Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Child trafficking:শিশু সৰবৰাহৰ চলিত গোচৰ অক্টোবৰৰ ভিতৰতে নিষ্পত্তিৰ লক্ষ্য

publisher by publisher
June 25, 2025
in Assam, News
Reading Time: 1 min read
0
Child trafficking:শিশু সৰবৰাহৰ চলিত গোচৰ অক্টোবৰৰ ভিতৰতে নিষ্পত্তিৰ লক্ষ্য
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ

Guwahati Ringroad Projects:গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নামত ব্যাপক বন ধ্বংসক লৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়

Child trafficking:

ৰাজ্যৰ সকলো আদালতত বিচাৰাধীন হৈ থকা শিশু সৰবৰাহৰ গোচৰসমূহ অহা অক্টোবৰৰ ভিতৰত মীমাংসা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে। নিম্ন আদালতবোৰক তেনে গোচৰবোৰ অগ্ৰাধিকাৰ ভিত্তিত লৈ মীমাংসা কৰিবলৈয়ো কোৱা হৈছে। প্রয়োজন সাপেক্ষে দৈনিক শুনানি গ্রহণৰো পৰামৰ্শ দিছে উচ্চ ন্যায়ালয়ে।

ADVERTISEMENT

উল্লেখ্য যে যোৱা ১৫ এপ্রিলত উচ্চতম ন্যয়ালয়ে উত্তৰ প্ৰদেশৰ শিশু সৰবৰাহ সংক্রান্তীয় এটা গোচৰৰ শুনানি গ্ৰহণ কৰি দেশৰ সকলো উচ্চ ন্যায়ালয়লৈ বিশেষ জাননী জাৰি কৰিছে। সেই জাননীত উচ্চ ন্যায়ালয়বোৰে নিজৰ অধীনৰ ৰাজ্যবোৰত শিশু সৰবৰাহ সম্পৰ্কীয় গোচৰবোৰ নিষ্পত্তিৰ ক্ষেত্ৰত কি ধৰণে সক্রিয় হৈ আহিছে, তাৰ তথ্য অহা অক্টোবৰৰ ভিতৰত দাখিলৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই তেওঁৰ পুত্র সন্ধানহীন হোৱাৰ এটা গোচৰ সুদীর্ঘ সময় ধৰি বিচাৰাধীন অৱস্থাত থকাক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সেই গোচৰটোৰে শুনানিত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়বোৰক উক্ত নির্দেশ দিয়ে তাৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ বিষয়টোৰ শুনানি গ্রহণ কৰি মঙলবাৰে সকলো নিম্ন আদালতক উক্ত জাননী জাৰি কৰে।

অসমৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত থকা আন ৰাজ্যবোৰতো এই জাননী কাৰ্যকৰী হ’ব। ইয়াৰ বাবে যোৱা ২০ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হৈছিল। উত্তৰ প্ৰদেশৰ গোচৰটোৰ শুনানি অহা অক্টোবৰত অনুষ্ঠিত হ’ব আৰু তাৰ পূৰ্বে অসমৰ নিম্ন আদালতত বিচাৰাধীন শিশু সৰবৰাহ সম্পৰ্কীয় গোচৰবোৰ নিষ্পত্তিৰ জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে অসমৰ পৰা ব্যাপক হাৰত মানৱ সৰবৰাহ চলি আহিছে। বহু শিশু সন্ধানহীন হোৱাৰ অন্তৰালত মানৱ সৰবৰাহকাৰী চক্র জড়িত থকাৰ তথ্যও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। তেনে একাংশ শিশু উদ্ধাৰ হোৱাৰ বিপৰীতে বহুতৰে আজিলৈকে সন্ধানেই নাই। তেনে সন্ধানহীন হোৱা বহু গোচৰ ৰাজ্যৰ নিম্ন আদালতত বিচাৰাধীন হৈ আছে। অৱশ্যে তেনে গোচৰৰ প্ৰকৃত সংখ্যা অদ্যাপি স্পষ্ট হোৱা নাই। গতিকে সেই সকলো গোচৰ অহা অক্টোবৰৰ পূৰ্বে অগ্ৰাধিকাৰ ভিত্তিত নিষ্পত্তি কৰিবলৈ নিম্ন আদালতবোৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Case SettlementChild traffickingGUWAHATI HIGH COURT
publisher

publisher

Related Posts

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d