Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Golden Sprout Bean Crop Disappeared:নগাঁৱৰ পথাৰৰ পৰা অদৃশ্য হৈ পৰিল সোণা মণ্ড মাহৰ খেতি

publisher by publisher
December 27, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Golden Sprout Bean Crop Disappeared:নগাঁৱৰ পথাৰৰ পৰা অদৃশ্য হৈ পৰিল সোণা মণ্ড মাহৰ খেতি
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

Golden Sprout Bean Crop Disappeared:

নগাঁও জিলাৰ অধিকাংশ কৃষিভূমিয়েই এতিয়া থলুৱা অসমীয়া খেতিয়কৰ হাতৰ পৰা ওলাই গৈছে। কৃষি কার্যৰ প্রতি আগ্রহ নাইকিয়া হৈ পৰা থলুবা অসমীয়া লোকসকলৰ কিছুমানে কৃষিভূমি ধৰ্মীয় সংখ্যালঘু সম্প্রদায়ৰ লোকক বিক্রী কৰি দিলে।

ADVERTISEMENT

আন একাংশই আধি-চুক্তি দি চহৰমুৱা হ’ল। মুঠতে জিলাখনৰ বিভিন্ন অঞ্চলত এতিয়া থলুৱা অসমীয়াৰ কৃষিপথাৰ তেওঁলোকৰ হাতৰ পৰা আঁতৰি গ’ল। থলুৱা অসমীয়া লোকসকলৰ পৰা খেতিপথাৰ ওলাই যোৱাৰ লগে লগেই সেই পথাৰসমূহৰ পৰা অদৃশ্য হৈ পৰিল কেতবোৰ আপুৰুগীয়া শস্য। সম্প্রতি নগাঁও জিলাৰ পথাৰৰ পৰা অদৃশ্য হৈ পৰা আপুৰুগীয়া শস্যসমূহৰ অন্যতম হ’ল সোণা মগু মাহৰ খেতি।

৮০ ৰ দশকলৈকে নগএগ থলুৱা খেতিয়কসকলে নিজৰ আটী আৰু বালিচহীয়া পথাৰত এই থলুৱা প্রজাতিৰ সোণা মণ্ডৰ খেতি কৰিছিল। এই সোণা মগুমাহ ৰবি শস্যৰ খেতি হিচাপে কৰা হৈছিল। পুহ-মাঘৰ ভিতৰত এই মগুমাহৰ ছেইবোৰ পৰিবলৈ আৰম্ভ কৰে। তেতিয়াই সেইবোৰ উভালি পথাৰতে শুকাবলৈ দি পাছত মৰণা মাৰি তাৰ সোণগুটি লেখীয়া বীজ উলিওৱা হয়।

সোণৰ দৰে বৰণ হোৱা হেতুকে এই মগু মাহক সোণা মগু বোলা হৈছিল। তাহানিতে জিলাখনৰ প্ৰায় প্ৰতিটো থলুৱা অসমীয়া কৃষক পৰিয়ালেই এই সোণা মণ্ডৰ খেতি কৰিছিল। অতি সুস্বাদু আছিল এই সোণা মগু সাধাৰণতে এই সোণা মগু মাহ সকামৰ প্ৰসাদ আৰু তৰকাৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল। এটা সময়ত নগঞা কৃষক ৰাইজে প্রসাদত ‘সোণা মগুৰ বাহিৰে অন্য কোনো মগু ব্যৱহাৰেই কৰা নাছিল।

সোণামগু গছৰ মৰণা মাৰি চালনিৰে চালি মগু মাহবোৰ উলিওৱাৰ পাছত ৰৈ যোৱা ঘূগুলাবোৰ গৰু-ম’হৰ উৎকৃষ্ট খাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল। ৮০ৰ দশকৰ আগলৈকে কৃষি প্রধান নগাঁও জিলাত শীতকালীন ৰবি শস্য সোণা মগু মাহ প্রায় ৫০০ মেট্রিকটন পর্যন্ত উৎপন্ন হৈছিল। এতিয়া সেইবোৰ সাধুকথাৰ দৰে হ’ল।

স্মর্তব্য যে এই সোণা মগুমাহৰ খেতি কোনো ধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্রয়োগ নকৰাকৈয়ে তেতিয়া থলুৱা অসমীয়া খেতিয়কসকলে কৰিছিল।

এতিয়া জিলাখনৰ এমুঠিমান খেতিয়কে গ্রীষ্মকালীন মুগ মাহৰ খেতিহে কৰে। এই মুগ মাহ জিলাখনত বছৰি ৩০৮ মেট্রিকটন উৎপন্ন হয়। এতিয়াৰ প্ৰজন্মৰ বাবে সম্পূৰ্ণ অপৰিচিত হ’ল তাহানিৰ সোণোৱালী মগু মাহ, অর্থাৎ সোণা মগু আৰু সোণা মগুৰ খেতি। এই বিলুপ্ত হৈ পৰা সোণা মগুৰ খেতিক পুনৰ আৰম্ভ কৰাৰ ক্ষেত্রত কৃষি – বিভাগে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কৃষি প্রধান জিলাখনত বিলুপ্ত হোৱা আন এবিধ শস্য হ’ল আহুধানৰ খেতি।

গ্রীষ্মকালীন এই আহুধানৰ খেতিও জিলাখনৰ পথাৰৰ পৰা অদৃশ্য হৈ পৰিল। অথচ ৮০ৰ দশকৰ আগলৈকে জিলাখনত প্রায় তিনিশ মেট্রিকটন গ্রীষ্মকালীন আহু ধান উৎপাদন হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DisappearedGolden Sprout Bean CropNagaon
publisher

publisher

Related Posts

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
Assam

গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d