Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাষ্ট্ৰীয় পৰিচয়পত্ৰ: স্থিতি স্পষ্ট কৰিবলৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰলৈ জাননী ন্যায়ালয়ৰ

publisher by publisher
November 11, 2025
in Assam, News
Reading Time: 1 min read
0
ৰাষ্ট্ৰীয় পৰিচয়পত্ৰ: স্থিতি স্পষ্ট কৰিবলৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰলৈ জাননী ন্যায়ালয়ৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:✒️অসমত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ ছবছৰ পাছত নাম অন্তর্ভুক্ত হোৱা লোকসকলক ‘ৰাষ্ট্ৰীয় পৰিচয়পত্র’ প্ৰদানৰ ক্ষেত্ৰত কি পদক্ষেপ গ্রহণ কৰা হৈছে সেই সন্দর্ভত স্পষ্ট তথ্য দাখিল কৰিবলৈ সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰসহ চাৰিটা পক্ষক জাননী জাৰি কৰে।

ADVERTISEMENT

বিগত ২০১৯ৰ ৩১ আগষ্টতে চূড়ান্ত এনআৰচি প্রকাশিত হৈছিল যদিও আজিলৈকে সেইখনক লৈ কোনো ধৰণৰ তৎপৰতা চৰকাৰে প্ৰদৰ্শন কৰা নাই। নাম অন্তর্ভুক্ত হোৱা সকলৰ লগতে নাম বাদ পৰা সকলৰ ক্ষেত্ৰতো একো নকৰাত চূড়ান্ত এনআৰচিখন প্রকৃততে ভেঁকোভাওনাতহে পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এয়া সংবিধান আৰু নাগৰিকৰ মৌলিক অধিকাৰ বিৰোধী বুলি অভিযোগ কৰি ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল জমিয়ত উলামা ঈ হিন্দ আৰু সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)।

দুয়োটা সংগঠনে লেখ আবেদনৰ জৰিয়তে নাম অন্তর্ভুক্ত হোৱা সকলক ৰাষ্ট্ৰীয় পৰিচয়পত্ৰ আৰু নাম বাদ পৰা সকলক ‘ৰিজেকচন পত্ৰ’ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰক নির্দেশনা দিবলৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনত আবেদন জনায়। আজি সেই আবেদনৰ ওপৰত শুনানি অনুষ্ঠিত হয়। ন্যায়াধীশদ্বয় পি এছ নৰসিমহা আৰু এ এছ চান্দুৰকাৰৰ খণ্ড বিচাৰপীঠে প্ৰথমতে লেখ আবেদনখনৰ বিষয়বস্তু সংশ্লিষ্ট ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ লগতহে খাপ খাই বুলি মন্তব্য কৰে। ইয়াৰ বিপৰীতে আমছুৰ অধিবক্তা কপিল ছিবালে কয় যে আবেদনকাৰীয়ে বিচাৰিছে এনআৰচি প্রস্তুতৰ পাছত সেয়া নিয়ম অনুসৰি কাৰ্যকৰী হওক।

চূড়ান্ত এনআৰচি প্রস্তুতৰ ছবছৰ পাছতো পৰৱৰ্তী পর্যায়বোৰ আগনবঢ়াত নাগৰিকৰ অধিকাৰ খৰ্ব হৈছে। একেদৰে জমিয়তৰ হৈ যুক্তি প্রদর্শন কৰা জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয় সিঙে। আদালতক কয় যে চূড়ান্ত এনআৰচিত তিনি কোটি ১১ লাখ লোকৰ নাম অন্তর্ভুক্ত হৈছে। আনহাতে ১৯ লাখৰ নাম বাদ পৰিছে। নাম অন্তর্ভুক্ত হোৱা সকলৰ ক্ষেত্ৰত যিদৰে আজিকোপতি কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাই, নাম বাদ পৰা সকলৰ ক্ষেত্ৰতো কোনো পদক্ষেপেই নাই। ইয়াৰ দ্বাৰা নাগৰিকত্ব আইনৰ ১৩ নম্বৰ বিধি দেখদেখকৈ উলংঘা কৰা হৈছে।

চূড়ান্ত এনআৰচি প্রকাশৰ দীর্ঘদিনৰ পাছতো কোনো বিহিত ব্যৱস্থা গ্রহণ নকৰাতো অসাংবিধানিক বুলিও জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে মন্তব্য কৰে। আজিৰ শুনানিত তেওঁ এইবুলিও কয় যে এনআৰচিৰ ৯৯ শতাংশ প্রক্রিয়াই সম্পূর্ণ হৈছে। পৰিচয়পত্র প্রদানে বাকী থকা এক শতাংশও নোহোৱা কৰিব। সংবিধানৰ ৩২ নম্বৰ অনুচ্ছেদ মতে সেইখিনি প্রক্রিয়া সম্পূর্ণ কৰিব লাগে। তাৰবাবেই আবেদনকাৰী পক্ষ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বাধ্য হৈছে।

আবেদনৰ সপক্ষে এনে বক্তব্য শুনাৰ পাছতে খণ্ড বিচাৰপীঠখনে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, জৰীপ আয়ুক্ত আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়কক জাননী জাৰি কৰি আবেদনকাৰীৰ বিষয়টোত তেওঁলোকৰ পৰা উত্তৰ বিচাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Supreme Court
publisher

publisher

Related Posts

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
Assam

November 1, 2026
উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য
India

উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য

November 1, 2026
চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি
India

চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

November 1, 2026
দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ
India

দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

November 1, 2026
‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে
India

‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

November 1, 2026
চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন
India

চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

November 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d