Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

‘সিন্দূৰ’ ৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মেৰামতি এতিয়াও হোৱা নাই! 

পাকিস্তানে আৰু কিছুদিন বন্ধ ৰাখিব বিমানঘাটি

publisher by publisher
July 19, 2025
in Uncategorized
Reading Time: 1 min read
0
‘সিন্দূৰ’ ৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মেৰামতি এতিয়াও হোৱা নাই! 
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Operation Sindoor:✒️ভাৰতীয় সেনাৰ ‘সিন্দূৰ’ অভিযানৰ সময়ত পাকিস্তানৰ কেবাটাও বিমান ঘাটি ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰে এটা আছিল পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৰহিম ইয়াৰ খান বায়ুসেনা ঘাটি।

ADVERTISEMENT

ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ পাকিস্তানৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক বিজ্ঞপ্তি (NOTAM) জাৰি কৰি ৰহিম ইয়াৰ খানৰ বিমান ঘাটি আৰু কেইদিনমানৰ বাবে বন্ধ থাকিব বুলি উল্লেখ কৰিছে।

এই বিজ্ঞপ্তি অনুসৰি অহা ছয় আগষ্টৰ ভাৰতীয় সময় অনুসৰি পুৱা ৫:২৯ বজালৈ বিমান ঘাটিটো বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।অপাৰেচন সিন্দূৰৰ সময়ত হোৱা ক্ষতিৰ মেৰামতি এতিয়াও হোৱা নাই বুলি অনুমান কৰা হৈছে।

সূত্ৰ অনুসৰি ‘সিন্দূৰ’ অভিযানৰ দিনা পাকিস্তানৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক বিজ্ঞপ্তি জাৰি কৰি ৰহিম ইয়াৰ খানৰ বিমান ঘাটি বন্ধ কৰাৰ কথা ঘোষণা কৰে।

সেই সময়ত ঘোষণা কৰা হৈছিল যে তাত এসপ্তাহৰ বাবে বিমান সেৱা বন্ধ থাকিব।ইয়াৰ পাছত পাকিস্তান মন্ত্ৰালয়ে একেৰাহে কেবাখনো বিজ্ঞপ্তি জাৰি কৰি বিমানঘাটি বন্ধ কৰাৰ সময়সীমা বৃদ্ধি কৰে।

এইবাৰ পাকিস্তান চৰকাৰে আন এক বিজ্ঞপ্তি জৰিয়তে ঘাটিটো বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।তেওঁলোকে জনাইছে যে, কামৰ বাবে তাত উৰণ আৰু অৱতৰণ কৰা কোনো বিমান নাথাকিব।

অৱশ্যে ইয়াতকৈ বেছি একো স্পষ্ট হোৱা নাই।পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ দক্ষিণে অৱস্থিত ৰহিম ইয়াৰ খান বিমান ঘাটি।ভাৰতৰ ৰাজস্থান সীমান্তৰ বিপৰীতে অৱস্থিত।

ইয়াত পাকিস্তান সেনাৰ ঘাটিৰ লগতে অসামৰিক বিমান পৰিবহণৰ সুবিধাও আছে। ই পাকিস্তান বায়ুসেনাৰ কেন্দ্ৰীয় বায়ুসেনাৰ ঘাটি। শ্বেখ জায়েদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইয়াৰ এটা অংশ।যিয়ে অসামৰিক যাত্ৰীবাহী বিমান সেৱা আগবঢ়ায়।

অপাৰেচন সিন্দূৰ অভিযানৰ পাছত ভাৰতীয় সেনাই কিছু উপগ্ৰহৰ ছবি প্ৰকাশ কৰে য’ত ৰহিম য়াৰ খান বিমান ঘাটিৰ মাজত গভীৰ গহ্বৰ দেখা যায়। উপগ্ৰহৰ ছবিসমূহত ঘাটিটোৰ এটা ক্ষতিৰ চিহ্নও দেখা গৈছে।

এইবাৰ পাকিস্তানৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে পুনৰ এক বিজ্ঞপ্তি জাৰি কৰিছে যে ৰাণৱে বন্ধ থাকিব। কাৰণ দিয়া হৈছে ‘WIP’। আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাৰ অভিধানত এই ‘ডব্লিউ আই পি’ৰ অৰ্থ হৈছে ‘ৱৰ্ক ইন প্ৰগ্ৰেছ’।

আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনৰ (FAA) নিয়ম অনুসৰি বিমানবন্দৰৰ পৃষ্ঠত কাম কৰা কামক ‘WIP’ বুলি কোৱা হয়। পাকিস্তানৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাৰ পৰা অনুমান কৰা হৈছে যে ৰহিম ইয়াৰ খান বায়ুসেনা ঘাটিৰ ৰাণৱেত কাম চলি আছে।

বিমানৰ গতিবিধিৰ তথ্য প্ৰদান কৰা Flightradar24 নামৰ এপটোৱে কয় যে পাকিস্তানৰ বিমান ঘাটিটোৰ ৰাণৱে ৩০০০ মিটাৰ দৈৰ্ঘ্যৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Operation SindoorPakistan
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d