Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

publisher by publisher
November 25, 2024
in News, Assam, India
Reading Time: 4 mins read
0
adani
1
SHARES
5
VIEWS
ShareShareShareShare

নীৰৱতাই কৈ যোৱা কথাবোৰ

# প্রাঞ্জলসেন ডেকা

গুৰুতৰ দুৰ্নীতি-অনিয়মৰ অভিযোগক লৈ আকৌ এবাৰ গভীৰ বিতৰ্কত সোমাই পৰিছে বিশ্বৰ অন্যতম ধনী ভাৰতীয় উদ্যোগপতি গৌতম আদানী। স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠৰূপে চৰ্চিত আদানীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বিভিন্ন পক্ষই ভয়াৱহ দুর্নীতি-প্ৰৱঞ্চনাৰ তথ্য ফাদিল কৰি আহিছে যদিও সেইবোৰৰ যথোচিত তদন্ত কেতিয়াও হোৱা নাই। সম্প্রতি আমেৰিকাৰ আদালতত আদানী বাহিনীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে এই অভিযোগত যে ২৫ কোটি ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত দুহেজাৰ কোটি টকাৰো অধিক অংকৰ উৎকোচ আদায় দিয়া হৈছে লোভনীয় ঠিকা লাভৰ বাবে।

ADVERTISEMENT

মার্কিন যুক্তৰাষ্ট্ৰৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন (এছইচি) এ আদানী গোটৰ অধ্যক্ষ গৌতম আদানী, তেওঁৰ ভতিজাক সাগৰ আদানী আৰু আন ছজন ব্যক্তিৰ বিৰুদ্ধে এনে অভিযোগ আদালতত দাখিল কৰিছে। এই অভিযোগনামা মর্মে আদালতে আদানী প্রমুখ্যে আটাইকেইজন অভিযুক্তলৈ গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

উল্লেখ্য যে এছইচি হৈছে ভাৰতৰ ছেবিৰ দৰে সংস্থা যি শ্বেয়াৰ বজাৰৰ জৰিয়তে হোৱা বিনিয়োগৰ ওপৰত সতর্ক দৃষ্টি ৰাখে আৰু আমেৰিকাৰ বিনিয়োগকাৰীসকল যাতে কোনো ধৰণৰ জালিয়াতি অথবা প্রবঞ্চনাৰ বলি হ’বলগীয়া নহয় তাক নিশ্চিত কৰে। ইয়াৰ বিপৰীতে ভাৰতত ছেবিয়ে সঠিকভাবে নিজৰ দায়িত্ব পালন নকৰা হেতুকেই দেশত লক্ষ লক্ষ কোটি টকাৰ শ্বেয়াৰ কেলেংকাৰি সংঘটিত হৈ আহিছে। আনকি আদানীৰ বিৰুদ্ধে বিগত কালছোৱাত অভিযোগ উত্থাপিত হৈ অহা দুর্নীতিৰ ঘটনাবোৰ ছেবিৰ শীর্ষ কর্তৃপক্ষৰে অসাধু বুজাবুজিৰ জৰিয়তেই সম্পন্ন হৈ আহিছে বুলি প্রকাশ পাইছে। স্বয়ং নিয়ামক সংস্থাই এনেদৰে দুর্নীতি-জালিয়াতি চলাই যাবলৈ দিয়াৰ আঁৰত কাৰ সেউজ সংকেত আছে বুলি সেয়ে চর্চিত হৈ আহিছে।

অৱশ্যে এইখিনিতে প্রশ্ন উত্থাপিত হৈছে যে আদানীয়ে উৎকোচ দি ভাৰতত ঠিকা আদায় কৰাক লৈ আমেৰিকাৰ আদালতত গোচৰ ৰুজু হ’ল কেনেকৈ? নিউয়ৰ্কৰ আদালতত দাখিল কৰা অভিযোগনামাত কোৱা হৈছে যে আদানী আৰু সহ অভিযুক্তসকলে উৎকোচ প্রদান কৰি ঠিকা আদায় (যাক আমেৰিকাত ‘ব্রাইবেৰী স্কীম’ৰূপে অভিহিত কৰা হয়)ৰ বিষয়ে কোনো ধৰণৰ তথ্য প্রকাশ নকৰাকৈয়ে আমেৰিকা আৰু বিদেশী বিনিয়োগকাৰীৰ পৰা পুঁজি সংগ্ৰহ কৰিছে।

