Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Actress Nandini Kashyap Arrested :আখৰাগৃহৰ পৰা ওভতাৰ পথত মান্দাকাটাত নন্দিনীক গ্ৰেপ্তাৰ , বাহন জব্দ, নিশাটো কটালে পানবজাৰ মহিলা থানাত 

অভিনেত্ৰীৰ বাহনে মহটিয়াই নিয়া যুৱকৰ মৃত্যু : তিনিদিন ধৰি চিকিৎসাধীন হৈ আছিল

publisher by publisher
July 30, 2025
in News, Assam, Crime
Reading Time: 1 min read
0
Actress Nandini Kashyap Arrested :আখৰাগৃহৰ পৰা ওভতাৰ পথত মান্দাকাটাত নন্দিনীক গ্ৰেপ্তাৰ , বাহন জব্দ, নিশাটো কটালে পানবজাৰ মহিলা থানাত 
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Dispur: দিছপুৰত বহি:ৰাজ্যৰ চিলনী চোৰ আৰক্ষীৰ জালত

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

Uttar Pradesh Accident:উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ভয়ংকৰ দুৰ্ঘটনা

Actress Nandini Kashyap Arrested :

যোৱা ২৬ জুলাইৰ নিশা মহানগৰীৰ দক্ষিণ গাঁৱৰ পথত বিজুলী বাতিৰ কাম কৰি থকা অৱস্থাত এগৰাকী অভিনেত্রীয়ে গাড়ীৰে মহটিয়াই নিয়া যুৱকজনৰ মঙলবাৰে আবেলি মৃত্যু হয়। যোৱা তিনি দিন ধৰি চামিউল হক নামৰ যুৱকজন জীৱন-মৃত্যুৰে যুঁজি  গুৱাহাটীৰ এপ’ল হাস্পতালত আইচিইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।

ADVERTISEMENT

nan2উল্লেখ্য যে এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া অব্যাহত আছে। নিহত যুৱকজন গুৱাহাটী পৌৰ নিগমৰ বৈদ্যুতিক শাখাত কৰ্মৰত হৈ আছিল। অসমীয়া ছবি আৰু ভ্ৰাম্যমাণৰ স্বল্পখ্যাত অভিনেত্রী নন্দিনী কাশ্যপে এই ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছিল আৰু শেষত সোমবাৰে দিছপুৰ আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক দিনজোৰা জেৰা চলাই এৰি দিছিল। সমান্তৰালভাৱে আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা অভিনেত্ৰী গৰাকীৰ এএছ-০১ এফএম-৯১৯৯ নম্বৰৰ মহেন্দ্ৰাৰ বিলাসী বাহনখন জব্দ কৰিছে।

nan 3উল্লেখ্য যে তীব্ৰবেগী বাহনখনৰ খুন্দাত যুৱকজনৰ দুয়োখন ভৰিৰ লগতে এখন হাতৰ হাড় কে’বা টুকুৰাকৈ ভাঙিছিল। তদুপৰি মূৰত গুৰুতৰভাৱে আঘাত পোৱাত মগজুতো তেজ গোট মাৰি গৈছিল।

nan4আনহাতে, যুৱকজনৰ মৃত্যুৰ পাছতে হিট এণ্ড ৰাণ গোচৰত অভিনেত্ৰী গৰাকী মান্দাকাটাৰ এটা থিয়েটাৰৰ আখৰাগৃহৰ পৰা ওভতাৰ পথত শৰাইঘাট দলঙৰ সমীপৰ পৰা নিশাই নন্দিনীক আটক কৰিছিল আৰক্ষীয়ে | যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰি অভিনেত্ৰী গৰাকীয়ে মান্দাকাটাস্থিতি  থিয়েটাৰৰ আখৰাগৃহ ত্যাগ কৰিছিল | নিশা মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী গৰাকীক ৷ বৰ্তমান পানবজাৰ মহিলা থানাত ৰখা হৈছে নন্দিনীক ৷ আজি হাজিৰ কৰা হ’ব আদালতত |

ইপিনে, অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰাৰ পাছতেই পাণবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত হয় অভিনেত্ৰীগৰাকীৰ মাতৃ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ACCIDENTActress NANDINI KASHYAP ARRESTEDDispur PolicePanbazar Women Police StationYouth Dead
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d