Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
July 1, 2024
in Assam, India, News
Reading Time: 5 mins read
0
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

Protection of the Constitution vs. Emergency:সংবিধান ৰক্ষা বনাম ইমার্জেন্সী

# প্রাঞ্জলসেন ডেকা

নৱনিৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ পৰ্ব আৰম্ভ হোৱাৰ প্রাকক্ষণৰ পৰাই অষ্টাদশ লোকসভা যে যথেষ্ট উত্তপ্ত হ’ব, তাৰ স্পষ্ট ইংগিত পোৱা গ’ল। সদ্যসমাপ্ত সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভত ব্যর্থ হ’লেও সহযোগী দলৰ সমৰ্থনত নৰেন্দ্ৰ মোদীয়েই অনায়াসে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল। তেনেদৰেই পূৰ্বৰ কাৰ্যকালৰ দৰেই চৰকাৰৰ সকলোবোৰ গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বও একেকেইজন বিজেপি মন্ত্ৰীৰ হাততে থাকিল। অকল সেয়ে নহয়, সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই ওম বিৰলাকে পুনৰ লোকসভাৰ অধ্যক্ষ নির্বাচিত কৰা হ’ল।

ADVERTISEMENT

অধ্যক্ষ পদক লৈ প্রধানমন্ত্রী মোদী তথা বিজেপি সহযোগী দলৰ চাপৰ সন্মুখীন হ’ব বুলি ৰাজনৈতিক মহলত বিভিন্ন চর্চা চলিছিল যদিও তেনে কোনো পৰিস্থিতিৰ উদ্ভৱ নহ’ল; বৰঞ্চ উপাধ্যক্ষ পদ এৰি দিয়াৰ চৰ্তত বিৰোধীয়ে প্রতীকাত্মক ৰূপত অধ্যক্ষ পদত প্রার্থী থিয় কৰায় যদিও বিৰলা মৌখিক ভোটতে অনায়াসে জয়ী হয়। সহযোগী দলৰ চাপ দূৰৰে কথা, কোনো ধৰণৰ সক্ৰিয়তাই পৰিলক্ষিত নহ’ল। তেনেদৰেই সর্বাধিক আঠবাৰকৈ সাংসদ নির্বাচিত হোৱা কংগ্ৰেছৰ কে সুৰেশৰ পৰিৱৰ্তে সাতবাৰ সংসদলৈ নির্বাচিত বর্তমান বিজেপিৰ সাংসদ ভর্তৃহৰি মাহতাবকহে প্র’টেম অধ্যক্ষ নিযুক্তি দি চৰকাৰে আৰম্ভণিৰে পৰাই সংঘাতৰ বাৰ্তা প্ৰেৰণ কৰে।

আনকি পূৰ্বৰ বিভিন্ন চৰকাৰৰ কার্যকালত বিৰোধী পক্ষক এবি দিয়া লোকসভাৰ উপাধ্যক্ষৰ পদো এইবাৰ শাসক পক্ষই নিজৰ হাততে ৰাখিবলৈ বদ্ধপৰিকৰ হৈ থকা পৰিলক্ষিত হৈছে। নির্বাচনৰ পূৰ্বৰে পৰাই বিৰোধীয়ে ভাৰতীয় সংবিধান ৰক্ষাৰ যি ধ্বনি দি আহিছে, তাৰ প্ৰত্যাক্ৰমণৰ বাবে যে চৰকাৰ অধিক আগ্রাসী ৰূপত সাজু তাকো স্পষ্ট কৰি দিছে। তদুপৰি পূৰ্বতকৈ আসনৰ সংখ্যা যথেষ্ট হ্রাস পালেও বহুতে ধাৰণা কৰাৰ দৰে মোদী আৰু তেওঁৰ চৰকাৰ দুৰ্বলতো নহয়েই, বৰঞ্চ পূর্বব দৰেই যে শক্তিশালী তাক সংসদৰ প্ৰথমখন অধিবেশনৰ আৰম্ভণিতে পৰিষ্কাৰ কৰি দিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই।