এই অপৰাধ মার্কিন যুক্তৰাষ্ট্ৰৰ বিনিয়োগকাৰীৰ পুঁজিৰ জৰিয়তে কৰা হৈছে। সেয়েহে অভিযুক্তসকলৰ বিৰুদ্ধে ভ্রষ্টীচাৰ, প্রবঞ্চনা আৰু আইনী প্রক্রিয়াত বাধাদানৰ গোচৰ চলোৱা হ’ব। লাগিলে এনে কার্য পৃথিৱীৰ যিকোনো প্রান্ততে কৰা নহওক কিয়। আদানীৰ বিৰুদ্ধে এই তদন্তত জড়িত আমেৰিকাৰ অনুসন্ধানকাৰী সংস্থা এফবিআইয়ে কৈছে যে অভিযুক্তসকলে উৎকোচৰ দুর্নীতিৰ সম্পৰ্কত ভুল পথে পৰিচালিত কৰি পুঁজি সংগ্ৰহ কৰি বিনিয়োগকাৰীসকলক প্রবঞ্চনা কৰিছে। আনকি চৰকাৰী তদন্ত প্রক্রিয়াত বাধাদান কৰি উৎকোচ আদায়ৰ ষড়যন্ত্রক গাপ দিয়াৰো অপচেষ্ট চলাইছে বুলি কোৱা হৈছে। আনহাতে, নিউয়ৰ্কৰ এটর্ণী কার্যালয়ে কৈছে যে এই ঠিকাৰ জৰিয়তে আদানী গোটে ১৭ হেজাৰ কোটি টকাৰ মুনাফা আদায়ৰ লক্ষ্য ধাৰ্য কৰিছিল।

লক্ষ্যণীয়ভাবে নিউয়ৰ্কৰ আদালতত গোচৰ নিষ্পত্তি হোৱাৰ পূর্বে আমেৰিকাৰ এছইচিয়ে আদানী আৰু সহ অভিযুক্তসকলক বৃহৎ পৰিমাণৰ জৰিমনা বিহাৰ লগতে দেশখনত আর্থিক কার্যকলাপত জড়িত হোৱাটো স্থায়ীভাৱে নিষিদ্ধ কৰিব পাৰে।

অকল আমেৰিকাৰ আদালতত ৰুজু হোৱা এই গোচৰেই নহয়, আন কে’বাখন দেশতো আদানী যথেষ্ট বিতৰ্কৰ গৰাহতপতিত হৈছে। ২০১৭ত আদানী এণ্টাৰপ্ৰাইজেছক লৈ অস্ট্রেলিয়াত যথেষ্ট বিতৰ্কৰ সূত্রপাত হৈছিল। অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত কাৰমাইকেল কয়লা খনিৰ ঠিকা আদানীক প্ৰদানৰ প্ৰতিবাদত স্থানীয় বাসিন্দা তথা বিভিন্ন সংগঠনে ৰাজপথত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিৱেশ সংক্রান্তীয় নীতি উলংঘাৰ অভিযোগত আদানীৰ বিৰুদ্ধে কুইন্সলেণ্ডত সুদীর্ঘ ৪৫ দিন ধৰি ‘স্টপ আদানী’ আন্দোলন চলে।

তেনেদৰে ২০২২ৰ জুনত শ্রীলংকাৰ ছিলোন বিদ্যুৎ পৰিষদৰ অধ্যক্ষই দেশৰ এক সংসদীয় সমিতিক জনায় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্রীলংকাৰ তদানীন্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপক্ষক হেঁচা প্রয়োগ কৰিছিল আদানীক এক বিদ্যুৎ প্রকল্পৰ ঠিকা প্রদান কৰিবলৈ। সেই মর্মে মন্নাৰ জিলাৰ বায়ুশক্তি প্রকল্প আদানীক গতাই দিয়া হয়। এই কথা ৰাজহুৱা হোৱাৰ পাছতে দ্বীপৰাষ্ট্ৰখনত যথেষ্ট বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হয়।

একেদৰে যোৱা ২০২৩ৰ জানুৱাৰীত মার্কিন সংস্থা হিন্ডেনবার্গ ৰিছাৰ্চে প্ৰকাশ কৰা এক গৱেষণামূলক প্রতিবেদনে আদানী গোটৰ প্ৰৱঞ্চনা আৰু দুর্নীতিৰ ক’লা অধ্যায় বিশ্বৰ সমুখত মুকলি কৰি দিয়ে। ভুৱা তথ্য আৰু প্ৰৱঞ্চনাৰে শ্বেয়াৰৰ মূল্য কৃত্রিমভাৱে বৃদ্ধি কৰি আদানীয়ে কিদৰে লক্ষ লক্ষ কোটি টকা সংগ্রহ কৰি আহিছে, তাৰ লগতে কোম্পানীটোৰ বিভিন্ন বিত্তীয় অনিয়মৰ বিষয়ে প্রতিবেদনত বিস্তৃতভাৱে সদৰী কৰা হয়। সেই সময়ত বিশ্বৰ তৃতীয় সবাতোকৈ ধনী ব্যক্তিৰ স্থান অধিকাৰ কৰি থকা আদানীৰ এনে ভ্রষ্টচাৰে ভাৰত বাদেই, সমগ্র বিশ্বৰে চকু কপালত তোলে।

