Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

All Assam Venture School Teachers’ Employees Association:গাদী হেৰুৱালে চলিবলৈ মন্ত্ৰীৰ পত্নীক ৫০ লাখৰ ৰাজসাহায্য, বেতনহীন শিক্ষকলৈ কি দিছে ?

ভেন্সাৰ শিক্ষানুষ্ঠান-শিক্ষকৰ প্ৰাদেশিকীকৰণৰ প্ৰসংগত পুনৰ মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ উদঙালে শিক্ষক-কর্মচাৰী সন্থাই

publisher by publisher
July 4, 2025
in Assam, News
Reading Time: 1 min read
0
All Assam Venture School Teachers’ Employees Association:গাদী হেৰুৱালে চলিবলৈ মন্ত্ৰীৰ পত্নীক ৫০ লাখৰ ৰাজসাহায্য, বেতনহীন শিক্ষকলৈ কি দিছে ?
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

Guwahati:আউটছোর্চিং নিষিদ্ধ হ’ল মাধ্যমিক শিক্ষানুষ্ঠানত

All Assam Venture School Teachers’ Employees Association:

চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলে যদি অহাবাৰলৈ মন্ত্রী-বিধায়ক হ’ব নোৱাৰে, তেন্তে তেওঁলোকৰ পৰিয়ালসমূহ কেনেকৈ চলিব? এই দুশ্চিন্তাত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই মন্ত্রী-বিধায়কৰ পত্নীক লাখ লাখ টকাৰ ৰাজসাহায্যযুক্ত আঁচনি প্রদান কৰিছে; কিন্তু ২০-২৫ বছৰে বিনা বেতনে শিক্ষকতা কৰি থকা ৰাজ্যৰ হেজাৰ হেজাৰ ভেন্সাৰ শিক্ষকৰ পৰিয়াল কিদৰে চলিছে ইয়াৰ চিন্তা কোনে কৰিব?’

ADVERTISEMENT

মুখ্যমন্ত্রীলৈ এই প্রশ্ন সদৌ অসম অপ্রাদেশিকীকৃত শিক্ষক-কর্মচাৰী সংস্থাৰ। বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংস্থাৰ সভাপতি হৰমোহন বড়াই এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে প্রদান কৰি অহা শিক্ষানুষ্ঠান-পদ প্রাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি আজিকোপতি কাৰ্যকৰী নকৰাত সৰৱ হৈ পৰে। তেওঁ কয়, ‘ মন্ত্রী-বিধায়কক কিয়; অসমৰ বহু মানুহক ৰাজসাহায্য দিয়ক, বিনামূলীয়া আঁচনি দিয়ক, তাত আপত্তি কৰিবলগীয়া একো নাই; কিন্তু সমান্তৰালভাৱে দুৰ্ভগীয়া শিক্ষকসকলৰ প্ৰতিও চৰকাৰে দৃষ্টি দিব লাগিব।

২০-২৫ বছৰে বিনা বেতনে শিক্ষকতা কৰি অহা এইসকল লোকে কি খাইছে, পৰিয়াল কিদৰে চলাইছে, সন্তানক কিদৰে লালন-পালন কৰিছে সেয়াও মুখ্যমন্ত্রীয়ে দৃষ্টি দিব লাগিব; কিন্তু এই বিষয়ৰ পৰা মুখ্যমন্ত্রী আঁতৰি আছে।’ আগন্তুক অক্টোবৰৰ ভিতৰত অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠান আৰু পদসমূহ প্রাদেশিকীকৰণৰ দাবী জনাই সভাপতি বড়াই কয় যে পঞ্চায়ত নির্বাচনৰ প্ৰাকক্ষণত অর্থাৎ চলিত বৰ্ষৰ ১০ জানুৱাৰীত মুখ্যমন্ত্রীয়ে ফেচবুক লাইভৰ জৰিয়তে প্রকাশ কৰিছিল যে অৱশিষ্ট অপ্রাদেশিকীকৃত শিক্ষানুষ্ঠানসমূহ প্রাদেশিকীকৰণ কৰা হ’ব।

ইয়াৰ বাবে ২০১৭-১৮ আইনখন সংশোধনৰ ব্যৱস্থা গ্রহণ কৰিব আৰু এই সন্দৰ্ভত এখন কেবিনেট উপ-সমিতি গঠন কৰিব; কিন্তু অতি দুখৰ বিষয় যে ছমাহ উকলি যোৱাৰ পাছতো এই ক্ষেত্রত মুখ্যমন্ত্রীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। সভাপতি বড়াই কয়, ‘কালি শিক্ষা বিভাগৰ স’তে যোগাযোগ কৰি অৱগত হ’লো যে ইয়াৰ যিখিনি প্রাথমিক যাৱতীয় কাম-কাজ এক শতাংশও হোৱা নাই। সেয়ে সন্দেহ হৈছে যে যিহেতু এই চৰকাৰখনৰ কাৰ্যকাল আৰু বেছি দিন নাই, তেনেস্থলত আইন কেতিয়া সংশোধন কৰিব আৰু কেতিয়া পদ প্রাদেশিকীকৰণ কৰিব? ই এক বৃহৎ প্রশ্ন।’

মুখ্যমন্ত্রীক লগ কৰিবলৈ বহুবাৰ আবেদন-নিবেদন কৰা হৈছে যদিও সৌভাগ্য হোৱা নাই আৰু নে তেওঁ লগ কৰিবলৈ ভয় খাইছে বুলি বড়াই প্রশ্ন কৰি লগতে কয়, ‘২০২২ৰ ২০ অক্টোবৰৰ্ত মুখ্যমন্ত্ৰীয়ে আমাক তেওঁৰ কার্যালয়লৈ মাতি নিছিল আৰু উক্ত দিনাই প্রতিশ্রুতি দিছিল যে আইন সংশোধন কৰি প্ৰাদেশিকীকৰণ কৰিব। ইয়াৰ বহু দিনৰ পাছত পঞ্চায়ত নিৰ্বাচনৰ আগে আগে মুখ্যমন্ত্রীয়ে পুনৰ এটা ভাল খবৰ দিছিল যে প্রাদেশিকীকৰণ কৰিব।

শেহতীয়া বিধানসভাৰ মজিয়াতো এই কথা সদৰী কৰিছিল; কিন্তু কাৰ্যকৰী একো কৰা হোৱা নাই। সেয়ে মুখ্যমন্ত্রী তথা চৰকাৰখনে স্পষ্ট কৰক যে ভাষণ-প্রতিশ্রুতিৰ মাজতে কার্যকাল শেষ কৰিব নেকি? নে প্রকৃতার্থত প্রাদেশিকীকৰণ কৰিব ? যদি প্ৰাদেশিকীকৰণ কৰে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীৰ আপত্তি কিহৰ?”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All Assam Venture School Teachers' Employees AssociationGuwahatiPressmeet
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d