নৱগঠিত সদনত প্ৰৱেশৰ প্রাকমুহূৰ্তত প্রধানমন্ত্রী মোদীয়ে সাংবাদিকৰ সম্মুখত দাঙি ধৰা বক্তব্যও প্ৰৰোচনাৰ নামান্তৰ। সংসদত চৰকাৰৰ ভূমিকাৰ বিষয়ে ব্যাখ্যাৰ পৰিৱৰ্তে তেওঁ বিৰোধীৰ ভূমিকাৰ ওপৰতহে প্রশ্ন উত্থাপন কৰে। তেওঁ আনকি সংসদত নাটক নকৰিবলৈও বিৰোধীক সকীয়াই দিয়ে।

এই কথা নিশ্চয় বহুতৰে মনত আছে যে মোদী চৰকাৰৰ দ্বিতীয়টো কার্যকালত শাসকপক্ষক সমালোচনাৰ বাবে সততে ব্যৱহাৰ কৰা বহুবোৰ শব্দ সংসদত অসাংবিধানিক আখ্যা দি নিষিদ্ধ কৰা হৈছিল। তাৰ ভিতৰতে আছিল নাটক শব্দটোও; অর্থাৎ সংসদত মন্ত্রী অথবা চৰকাৰে কোনো বিষয়ক লৈ নাটক কৰিছে বুলি কোনেও সমালোচনা কৰিব নোৱাৰিব, অথচ সেই সদনৰে দুৱাৰমুখত থিয় হৈ স্বয়ং প্রধানমন্ত্রীয়ে বিৰোধীক নাটক নকৰিবলৈ উপদেশৰ ছলেৰে মৃদু সকীয়নি দিয়ে।

গতিকে মুখত সহযোগিতাৰ কথা ক’লেও বাস্তৱত সংঘাতৰ মনোভাৱেই স্পষ্ট। নির্বাচনত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ইণ্ডিয়া মৰ্চাই মোদী চৰকাৰৰ বিৰুদ্ধে সংবিধান সলনিৰ পৰিকল্পনাক লৈ ব্যাপক প্ৰচাৰ চলায়। সংৰক্ষণ ব্যৱস্থাকে ধৰি দেশৰ পিছপৰা লোকসকলৰ অধিকাৰসমূহ কর্তন কৰিবলৈ সংবিধান সলনিৰ উদ্দেশ্যেই বিজেপিয়ে চাৰিশৰ অধিক আসন দখলৰ পৰিকল্পনা কৰিছে বুলি ঘাইকৈ কংগ্ৰেছ আৰু দলব নেতা ৰাহুল গান্ধীয়ে চলোৱা আগ্রাসী প্ৰচাৰৰ ফলতে এইবাৰ বিজেপিয়ে ৬৩ খন আসন হেৰুৱাই সংখ্যাগৰিষ্ঠতা লাভত ব্যর্থ হয়। প্রধানমন্ত্রী মোদী আৰু বিজেপিয়ে এই অভিযোগৰ যোগ্য তথা দেশবাসীক বিশ্বাসযোগ্য প্রত্যুত্তৰ দিয়াত ব্যর্থ হয়।

নবগঠিত লোকসভাৰ বিৰোধী মৰ্চাৰ সদস্যসকলে হাতত ভাৰতীয় সংবিধানৰ কপি একোখনকৈ লৈ সংবিধান জয় ধ্বনি দি শপতগ্রহণ কৰে। আনকি সংসদৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সময়তে বিৰোধীয়ে সংসদৰ চৌহদত সংবিধান হাতত লৈ সংবিধান ৰক্ষাৰ দায়বদ্ধতাৰ প্রতিশ্রুতি দোহাৰে। ইয়াৰ জৰিয়তে বিৰোধীয়ে স্পষ্ট কৰি দিয়ে যে আগন্তুক দিনতো একেই ইছ্যু লৈ তেওঁলোক আগবাঢ়িব।

স্বাভাৱিকতে বিৰোধীৰ এনে আগ্রাসী মনোভাবে বিজেপিৰ অস্বস্তি বৃদ্ধি কৰিছে। আগন্তুক সময়ছোৱাত অনুষ্ঠিত হ’বলগীয়া মহাৰাষ্ট্ৰ, হাৰিয়ানা, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, দিল্লী আৰু বিহাৰৰ বিধানসভা নির্বাচনতো সংবিধান সলনিৰ ইছ্যুটোৱে দলিত, আদিবাসী অথবা অতি পিছপৰাসকলৰ মাজত গুৰুত্ব লাভ কৰিলে বিজেপি বৃহৎ ক্ষতিৰ সম্মুখীন হ’বলগীয়া হোৱাৰ আশংকাই অধিক।

গতিকে আগ্রাসীভাৱে তাৰ প্ৰত্যুত্তৰ দিবলৈ বিজেপিয়ে ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰে দেশত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাক সম্মুখলৈ আনিছে। মোদী চৰকাৰৰ বিগত ১০ বছৰীয়া কার্যকালত দেশত অঘোষিত জৰুৰীকালীন অৱস্থা চলি থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। ইন্দিৰা গান্ধীৰ ইমার্জেন্সীৰ প্ৰসংগ আনি বিজেপিয়ে এই অভিযোগবোৰ তল পেলাবলৈ কৌশল গ্রহণ কৰিছে। ১৯৭৫ ত ১৯ মাহৰ বাবে বলবৎ কৰা ইমার্জেন্সীৰ সময়ছোৱা দেশৰ গণতান্ত্রিক ইতিহাসৰ এক ক’লা অধ্যায়ৰূপেই স্বীকৃত হৈ আহিছে;

কিয়নো তেতিয়া নাগৰিকৰ সকলো ধৰণৰ গণতান্ত্রিক অধিকাৰ খৰ্ব কৰা হৈছিল। মোদী চৰকাৰৰ এনে পৰিকল্পনাৰ অংশৰূপেই অধ্যক্ষ নির্বাচিত হোৱাৰ পাছত দিয়া ভাষণত বিৰলাই ইন্দিৰা গান্ধীৰ ইমার্জেন্সীক সমালোচনা কৰাৰ লগতে ইয়াক গৰিহণা দি সংসদত এক প্রস্তাৱ গৃহীত কৰায়। কংগ্রেছক প্রতি আক্ৰমণৰ বাবেই যে আকস্মিকভারে এই প্রস্তাৱ উত্থাপন কৰা হয়, তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

অধ্যক্ষই সেই সময়ছোৱাত চৰকাৰী বাহিনীৰ দ্বাৰা বিৰোধীৰ ওপৰত চলা অত্যাচাৰৰ বিষয়েও উল্লেখ কৰে। ইন্দিৰা গান্ধীৰ জৰুৰী অৱস্থা এক ঐতিহাসিক সত্য আৰু কলংক, যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু এই কথাও ঠিক যে সেই বিষয় লৈ ইতিমধ্যে যথেষ্ট আলোচনা আৰু অধ্যয়ন হৈ গৈছে। ইয়াত নতুনকৈ আৰু সংযোগ কৰিবলগীয়া অথবা উদ্ধাৰ কৰিবলগীয়া কোনো বিষয় আছে বুলিও মনে নধৰে। কেৱল চর্বিত চর্বণৰ জৰিয়তে আজিৰ প্রয়োজনীয় বিষয়সমূহৰ পৰা দেশবাসীৰ দৃষ্টি আঁতৰ কৰাটো সম্ভৱ হ’বনে,

সেয়াহে আগন্তুক সময়ছোৱাত লক্ষ্যণীয় হ’ব। পৰিতাপৰ বিষয় যে অধ্যক্ষ নির্বাচিত হোৱাৰ পাছৰে পৰা বিৰলাই বিৰোধী সদস্যসকলৰ প্ৰতি কঠোৰ মনোভাৱ প্রদর্শন কৰা বুলি অসন্তুষ্টিৰ সৃষ্টি হৈছে। বিশেষকৈ কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ শশী থাৰুৰৰ লগতে দীপেন্দৰ হুদাৰ প্রতি বাক্যবাণ তথা নীটৰ প্ৰসংগ উত্থাপনৰ সময়ত বিৰোধী দলপতি ৰাহুল গান্ধীৰ মাইক বন্ধ কৰি দিয়াক লৈ কংগ্ৰেছে আপত্তি প্রদর্শন কৰিছে।

