুবিধা উত্থাপন।পৰাপক্ষত ৰংঘৰৰ আগফালেৰেহে পৰ্যটক প্ৰৱেশৰ প্ৰস্তাৱ।

ৰংঘৰ প্ৰকল্পৰ নামত যাতে ৰংঘৰৰ গুৰুত্ব হ্ৰাস নাপায়, ঐতিহ্য ম্লান নহয়, গৰিমাত আঘাত নপৰে তাৰবাবে নিৰ্দিষ্ট প্ৰস্তাৱ উত্থাপন। অখিল গগৈৰ দাবী—- ৰংঘৰ প্ৰকল্পৰ অভিকেন্দ্ৰ হ’ব লাগিব কেৱল ৰংঘৰ; ৰংঘৰৰ গৰিমা হ্ৰাস কৰা কোনো আৰ্হি, কোনো আধুনিক গৃহ নিৰ্মাণ মানি লোৱা নহ’ব। মুখ্যমন্ত্ৰীৰ সন্মতি প্ৰকাশ।

এই বৃহৎ ঘোষণাসমূহ কৰা বাবে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamCMHimanta Biswa SarmaSivsagar
ShareTweetShareSend
publisher

publisher

Related Posts

Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন
India

May 28, 2023
Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান
Assam

May 27, 2023
MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !
India

MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !

May 27, 2023
Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ
Assam

Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ

May 27, 2023
Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া
India

Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া

May 27, 2023
Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ
International

Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ

May 27, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: