Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কংগ্রেছ ক্ষমতালৈ আহিলে পত্নীৰ নামত বাগিচা-ৰিজ’ৰ্ট, সন্তানৰ নামত ১৮ টা কোম্পানী নোখোলে!

publisher by publisher
August 29, 2025
in India, News
Reading Time: 1 min read
0
কংগ্রেছ ক্ষমতালৈ আহিলে পত্নীৰ নামত বাগিচা-ৰিজ’ৰ্ট, সন্তানৰ নামত ১৮ টা কোম্পানী নোখোলে!
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

Gaurav Gogoi:✒️নিটি আয়োগৰ তথ্যৰ উদ্ধৃতি দি বৃহস্পতিবাৰে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অভিযোগ উত্থাপন কৰে যে অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অন্তর্ভুক্তিৰ প্রতিশ্রুতি দিয়া ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৰাজ্যৰ চৰম অধোন্নতিহে ঘটিছে। ৰাজ্যৰ এনে অধোন্নতি কিয় হৈছে সেই সন্দর্ভত সংবাদমেল পাতি অসমৰ ৰাইজক স্পষ্টীকৰণ দিবলৈ মুখ্যমন্ত্রী ড° শর্মাক গগৈয়ে প্রত্যাহ্বান জনায়। ৰাজ্যৰ অধোন্নতিৰ বাবে গগৈয়ে মুখ্যমন্ত্রীক দায়ী কৰে।

ADVERTISEMENT

কালি শিৱসাগৰত এখন সংবাদমেলত গগৈয়ে নিটি আয়োগৰ তথ্যৰ উদ্ধৃতি দি কয় যে স্বাস্থ্যৰ ক্ষেত্ৰত অসমে দেশৰ ২৮ খন ৰাজ্যৰ ভিতৰত ২৬ নম্বৰত আৰু শিক্ষাৰ ক্ষেত্ৰত ২৫ নম্বৰত স্থান লাভ কৰিছে। অথচ মুখ্যমন্ত্রী ৬০ শৰ্মাই অসমক দেশৰ উন্নত পাঁচখন ৰাজ্যৰ ভিতৰত অন্তর্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল বুলি উল্লেখ কৰি তেওঁলৈ বাক্যবাণ নিক্ষেপ কৰে। মুখ্যমন্ত্রী কেৱল আদানী-আম্বানীক মাটি প্রদানৰ লগতে পত্নীক কেনেকৈ মাটি দিব পাৰি তথা ছিণ্ডিকেট চক্ৰৰ স্বার্থ পূৰণত ব্যস্ত থাকে বুলিও গগৈয়ে কটাক্ষ কৰে।

গগৈয়ে লগতে কয় যে অসমৰ অৱস্থা এনে শোচনীয় হৈছে যে উত্তৰ-পূবৰ ১১০ জিলাৰ ভিতৰত ডিব্ৰুগড় জিলাই ১৮ নম্বৰ স্থান দখল কৰি ৰাজ্যৰ প্ৰথম জিলাৰূপে পৰিগণিত হৈছে। স্বাস্থ্য খণ্ডত কিয় এনে অৱস্থা হ’ল তাৰ উত্তৰো পূৰ্বে স্বাস্থ্যমন্ত্রীৰূপে কার্যনির্বাহ কৰা ড° শৰ্মাই দিব লাগে বুলিও গগৈয়ে মন্তব্য কৰে।

তেওঁ কয়, ‘ৰাজ্যত নামত চিকিৎসা মহাবিদ্যালয় হৈছে। গুৱাহাটীৰ পৰা শদিয়ালৈকে আৰু শদিয়াৰ পৰা গুৱাহাটীলৈকে ৰাজ্যজুৰি চিকিৎসক, নাৰ্ছৰ অভাব ঘটিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে শিশু মৃত্যুমুখত পৰিছে। ৰাজ্যৰ বিভিন্ন স্থানত কৰ্মচাৰীয়ে চিকিৎসকৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে। তেজপুৰ, বৰপেটা, যোৰহাট আদিৰ পৰা ৰোগী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ যাবলগীয়া হৈ আছে।’