অধ্যক্ষ বিৰলাৰ বিগত কার্যকালত কথাই কথাই বিৰোধী সাংসদৰ মাইক বন্ধ কৰি দিয়া, অভিলেখসংখ্যক ডেৰ শতাধিক সাংসদক সংসদৰ কাৰ্যসূচীৰ পৰা বহিষ্কাৰ কৰা আদিৰ দৰে ঘটনা নতুন কার্যকালত দৃষ্টিগোচৰ নহ’ব বুলি বিৰোধীয়ে আশা প্রকাশ কৰিছিল যদিও প্রথম দিনৰ পৰাই তাৰ ওলোটা ৰূপহে পৰিলক্ষিত হৈছে।

অধ্যক্ষ নির্বাচনৰ পাছদিনা ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে দিয়া অভিভাষণতো ইমার্জেন্সীৰ প্ৰসংগই গুৰুত্বপূর্ণ স্থান দখল কৰে। তেওঁ ইয়াক কঠোৰভাৱে গৰিহণা দিয়ে। ৰাষ্ট্ৰপতিৰ ভাষণ যিহেতু চৰকাৰৰহে বক্তব্য, গতিকে ইয়াৰ জৰিয়তে চৰকাৰে স্পষ্ট কৰি দিয়ে যে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা কংগ্ৰেছৰ সংবিধান ৰক্ষাৰ ধ্বনি দিয়াৰ কোনো অধিকাৰ নাই; কিয়নো দেশৰ সংবিধান ইন্দিৰা গান্ধীৰ শাসনকালতহে সংকটৰ গৰাহত পৰিছিল।

সংবিধান ৰক্ষাৰ ৰণকৌশলৰে আগবাঢ়ি অহা কংগ্রেছক যে ইমার্জেন্সীৰ প্ৰসংগই কিছু হ’লেও অবদমিত কৰে তাত সন্দেহ নাই; কিয়নো ইমার্জেন্সীৰ প্ৰসংগত ইণ্ডিয়াৰ একাংশ সহযোগী দলো কংগ্রেছৰ সমর্থনত থিয় দিব নোৱাৰে। সেইবাবেই অধ্যক্ষ বিৰলাই ইমার্জেন্সী বিৰোধী প্রস্তাৱ পাঠ কৰাৰ সময়ত কংগ্রেছ সদস্যসকলে প্রতিবাদ জনায় যদিও সহযোগী সমাজবাদী পার্টি, ডিএমকে, আৰজেডি আদি দলৰ সদস্যসকল নীৰৱে ৰয়। অৱশ্যে অধ্যক্ষ বিৰলাৰ এনে পদক্ষেপক লৈ কংগ্রেছে আনুষ্ঠানিকভাবে আপত্তি প্রদর্শন কৰিছে।

আনকি বিৰোধী দলপতিৰূপে দায়িত্ব গ্রহণৰ পাছত অধ্যক্ষক সৌজন্যমূলক সাক্ষাতৰ সময়ত ৰাহুল গান্ধীয়েও ইমার্জেন্সী সম্পর্কীয় প্রস্তাৱ উত্থাপন অপ্রয়োজনীয় আছিল বুলি বিৰলাক মৌখিকভাবে অৱগত কৰে। ৰাহুলে দোহাৰে যে এই বিষয়টোক লৈ বহুবাৰ সংসদত আলোচনা হৈছে আৰু কংগ্ৰেছে তাৰ বাবে ক্ষমা প্রার্থনাও কৰিছে।

কংগ্রেছ মহলে ক’ব খোজে যে অর্ধ শতিকা পুৰণি ইমার্জেন্সীৰ প্ৰসংগ উত্থাপন কৰি বিজেপিয়ে নিজৰ অসুৰক্ষিত মনোভাৱকে প্রকট কৰিছে। আনকি মোদীৰ বিগত দুটা কার্যকালত কিমানবোৰ এনে পদক্ষেপ গ্রহণ কৰা হৈছে, যিবোৰে অঘোষিত জৰুৰীকালীন অবস্থাকে সূচায়, তাৰো বিস্তৃত তালিকা কংগ্ৰেছে প্রকাশ কৰিছে। ইমার্জেন্সী বলৱতৰ শাস্তি স্বৰূপে যি ভাৰতৰ জনতাই ১৯৭৭ ত ইন্দিৰা গান্ধী আৰু কংগ্ৰেছক বিতাড়িত কৰিছিল, সেই জনতাই মাত্র আঢ়ৈ বছৰ পাছত কংগ্রেছক ৩৫০ খনৰো অধিক শাসনত জয়ী কৰাইছিল।