অৱশ্যে আদানীৰ তৰফৰ পৰা এই প্রতিবেদনক অসত্য বুলি আখ্যা দিয়াৰ লগতে ইয়াক ‘ভাৰতৰ বিৰুদ্ধে সুপৰিকল্পিত আক্রমণ’ৰূপে অভিহিত কৰা হয়। সম্প্রতি আমেৰিকাৰ আদালতত উত্থাপন হোৱা গোচৰ আৰু গ্ৰেপ্তাৰী পৰোৱানাৰ প্রসংগতো আদানীয়ে একে ধৰণৰ বিবৃতি প্রকাশ কৰিয়ে দায় সৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।

অকল সেয়ে নহয়, নিউয়ৰ্কৰ আদালতত গোচৰৰ বিষয়ে প্ৰকাশৰ পাছদিনাই কেনিয়া চৰকাৰে নাইৰোবি বিমান বন্দৰ সম্প্ৰসাৰণ আৰু শক্তিখণ্ডৰ আন্তঃগাথনি উন্নীতকৰণক লৈ কৰা চুক্তি বাতিলৰ সিদ্ধান্ত ঘোষণা কৰে। কেনিয়াৰ এই চুক্তি অনুসৰি আদানীয়ে নাইৰোবি বিমান বন্দৰ সম্প্ৰসাৰণ কৰাৰ বিপৰীতে অহা ৩০ বছৰলৈ ইয়াৰ পৰিচালনাৰ দায়িত্ব লাভ কৰিলেহেঁতেন। আদানীৰ আগমনক কেন্দ্ৰ কৰি কেনিয়াত প্রতিবাদ অব্যাহত আছে।

এই চুক্তিত যথেষ্ট অনিয়ম তথা দুর্নীতিৰ আশ্রয় লোৱাৰ অভিযোগক কেন্দ্ৰ কৰিয়ে বিৰোধৰ সূত্রপাত হয়। দেশখনৰ ৰাষ্ট্ৰপতি উইলিয়াম কট’ তাৰ বাবে কেৱল বিৰোধী পক্ষৰে নহয়, দেশবাসীৰো যথেষ্ট সমালোচনাৰ সম্মুখীন হ’বলগীয়া হৈছে। তেনে সময়তে আমেৰিকাৰ আদালতত আদানীৰ বিৰুদ্ধে দুর্নীতি-প্রবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰী পৰোৱানা জাৰিৰ লগে লগে কেনিয়াৰ ৰাষ্ট্ৰপতিৰ চুক্তি বাতিলৰ ঘোষণাই ব্যাপক চর্চা লাভ কৰিছে।

অৱশ্যে এই দুখন চুক্তি বাতিলৰ বিষয়ে সদৰী কৰিলেও স্বাস্থ্য দপ্তৰৰ লগতে বিমান পৰিবহণ কর্তৃপক্ষৰে হ’বলগীয়া বহু হেজাৰ কোটিটকীয়া চুক্তিক লৈ ৰাষ্ট্ৰপতি কট’ নিমাত বুলি কেনিয়াৰ বিৰোধী নেতৃত্ব সৰৱ হৈছে। আনকি আগন্তুক নির্বাচনত ক্ষমতা দখল কৰিবলৈ সক্ষম হ’লে দুর্নীতিগ্রস্ত আদানীক কেনিয়াৰ পৰা খেদি পঠিয়াব বুলিও বিৰোধী নেতৃত্বই ৰাজহুৱাভাবে ঘোষণা কৰিছে। কেনিয়া চৰকাৰৰ এই সিদ্ধান্ত কেৱল আদানীয়েই নহয়, ভাৰতৰ প্ৰতিও লজ্জাৰ বিষয় বুলি বিবেচিত হৈছে।

