Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ইমান বৃহৎ হাস্পতালত কেতিয়াবা এনে ঘটনা নহয় বুলি ক’ব নোৱাৰি

publisher by publisher
August 23, 2025
in News, Assam
Reading Time: 1 min read
0
GMCH Incident:জিএমচিএইছৰ নৱজাতক মৃত্যুৰ গোচৰত আটক নাৰ্ছ ভানুপ্রিয়া মিছঙক, নিশাটো ৰখা হ’ল পানবজাৰৰ মহিল থানাত
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

GMCH:✒️শিশু মৃত্যুৰ ঘটনাক লৈ আজিও উত্তপ্ত হৈ থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদ। ঘটনাৰ উচিত তদন্ত বিচাৰি কালি অসম জাতীয় পৰিষদে প্রতিবাদ সাব্যস্ত কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

ADVERTISEMENT

উল্লেখ্য যে যোৱা ১৮ আগষ্টত হাস্পতালখনৰ আইচিইউৰ বিছনাৰ পৰা পৰি এটি সদ্যোজাত শিশুৰে কৰুণ মৃত্যুক সাবটি লৈছিল। এই ঘটনাই চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ ফোঁপোলা স্বৰূপ উন্মোচিত কৰিছিল। কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবেই সংঘটিত এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে উক্ত সমযছোৱাত কৰ্তব্যৰত ভানুপ্রিয়া মিছং নামৰ নাৰ্ছগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

নাৰ্ছগৰাকীক গ্ৰেপ্তাৰৰ পাছতে সতীর্থ নাৰ্ছসকল ওলাই আহি ভানুপ্রিয়াক বলিৰ পঠা সজ্জাই ৰৌ-বৰালিক সুৰক্ষা প্ৰদানৰ ষড়যন্ত্র চলিছে বুলি অভিযোগ তোলে। নাৰ্ছসকলে আনকি এই ঘটনাত চিকিৎসক আৰু বিভাগৰ মুৰব্বীক কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই বুলি প্রশ্ন তুলি কালি ভঙাগড় আৰক্ষী থানা চৌহদ উত্তাল কৰি তোলে।

উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ পাছত চৰকাৰে এখন তদন্ত সমিতি গঠন কৰি দিছিল। অতিৰিক্ত মুখ্য সচিব এল এছ ছাংচন, ডাঃ অনুপ বর্মন আৰু শিশু বিশেষজ্ঞ জয় শংকৰক লৈ গঠিত এই তদন্ত সমিতিখনে কাইলৈ প্রতিবেদন দাখিল কৰিব বুলি আজি নলবাৰীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সদৰী কৰে।

উল্লেখ্য যে এই ঘটনাক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুন অধীক্ষকক নিযুক্তি প্রদান কৰা হয়। স্বাস্থ্যজনিত কাৰণত সম্প্রতি ছুটীত থকা ডাঃ অভিজিৎ শৰ্মাক অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি দি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীক জিএমচিএইছৰ নতুন অধীক্ষকৰূপে নিযুক্ত কৰিছে চৰকাৰে।

জিএমচিএইছত প্রয়োজনতকৈ অধিক চিকিৎসক-কর্মচাৰী থকা বুলি দাবী মুখ্যমন্ত্ৰীৰ

ইফালে, নাৰ্ছসকলে সম্প্ৰতি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত জিএমচিএইছত ৰোগী অনুপাতে পর্যাপ্ত চিকিৎসক-কর্মচাৰী নাই বুলি অভিযোগ কৰিছিল যদিও মুখ্যমন্ত্রী ড° শৰ্মাই ইয়াক খণ্ডন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ এই বিভাগৰ ১২ বছৰ মন্ত্ৰী আছিল আৰু তেওঁতকৈ কোনেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কথা ভালকৈ নাজানে।

লগতে তেওঁ কয়, ‘জিএমচিএইছত প্রয়োজনতকৈ অধিক চিকিৎসক, নাৰ্ছ, কৰ্মচাৰী আছে। নলবাৰীত কম আছে বুলি ক’লে মানি ল’ম; কিন্তু জিএমচিএইছত কৰ্মচাৰী কম নাই।’ আনহাতে, উচিত তদন্ত বিচাৰি নাৰ্ছসকলে কৰা প্ৰতিবাদৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘কাইলৈৰ ভিতৰত তদন্ত প্রতিবেদন দিবলৈ কৈছো। তাৰ পাছত যি আহে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নাৰ্ছসকলে প্রতিবাদ কৰি লাভ নাই; কাৰণ মই নিজ চকুৰে দেখি আহিছো। ঘটনাত গাফিলতি আছেই।’

নাৰ্ছসকলো মাতৃ আৰু এটি সন্তানৰ মৃত্যুৰ বেদনা মাকতকৈ কোনে ভালদৰে জানিব বুলি প্রশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘মই যিমান বুজিম, নাৰ্ছসকলে বেছিকৈ বুজিব; কাৰণ প্ৰত্যেকগৰাকী নাৰ্ছ বাইদেউ একো একোগৰাকী মাতৃ। গতিকে যিগৰাকীৰ গাফিলতি আছিল, তেওঁৰ কাৰণে নাৰ্ছসকলে কিয় আন্দোলন কৰিব লাগে?

