Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kokrajhar:জনজাতীয়কৰণক লৈ উত্তপ্ত পৰিস্থিতি কোকৰাঝাৰত

বিটিচি সচিবালয়ৰ প্ৰৱেশদ্বাৰ ভেদি সচিবালয়ৰ ভিতৰত প্ৰৱেশ ক্ষুব্ধ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ, বিটিচি সচিবালয় ,বিধায়িনী পৰিষদীয় সদন কক্ষ ভাঙি লণ্ডভণ্ড প্ৰতিবাদী শিক্ষাৰ্থীৰ, ধৰ্ণা, প্ৰতিবাদী শ্ল'গানেৰে পৰিস্থিতি উত্তাল

publisher by publisher
November 29, 2025
in Assam
Reading Time: 1 min read
0
Kokrajhar:জনজাতীয়কৰণক লৈ উত্তপ্ত পৰিস্থিতি কোকৰাঝাৰত
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Kokrajhar:সদনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলৰ বিৰুদ্ধে কোকোৰাঝাৰত জনজাতি ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ

Kokrajhar:

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কোকৰাঝাৰত ৷ জনজাতিকৰণৰ বিৰোধীতাৰে ক্ষোভৰ বহি: প্ৰকাশ ঘটে কোকৰাঝাৰৰ দেৱৰগাঁৱৰ ৰাঙলিখাটাস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ ৷

ADVERTISEMENT

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিক্ষুব্ধ কে’বা সহস্ৰাধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ দলে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ সিদ্বান্তৰ বিৰোধীতাৰে বিশ্ববিদ্যালয়ৰ চৌহদৰপৰা প্ৰতিবাদ সমদল কৰি বডোফা নগৰস্থিত বিটিচি সচিবালয় চৌহদত অৱস্থান কৰি বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

উল্লেখ্য যে ,প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ সমদলটো দেৱৰগাঁৱৰ জেডিৰোড হৈ বিটিচি সচিবালয় অভিমুখে ৰাওনা দি হাগ্ৰামা মহিলাৰী হুছিয়াৰ, হাগ্ৰামা মহিলাৰী গ’ বেক, বিশ্বজিত দৈমাৰী মুৰ্দাবাদ, প্ৰমোদ বড়ো গ’ বেক, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ৰণোজ পেগু মুৰ্দাবাদ, ৰৌণগৌড়া নাৰ্জাৰী মুৰ্দাবাদ, উৰ্খাও গৌড়া ব্ৰহ্ম হুছিয়াৰ, উৰ্খাও গৌড়া ব্ৰহ্ম গ’ বেক, চৰণ বড়ো গ’ বেক, ৰিহণ দৈমাৰী মুৰ্দাবাদ. চিচিটিঅএ জিন্দাবাদ, ট্ৰাইবেল ইউনিটি জিন্দাবাদ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বাতিল কৰক, উই ৱান্ট জাষ্টিছ , এন্টি ট্ৰাইবেল হুছিয়াৰ, জৈ বড়ো হাৰিনী জৈ আদি নানা ধৰণৰ শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলাৰ মাজতে ক্ষুব্ধ বিটিচি সচিবালয়ৰ প্ৰৱেশদ্বাৰ ভেদি সচিবালয়ৰ ভিতৰত প্ৰৱেশ কৰে ৷ একাংশ ক্ষুব্ধ শিক্ষাৰ্থীয়ে বিটিচি সচিবালয়,বিধায়িনী পৰিষদীয় সদন কক্ষৰ বয়বস্তু ভাঙি লণ্ডভণ্ড কৰে ৷

আনকি সেই সময়ত কৰ্তব্যৰত ব্লেক কামাণ্ডো, অসম আৰক্ষী নিঃসহায়ভাৱে প্ৰত্যক্ষ কৰিব লগীয়া হ’ল সমগ্ৰ পৰিৱেশ ৷ সম্প্ৰতি ছাত্ৰ-ছাত্ৰী সকলে অৱস্থান কৰিছে বিটিচি সচিবালয়ৰ সমুখত৷ ধৰ্ণা. প্ৰতিবাদী শ্ল’গানেৰে বৰ্তমানেও পৰিস্থিতি উত্তাল হৈ আছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: kokrajhar UniversityOpposition To Tribalizationtribel student protest
publisher

publisher

Related Posts

ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ
Assam

October 23, 2026
শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

October 23, 2026
মুনাফা অৰ্জন কৰি থকা অৱস্থাতে আইডিবিআই বেংক বিক্রী বিদেশী কোম্পানীক

২০৪ বছৰৰ পাছত পুনৰ আৱিষ্কাৰ বিৰল উদ্ভিদ, গোৱালপাৰাৰ নাদত সন্ধান নতুন দুটা মাছৰ প্ৰজাতিৰ

বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল
Assam

বান্ধবিৰোধী প্ৰতিবাদত উত্তপ্ত অৰুণাচল

October 23, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d