কিয়নো কোনো কোম্পানীয়ে বিদেশত শক্তিশালী অৱস্থান গ্রহণ কৰিবলৈ সক্ষম হ’লে সি সামগ্রিকভাৱে আন্তর্জাতিক প্রেক্ষাপটত ভাৰতৰ সাফল্যকে দাঙি ধৰে। গতিকে দুর্নীতিৰ অভিযোগত এনেদৰে ভাৰতীয় প্রতিষ্ঠান প্রত্যাখ্যাত হোৱাটোৱে দেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ বিস্তাৰ কৰাটোৱে স্বাভাবিক।

আমেৰিকাৰ আদালতৰ গোচৰৰ প্ৰভাৱত আদানী গোষ্ঠী পশ্চিমীয়া দেশত নতুনকৈ পুঁজি সংগ্ৰহত সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে। সম্প্রতি বহিঃৰাষ্ট্ৰত কে’বাটাও অভিলাষী প্রকল্প ৰূপায়ণৰ দায়িত্বত আছে আদানী গোট চীনৰ একাধিপত্যক প্রত্যাহান জনাবলৈ ভাৰতেও বিদেশত নিজৰ খোপনি পোতাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্রধানমন্ত্রী মোদীৰ বৈদেশিক নীতি আৰু বিদেশ যাত্ৰাৰ স’তে বহিঃৰাষ্ট্ৰত আদানীয়ে বৃহৎ প্ৰকল্পৰ দায়িত্ব লাভ কৰাৰ বিষয়টো সাঙোৰ খাই থকাটো কাৰো অজ্ঞাত নহয়।

দিল্লীত অনুষ্ঠিত জি-২০ৰ বৈঠকৰ সময়তে মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ উপস্থিতিত মোদীয়ে ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ কৰিড’ৰৰ ঘোষণা কৰিছিল। মধ্যপ্রাচ্যৰ মাজেদি সাগৰ আৰু ৰেলপথেদি ইউৰোপলৈ সুচল যোগাযোগ গঢ়ি তোলাই এই বৃহৎ প্রকল্পৰ লক্ষ্য। ইয়াৰ নিৰ্মাণৰ দায়িত্বত আছে আদানী গোট। তেনেদৰেই ইজৰাইলৰ হাইফা বন্দৰৰ উন্নীতকৰণৰো দায়িত্ব লাভ কৰিছে আদানীয়ে।

অকল এয়ে নহয়, আন কে’বাখনো দেশৰ যথেষ্ট সংখ্যক প্ৰকল্পৰ দায়িত্বত আছে আদানী। কোৱা বাহুল্য যে এইবোৰ প্রকল্প সম্পূৰ্ণ কৰিবলৈ বৃহৎ পৰিমাণৰ বিদেশী পুঁজিৰ প্ৰয়োজন। আদানী গোটৰ সাম্প্ৰতিক ঋণৰ পৰিমাণ দুই লাখ ৪৭ হেজাৰ কোটি টকা বুলি প্রকাশ পাইছে। ইয়াৰে ৭০ শতাংশই বিদেশী পুঁজি। ভাৰততো সেউজ শক্তিখণ্ডৰ অভিলাষী প্রকল্পৰ বাবে আমৰিকা আৰু ইউৰোপৰ পুঁজিৰ ওপৰতে আদানী নিৰ্ভৰশীল; কিন্তু আমেৰিকাৰ আদালতৰ গোচৰ নিষ্পত্তি নোহোৱা পর্যন্ত কোনো বিদেশী বিনিয়োগকাৰী আগবাঢ়ি আহিব বুলি আশা কৰিব নোৱাৰি।

ইয়াৰ পৰিণতিত আদানীৰ হাতত থকা প্রকল্পসমূহ ৰূপায়ন্ত্ৰ ক্ষেত্ৰত গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ সম্ভাৱনাই অধিক। দুর্নীতি-প্ৰৱঞ্চনাৰ অভিযোগক বাৰে বাৰে চেকা লগাৰ ফলস্বৰূপে আদানীৰ ওপৰত বিনিয়োগকাৰীয়ে আস্থা হেৰুৱাই পেলোৱাটোৱে স্বাভাবিক।

সবাতোকৈ উদ্বেগজনক কথাটো হৈছে, আদানীৰ বিৰুদ্ধে দেশে-বিদেশে এনে গুৰুতৰ দুর্নীতি-প্রবঞ্চনাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও ভাৰতত এই সংক্রান্তত কোনো তদন্তৰ ব্যৱস্থা কৰা হোৱা নাই। হিণ্ডেনবার্গ ৰিছাৰ্চৰ প্রতিবেদনত ভয়ংকৰ অনিয়মৰ তথ্য প্ৰকাশৰ পাছত কংগ্ৰেছ প্ৰমুখ্যে বিৰোধীয়ে সংসদৰ যুটীয়া সমিতিৰ দ্বাৰা ইয়াৰ তদন্তৰ দাবী জনাই আহিছে যদিও চৰকাৰ মান্তি হোৱা নাই; বৰঞ্চ যুটীয়া তদন্ত সমিতিৰ দাবীত সৰ্ব্ব হোৱা বিৰোধী সাংসদসকলক নিলম্বিতহে কৰা হয়।

