Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Donald Trump on USAID ‘মোডীক সম্মান কৰো, কিন্তু ভাৰতক ইমান টকা কিয় দিম ?’

publisher by publisher
February 19, 2025
in India
Reading Time: 1 min read
0
Narendra Modi:হোৱাইট হাউচত মোডীক উষ্ণ আলিংগন!
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

Donald Trump on USAID ‘মোডীক সম্মান কৰো, কিন্তু ভাৰতক ইমান টকা কিয় দিম ?’

১৮২ কোটি অনুদান বাতিল কৰি ট্রাম্পৰ মন্তব্য

ভাৰতীয় ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰিবলৈ আমেৰিকাই ১৪২ কোটি টকা (দুই কোটি ১০ লাখ ডলাৰ) অনুদান দিছিল । ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পাছতেই এই অনুদান বাতিল কৰা হয়।

ADVERTISEMENT

আমেৰিকা যুক্তৰাষ্ট্ৰত এলন মাস্কৰ চৰকাৰী দক্ষতাৰ কাৰ্যালয়ে কিছুদিনৰ আগতে এই অনুদান বাতিল কৰাৰ কথা ঘোষণা কৰে । ৰাষ্ট্ৰপতি ট্ৰাম্পেও ঘোষণাটো সমৰ্থন জনাই।

তেঁওৰ প্ৰশ্ন ,”আমি ভাৰতক ইমান টকা কিয় দিব লাগে? তেওঁলোকে আমাৰ পৰা বহুত টকা লয়!”

শেহতীয়াকৈ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা ভ্ৰমণ কৰি আহে । তেওঁ ট্ৰাম্পৰ স’তেও এখন বৈঠক মিলিত হয়। ট্ৰাম্পে জনাই ভাৰত আৰু মোডীক তেওঁ সন্মান কৰোঁ । কিন্তু ইয়াৰ স্বত্ত্বেও, তেওঁ ভাৰতৰ বাবে ইমান বৃহৎ পৰিমাণৰ ধন খৰচ কৰাটো গ্ৰহণ কৰিব নোৱাৰে।

তেওঁ কয়,”আমি ভাৰতক কিয় দুই কোটি ১০, লাখ ডলাৰ দি আছো? তেওঁলোকৰ ওচৰত বহুত টকা আছে। আমাৰ পৰা তেওঁলোকে বহুত কৰ লয়। তেওঁলোকৰ কৰ ইমানেই বেছি যে আমি তেনেকৈ ব্যৱসায় কৰিব নোৱাৰো ।”

ট্ৰাম্পে তেতিয়া মোডীৰ কথা উল্লেখ কৰি কয়, “ভাৰত আৰু তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ পৰম শ্ৰদ্ধা আছে। কিন্তু ইয়াৰ সেই বুলিয়ে ভাৰতত ভোটৰ হাৰ বৃদ্ধিৰ বাবে ২.১০ লাখ ডলাৰ?”

অনুদান বাতিল কৰা দস্তাবেজখনত স্বাক্ষৰ কৰাৰ পাছতেই ট্ৰাম্পৰ এই মন্তব্য । দেওবাৰে, মাস্কৰ কাৰ্যালয়ে ভাৰতলৈ এই অনুদান বন্ধ কৰাৰ কথা ঘোষণা কৰে।

কেৱল ভাৰতেই নহয়, তেওঁলোকে কয় যে সমগ্ৰ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত আৱণ্টন বাতিল কৰা হৈছে। মাস্কৰ কাৰ্যালয়ে এই সকলো আৱণ্টন, সেইবোৰৰ প্ৰয়োজনীয়তা বিশ্লেষণ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMP
publisher

publisher

Related Posts

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

September 25, 2026
অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d