Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Jibonjora Sahitya Sadhana Award:বিশিষ্ট সাহিত্যিক, গল্পকাৰ,প্ৰৱন্ধকাৰ, কবি ফণীন্দ্ৰ নাথ গায়নক জীৱনযোৰা সাহিত্য সাধনা বঁটা প্ৰদান

publisher by publisher
July 1, 2025
in Uncategorized
Reading Time: 1 min read
0
Jibonjora Sahitya Sadhana Award:বিশিষ্ট সাহিত্যিক, গল্পকাৰ,প্ৰৱন্ধকাৰ, কবি ফণীন্দ্ৰ নাথ গায়নক জীৱনযোৰা সাহিত্য সাধনা বঁটা প্ৰদান
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Jibonjora Sahitya Sadhana Award:

নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ উদ্যোগত সন্মিলনীৰ সভাপতি ডাঃ ৠষেশ্বৰ ঠেঙাল শইকীয়াৰ সভাপতিত্বত  সোমবাৰে পুৰণিগুডাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি তথা পুৰণিগুডাম শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুলিন হাজৰিকা,’তৰা’ আলোচনীৰ সম্পাদক উজ্জ্বল জ্যোতি দাস, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সদৰ শাখাৰ সম্পাদক গুণ কান্ত শৰ্মাকে ধৰি বহু কেইগৰাকী লোকে বিশিষ্ট সাহিত্যিকে ফণীন্দ্ৰ নাথ গায়নৰ সামাজ্যিক কৰ্ম জীৱনৰ আৰু সাহিত্য সাধনাৰ ক্ষেত্ৰখনৰ লগতে বিভিন্ন দিশত থকা অৱদান সন্দৰ্ভত আলোকপাত কৰে।

ADVERTISEMENT

বিশিষ্ট সাহিত্যিক,গল্পকাৰ, প্ৰৱন্ধকাৰ,কবি,নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰাক্তন সভাপতি, বৰ্তমান সন্মিলনীৰ মুখ্য উপদেষ্টা,বহু বিশেষনৰে বিভূষিত, নগাঁও বৰেণ্য পুৰণিগুডাম মুঢ়ানিৰ বাসিন্দা ফণীন্দ্ৰ নাথ গায়নক “জীৱন যোৰা সাহিত্য সাধনা বঁটা তেখেতৰ বাসগৃহতে এক বৰ্নাঢ্য অনুষ্ঠানৰ জৰীয়তে প্ৰদান কৰা হয়।নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ জিলা সম্পাদিকা নিজৰা শইকীয়াই আতধৰা বঁটা প্ৰদান অনুষ্ঠানত সন্মিলনীয়ে জীৱন জোৰা সাহিত্য সাধনা বঁটা সহ ফুলাম গামোছা,চেলেং,জাপি,সন্মান-পত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰে।

বঁটা গ্ৰহন কৰি ফণীন্দ্ৰ নাথ গায়নে কয়-এনে বঁটাই মানুহক লেখা-মেলা কৰাত উৎসাহ যোগাই,প্ৰেৰণা যোগাই।লেখা মেলা কিমান কৰিলো নকৰিলো সেইটো নিৰ্ভৰ কৰে পাঠকৰ ওপৰত।মই অলপতে ৮৭ বছৰ অতিক্ৰম কৰি ৮৮ত ভৰি থলো।এই বয়সত আজি নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীয়ে মোৰ গৃহত আহি যি বঁটাৰে সন্মানিত কৰিলে ই অপৰিসীম আৰু চিৰস্মৰণীয়। মোৰ বাবে কৰ্ম জীৱনৰ প্ৰেৰণা।গায়ন দেৱে ভাষনৰ অন্তত তেখেতৰ স্ব-ৰচিত কবিতা পাঠ কৰি ভাষণ সামৰণি কৰে।

নগাঁৱৰ কবি- সাহিত্যিক হৰিদেৱ মহন্ত,’বিচিত্ৰা’ কাব্যালোচনীৰ সম্পাদক বিশিষ্ট কবি নাৰায়ণকলিতা,নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সহকাৰী সম্পাদিকা অনিমা বৰা,নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ কলংপাৰ মহিলা শাখাৰ সভানেত্ৰী ড° টুলু মণি দেৱী,সন্মিলনীৰ সদৰ শাখাৰ সম্পাদক গুণ কান্ত শৰ্মা,’তৰা’ আলোচনীৰ সম্পাদক কবি উজ্জ্বল জ্যোতি দাস,পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ সম্পাদক দ্বীপেন বৈৰাগী, সহ বহু কেইজন গণ্যমান্য কবি সাহিত্যিকৰ উপস্থিতিত হৰিদেৱ মহন্ত,ড° টুলু মণি দেৱী,নিজৰা শইকীয়া, গুণ কান্ত শৰ্মা, অনিমা বৰা,উজ্জ্বল জ্যোতি দাসকে প্ৰমুখ্য কৰি কেইবা গৰাকী কবিয়ে ফণীন্দ্ৰ নাথ গায়নৰ ৰচিত কবিতা পাঠ কৰাৰ লগতে বঁটা প্ৰদানৰ আৰম্ভনীতে সন্মিলনীৰ ৰাজ্যিকৰ প্ৰাক্তন সভাপতি ড°দিলীপ বৰাই ৰচিত সন্মিলনীৰ সমবেত গীত পৰিবেশন কৰি বঁটা প্ৰদান অনুষ্ঠানটো গহীন কৰি তুলিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asomiya sahitya SanmilaniJibonjora Sahitya Sadhana AwardPhanindranath gayanPuranigudam Bapuji Bhawan
publisher

publisher

Related Posts

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

Zubeen Gamosa:জুবিনক্ষেত্ৰত মুল মণ্ডপত প্ৰদৰ্শন ৪৫০ ফুট দৈঘ্যৰ গামোচা

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d