এনে শোচনীয় অৱস্থাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অসমে দেশৰ ২৮ খন ৰাজ্যৰ ভিতৰত ২৬ সংখ্যক স্থান পাইছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে। একেদৰে শিক্ষাৰ ক্ষেত্ৰতো ৰাজ্যৰ অৱস্থা শোচনীয় হৈছে বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় যে ২০২৪ত গ্রামাঞ্চলত স্কুলত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬৪ শতাংশ হয়। অথচ ২০১৮ত স্কুলত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭৫ শতাংশ আছিল বুলি তেওঁ কয়। অর্থাৎ মুখ্যমন্ত্রীয়ে অসমক দেশৰ উন্নত প্রথম পাঁচখন ৰাজ্যৰ ভিতৰত নহয়, তলৰ ফালৰ পাঁচখন ৰাজ্যৰ ভিতৰতহে অন্তর্ভুক্ত কৰিলে বুলিহে গগৈয়ে কটাক্ষ কৰে। তেওঁ কয় যে এখন ৰাজ্যৰ উন্নয়ন স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰে। যিখন সমাজত স্বাস্থ্যৰ উন্নত সুবিধা থাকে আৰু শিক্ষিত লোকৰ সংখ্যা অধিক, সেই সমাজৰ উন্নয়ন সাধন হয়। সংবাদমেলত গগৈয়ে লগতে অভিযোগ উত্থাপন কৰে যে মুখ্যমন্ত্রী ড° শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ উন্নতি হোৱাৰ বাদে অসমৰ কোনো উন্নতি হোৱা নাই। আগন্তুক দিনত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে অসমক দেশৰ উন্নত পাঁচখন ৰাজ্যৰ ভিতৰত অন্তর্ভুক্ত কৰিব বুলিও গগৈয়ে মন্তব্য কৰে।

মুখ্যমন্ত্রীলৈ বাক্যবাণ নিক্ষেপ কৰি তেওঁ লগতে কয়, ‘কংগ্ৰেছে চৰকাৰ গঠন কৰিলে পত্নীৰ নামত বাগিচা-ৰিজ’ৰ্ট নোখোলে, সন্তানৰ নামত ১৮ টা কোম্পানী নোখোলে। আমি আশাবাদী আৰু নিশ্চিত যে অহাবাৰ অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব।’

আজি গগৈ দেশৰ নির্বাচন আয়োগৰ বিৰুদ্ধেও সৰৱ হৈ উঠে। লোকসভাৰ বিৰোধী উপ-দলপতিরূপেও কার্যনির্বাহ কৰি থকা গগৈয়ে কয়, ‘ৰাষ্ট্ৰীয় প্রেক্ষাপটত ৰাহুল গান্ধীয়ে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰে। এই অভিযোগক ভাৰতৰ নির্বাচন আয়োগে গুৰুত্ব সহকাৰে লোৱাৰ পৰিৱৰ্তে বিজেপিৰ মুখপাত্ৰৰূপে কাম কৰিছে।’বিজেপিত কেৱল ‘গৰুচোৰ’ নাই, ‘ভোট চোৰো’ আছে বুলি কংগ্রেছ নেতাজনে অভিযোগ উত্থাপন কৰে।

গৃহমন্ত্রী শ্বাহলৈ প্রত্যাহ্বান

আজি অসম ভ্রমণলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈও এনআৰচি প্ৰসংগত প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে প্রশ্নবাণ এৰে। সংবাদমেলত তেওঁ কয়, ‘২০১৮ত গৃহমন্ত্রী শ্বাহে কৈছিল যে তেওঁলোকৰ চৰকাৰে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) আনিছে। এনআৰচিৰ খচৰা তালিকাত ৪০ লাখ লোক বাদ পৰাৰ পাছত শ্বাহে বিভিন্ন সভা-সমিতিত দাবী কৰে যে তেওঁলোকৰ চৰকাৰে ৪০ লাখক এনআৰচিৰ পৰা বাহিৰত ৰাখিলে।’ শেহতীয়াভাবে মুখ্যমন্ত্রীয়ে এনআৰচিৰ পুনৰীক্ষণ সন্দৰ্ভত কৰা মন্তব্যক লৈ গৃহমন্ত্রী শ্বাহৰ মন্তব্য কি হ’ব বুলি গগৈয়ে প্রশ্ন কৰে।

বিধ্বস্ত ঘাইপথত টোলকৰ সংগ্ৰহৰ পৰিৱৰ্তে কেন্দ্ৰই অসমক পইচা দিব লাগে!