এই কথা স্পষ্ট যে নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লাভ কৰাৰ পাছৰে পৰা গৌতম আদানীৰ লক্ষ্যণীয় উত্থান ঘটে। মোদীৰ পৃষ্ঠপোষকতাতে পৰৱৰ্তী সময়ছোৱাত আদানীৰ আকাশলংঘী উত্থান দেশবাসীৰ সন্মুখত স্পষ্ট হৈ আছে। ২০১৪ত মোদী প্ৰধানমন্ত্ৰীৰ আসনত উপবিষ্ট হোৱাৰ বৰ্ষত আদানীৰ মুঠ সম্পদৰ মূল্য ২.৮ বিলিয়ন ডলাৰ আছিল আৰু ২০২২ৰ এপ্ৰিলত সি ৯০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈ উদ্যোগপতিজন বিশ্বৰে অন্যতম ধনী ব্যক্তিত পৰিণত হয় মোদীৰ প্রধানমন্ত্ৰিত্বৰ বিগত কালছোৱাত বন্দৰ, বিমানকোঠ, শক্তিখণ্ড, খনি, আন্তঃগাঁথনি নিৰ্মাণৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষালৈকে আদানীক নীতি-নিয়ম উলংঘা কৰি হ’লেও দেশৰ মূল্যবান সম্পদ আৰু লোভনীয় ঠিকা গতাই দি মুনাফা লুটিবলৈ এৰি দিয়া হৈছে বুলি বিৰোধীয়ে অভিযোগ কৰি আহিছে।

কেবল বিৰোধীৰ অভিযোগেই নহয়, দেশবাসীও অৱগত যে প্রধানমন্ত্রী মোদীৰ অশুভ পৃষ্ঠপোষকতাৰ বলেৰেই আদানী এইদৰে ধনকুৱেৰত পৰিণত হৈছে। বহু বিতর্কিত উদ্যোগপতি এজনৰ স’তে এনেদৰে প্রত্যক্ষভাবে প্রধানমন্ত্রীৰ এনেকুৱা ঘনিষ্ঠতা ৰাজহুৱা হৈ অহাৰ পাছতো মোদী এই ক্ষেত্ৰত নির্বিকাৰ। এফালে আদানীৰ ভ্ৰষ্টাচাৰ-প্ৰৱঞ্চনাৰ কোনো তদন্তৰ ব্যৱস্থা কৰা হোৱা নাই আৰু আনফালে মোদীয়েও উদ্যোগপতিজনৰে ঘনিষ্ঠতাৰ বিষয়টো জাৰি-জোঁকাৰি আঁতৰাই পেলাবলৈ কোনো চেষ্ট কৰা নাই; বৰঞ্চ সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিয়েই গৈছে।

অৱশ্যে কেৱল আদানীৰ প্ৰসংগতে নহয়, যিকোনো গুৰুতৰ বিষয়ত বিতৰ্কৰ সূত্ৰপত হ’লেই প্রধানমন্ত্রী মোদীয়ে নীৰৱতাকে অস্ত্রৰূপে ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে। বিগত ১৮ মাহত অগ্নিগর্ভা মণিপুৰৰ ক্ষেত্রতে সেয়া দেশবাসীয়ে প্ৰত্যক্ষ কৰিছে। বছা বছা বিৰোধী নেতাৰ দুর্নীতি-ভ্রষ্টাচাৰক লৈ সততে সৰৱ মোদী আদানী প্ৰমুখ্যে তেওঁৰ ঘনিষ্ঠসকলৰ নগ্ন ভ্ৰষ্ট্ৰচাৰৰ ক্ষেত্ৰত আশ্চর্যজনকভাৱে নীৰৰ- নির্বিকাৰ। ই ভ্ৰষ্ট্ৰচাৰক লৈ প্রধানমন্ত্রী মোদীৰ সন্দেহজনক স্থিতিকে উদঙাই দিছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arreste Warrent Us CourtGautam Adani BrIBERY CasePranjalsen DekaSpl ArticlesUs Attorneys Office Estern Dist Of New York
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d