স্বয়ং ইন্দিৰা গান্ধীকো দুটাকৈ লোকসভা সমষ্টিত বিপুল ভোটত নির্বাচিত কৰিছিল। তাৰ পাছতো ১৯৮০, ১৯৮৪, ১৯৯১, ২০০৪ আৰু ২০০৯ৰ লোকসভা নির্বাচনত দেশবাসীয়ে কংগ্ৰেছৰ সপক্ষেই জনমত দিছিল। গতিকে ইমার্জেন্সীৰ ইছ্যু এতিয়া অপ্রাসংগিক আৰু ইয়াৰ জৰিয়তে দেশৰ মূল সমস্যাসমূহ ঢাকি ৰাখিব পৰা নাযাব বুলি কংগ্ৰেছ মহলে দাবী কৰে।

কিন্তু এই কথাও ঠিক যে ইমার্জেন্সীৰ প্ৰসংগৰ কোনো উত্তৰ কংগ্ৰেছৰ হাতত নাই। গতিকে সংবিধান সলনিৰ জৰিয়তে দলিত-আদিবাসী-অতি পিছপৰাসকলৰ অধিকাৰ কাঢ়ি নিয়াৰ প্ৰচাৰক ৰোধ কৰিবলৈ বিজেপিয়ে ইয়াকে উপযুক্ত আৰু কার্যকৰী অস্ত্রৰূপে ব্যৱহাৰ কৰিব বিচাৰিছে।

আনকি ইমার্জেন্সীৰ বিষয়টো পুনৰ জাগ্রত কৰাৰ লক্ষ্যৰে বিজেপিয়ে দেশৰ প্ৰতিখন জিলাত জনসভা আয়োজনৰ কাৰ্যসূচী প্রস্তুতত ব্যস্ত হৈছে। এনে সভাবোৰৰ জৰিয়তে কংগ্ৰেছে ইমার্জেন্সী বলৱৎ কৰি কিদৰে সংবিধানৰ টেটু চেপিছিল, তাক দেশবাসীৰ সম্মুখত পুনৰ দাঙি ধৰিব বিচৰা হৈছে।

এনে পৰিপ্ৰেক্ষিতত লোকসভা নির্বাচনৰ ফলাফলৰ পাছত শাসক আৰু বিৰোধীৰ মাজত সহমত আৰু সহযোগৰ যি সম্ভাৱনা পৰিলক্ষিত হৈছিল, এনেবোৰ অভিযোগ-প্রতিঅভিযোগে প্রথম দিনাই তাক নির্বাপিত কৰিলে। ধাৰণা কৰা হৈছিল যে সংখ্যাগৰিষ্ঠতা লাভৰ পৰা যথেষ্ট দূৰত থাকি সহযোগী দলৰ সমর্থনত চৰকাৰ গঠন কৰিবলগীয়া হোৱাৰ ফলত বিৰোধীৰ প্ৰতি বিজেপিৰ মনোভাব কিছু সলনি হ’ব।

পূর্বতকৈ যথেষ্ট শক্তিশালী হৈ পৰা বিৰোধীক এইবাৰ পূৰ্বৰ দৰে উলাই কৰাটো সম্ভৱ নহ’ব বুলিয়ে কোৱা হৈছিল। কিন্তু শাসক-বিৰোধী পক্ষই আৰম্ভণিৰে পৰা যি মনোভাৱ প্রদর্শন কৰিলে, সিয়ে এই কথা নিশ্চিত কৰিলে যে এইবাৰৰ লোকসভা সহমত আৰু সহযোগৰ নহয়; বৰঞ্চ অধিক সংঘাতপূর্ণহে হ’ব।

বিৰোধীয়েও ইতিমধ্যে বুজাই দিছে যে সদনত চৰকাৰৰ হাতত সংখ্যা বল অধিক থাকিলেও মনোবল তেওঁলোকৰ অধিক আছে; কিয়নো শাসক পক্ষৰ আসন হ্রাস পোৱাৰ বিপৰীতে বিৰোধীৰ যথেষ্ট বৃদ্ধি পাইছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EmergencyPranjalsen DekaProtection of the Constitutionspl Articls
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d