সংবাদমেলত গগৈয়ে কয় যে আজি তেওঁ যোৰহাটৰ পৰা শিৱসাগৰলৈ গাড়ীত আহে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে ঘণ্টাত ৬০ কিলোমিটাৰতকৈ অধিক বেগত তেওঁৰ গাড়ী চলা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এনে এটা বিধ্বস্ত পথতে টোলকৰ সংগ্ৰহ কৰি থকা হৈছে। বিধ্বস্ত পথত চলাচল কৰাৰ বাবে যানবাহনৰ ক্ষতি হৈছে বুলিও তেওঁ উল্লেখ কৰে। এনে পথত চলাচল কৰাৰ ফলত বেয়া হোৱা যানবাহন মেৰামতিৰ বাবদ কেন্দ্ৰই অসমক পইচা দিব লাগে বুলি গগৈয়ে দাবী কৰে। লগতে তেওঁ বিধ্বস্ত পথত টোলকৰ সংগ্ৰহৰ বিৰোধিতাও কৰে।

সকলোৰে লগত মিলা-প্রীতিৰে ২০২৬ৰ নিৰ্বাচন খেলিম!

বিৰোধী শিবিৰৰ আকাংক্ষিত মিত্রতা সম্পর্কতো আজি প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে মন্তব্য কৰে। বিৰোধী ঐক্য গঠন হ’ব নে নহয়, সেই সন্দর্ভত স্পষ্ট মন্তব্য কৰাৰ পৰা বিৰত থাকি তেওঁ কয়, ‘২০২৬ত সকলোৰে লগত কথা-বতৰা আলোচনা কৰি মিলা-প্রীতিৰে নিৰ্বাচন খেলিম। ইয়াৰ পূৰ্বে ভোট চুৰি ৰোধৰ পদক্ষেপৰূপে বুথ পৰ্যায়ৰ এজেন্ট নিয়োগৰ ব্যৱস্থা কংগ্ৰেছে কৰিছে।’ মিত্ৰতা সন্দৰ্ভত কথা কওতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক তেওঁ সংযমী হ’বলৈ আহ্বান জনায়। গগৈয়ে কয়, ‘মিত্রতা সন্দৰ্ভত কথা কওতে তেওঁ সংযমী হওক আৰু সংযমী হোৱা উচিত। নিতৌ বেলেগ বেলেগ কথা ক’লে ৰাইজৰ আস্থা নোহোৱা হ’ব।’

ছৈয়দা হামিদে অসমৰ ইতিহাস নাজানে!

শেহতীয়াভাৱে বাংলাদেশী সম্পর্কত বিতর্কিত মন্তব্যৰে দেশজুৰি প্রতিক্ৰিয়াৰ সৃষ্টি কৰা দেশৰ অধুনালুপ্ত পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা ছৈয়দা হামিদ সম্পর্কত প্রদেশ কংগ্ৰেছৰ সভাপতিয়ে কয় যে তেওঁ অসম চুক্তিৰ কথা পাহৰি গ’ল। হামিদে অসমৰ ইতিহাস নাজানে বুলিও গগৈয়ে মন্তব্য কৰে। গগৈয়ে লগতে কয় যে বিজেপিয়ে অসম আন্দোলনৰ ছহিদসকলক অপমান কৰিলে। বিজেপিয়ে কেৱল ব্যক্তিগত স্বাৰ্থত ৰাজনীতি কৰিছে বুলিও গগৈয়ে কটাক্ষ কৰে।

আনহাতে, পূব অসমৰ পৰা ‘মিঞা খেদা আন্দোলন’ সম্পর্কত গগৈয়ে কয় যে সন্দেহযুক্ত নাগৰিকৰ বিতাড়ন এশ শতাংশ লাগিব; কিন্তু সেই বিতাড়ন সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি হ’ব লাগিব। এই কাম কোনো দল-সংগঠনে নিজৰ হাতত লোৱা অনুচিত বুলিও গগৈয়ে মন্তব্য কৰে। এই প্রসংগত তেওঁ শিৱসাগৰৰ নাগৰিক সভাক প্রশংসা কৰি কয় যে শিৱসাগৰৰ সচেতন ৰাইজে এক সময়োচিত সিদ্ধান্ত লৈছে। ইয়াৰ বাবে ৰাইজৰ প্ৰতি তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gaurav Gogoi
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d