মাতৃৰ মমতা আটাইতকৈ ডাঙৰ। সেয়ে সতীৰ্থৰ বেদনা পাছত আহিব, মাতৃৰ মমতা প্রথম।’ লগতে তেওঁ কয় যে ইমান বৃহৎ এখন হাস্পতালত কেতিয়াবা কেতিয়াবা এনেধৰণৰ ঘটনা একেবাৰে নহয় বুলি ক’ব নোৱাৰি। ‘মানুহ মাত্রেই ভুল হয়। সেই বুলি এই ভুলক যদি হেঁচা মাৰি থাকো, তেতিয়াহ’লে ভাল কাম কৰা মানুহখিনিৰ কেতিয়াবা মন ভাঙি পৰিব।’

এইদৰে মন্তব্য কৰি তেওঁ লগতে কয় যে ঘটনাৰ ব্যৱস্থা লোৱা হৈছে। শিশুটিৰ পিতৃৰ লগতো তেওঁ কথা পাতিছে আৰু তদন্ত প্রতিবেদন অহাৰ পাছত দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যবস্থা লোৱা হ’ব বুলি কয়।

জিএমচিএইছত বিল্ডিং-যন্ত্র আহিল; কিন্তু সেৱাৰ মান উন্নত কৰিব নোৱাৰিলে: অজাপ

আনহাতে, ঘটনাৰ উচিত তদন্ত আৰু মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী তুলি অসম জাতীয় পৰিষদৰ মহানগৰ সমিতিয়ে চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত কালি প্রতিবাদ সাব্যস্ত কৰে। অজাপৰ কেন্দ্ৰীয় সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন আৰু মহানগৰ সমিতিৰ সভাপতি গিৰিণ তালুকদাৰে অংশগ্ৰহণ কৰা কাৰ্যসূচীত প্রতিবাদকাৰীসকলে বিভিন্ন শ্ল’গানৰে চৌহদ উত্তাল কৰি তোলে।

তেওঁলোকে অভিযোগ কৰে যে শিশুটিৰ সময়মতে যথাযথ দায়িত্ব গ্রহণ কৰা নহ’ল, যাৰ ফলত মৃত্যু ঘটে। এই ঘটনা শোকাবহ আৰু নিন্দনীয় বুলি মন্তব্য কৰি অজাপৰ সম্পাদক বসুমতাৰীয়ে কয়, ‘মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিগত আঢ়ৈ দশক ধৰি স্বাস্থ্য বিভাগটো পৰিচালনা কৰি আছে। তেওঁ বিগত ২৫ বছৰ ধৰি ক্ষমতাত আছে, ইয়াৰে দীর্ঘ সময়কাল তেওঁ স্বাস্থ্যমন্ত্রী হৈ আছে। বিগত সময়ছোৱাত স্বাস্থ্যখণ্ডত উন্নয়নৰ বিপ্লৱ অনা বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰি থাকে; কিন্তু প্রকৃততে ৰাজ্যৰ স্বাস্থ্য খণ্ডত ভয়ংকৰ অচলাবস্থা বিৰাজ কৰি আছে।জিএমচিএইছত বিগত দিনত তেওঁ অকল বিল্ডিং বনালে আৰু যন্ত্ৰ ক্ৰয় কৰিলে; কিন্তু সেৱাৰ মান উন্নত কৰিব নোৱাৰিলে। গতিকে নৱজাতকৰ মৃত্যৰ ঘটনাৰ বাবে প্ৰকৃততে মুখ্যমন্ত্রী ড° শর্মাই দায়ী। তেওঁ ঘটনাটোৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছে, ভাল কথা; কিন্তু নৈতিক দায়িত্ব স্বীকাৰ কৰি বহি থাকিলে নহ’ব, নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা উচিত।’

উল্লেখ্য যে প্রতিবাদকাৰীসকলে মন্ত্রী অশোক সিংহলে স্বাস্থ্য বিভাগৰ একো দায়িত্ব পালন কৰিব পৰা নাই বুলি উল্লেখ কৰি তেওঁক স্বাস্থ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰ দাবী জনায়। লগতে জিএমচিএইছৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ বিৰুদ্ধে মুখ্যমন্ত্রী কিয় নৰম হৈ আছে বুলিও প্রতিবাদকাৰীসকলে প্রশ্ন কৰি তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বলৈ দাবী জনায়। অৱশ্যে মুখ্যমন্ত্রীয়ে ডাঃ বৈশ্য বদলি নহয় বুলি স্পষ্ট কৰি দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Baby Deathbaby incidentGMCHGuwahati
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d