Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তিনি বছৰতে অবিভক্ত নগাঁও জিলাৰ ১,২০৮ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন

publisher by publisher
December 3, 2025
in Assam, News
Reading Time: 1 min read
0
তিনি বছৰতে অবিভক্ত নগাঁও জিলাৰ ১,২০৮ বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon:✒️অবিভক্ত নগাঁও জিলা অর্থাৎ বৰ্তমানৰ নগাঁও, হোজাই আৰু মৰিগাঁও জিলা মূলতঃ কৃষিপ্রধান হ’লেও শেহতীয়াভারে এই তিনি জিলাত উদ্বেগজনকভাবে হ্রাস পাইছে কৃষিভূমি আৰু কৃষকৰ সংখ্যা। জনবিস্ফোৰণৰ ফলত আৱাসিক অঞ্চল সম্প্ৰসাৰিত হৈছে।

ADVERTISEMENT

ফলত পূৰ্বৰ কৃষিভূমিসমূহতে গঢ়ি উঠিছে আৱাসিক অঞ্চল। উল্লেখ্য যে অবিভক্ত নগাঁও জিলাৰ বৰ্তমানৰ জনসংখ্যা হৈছে প্রায় ৬০ লাখ।ইয়াৰে ৩০ লাখেই হৈছে নগাঁও জিলাৰ। ফলত সম্প্রতি জিলাখনৰ জনবসতিৰ ঘনত্ব প্রতি কিলোমিটাৰত ৭১১ জন হৈছে।

একেদৰে মৰিগাঁও জিলাত জনবসতিৰ ঘনত্ব ৫৬০ জন আৰু হোজাই জিলাত ৫৫০ জন হৈছে। অবিভক্ত নগাঁও জিলাত কৃষিভূমি দ্রুতহাৰত টুটি অহাৰ আন এক কাৰণৰূপে চিহ্নিত হৈছে শ শ হেক্টৰ ভূমিত গঢ়ি উঠা বিভিন্ন উদ্যোগ প্রতিষ্ঠান। এনে উদ্যোগ প্রতিষ্ঠানৰ অন্যতম হৈছে চিমেণ্ট কাৰখানা আৰু ইটাভাটা।

সম্প্রতি অবিভক্ত জিলাখনত কৃষিভূমিতে শতাধিক ইটাভাটা চলি আছে। একেদৰে কৃষিভূমিতে কে’বাটাও ইটাভাটা চলি আছে। তদুপৰি বিভিন্ন স্থানৰ কৃষি পথাৰত হোটেল, ধাবা, ৰেস্তোৰাঁ, পেট্র’ল পাম্পসহ অন্যান্য ব্যবসায়িক প্রতিষ্ঠান আছে। আনহাতে, জিলাখনৰ একাংশ কৃষকে অত্যধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলতো কৃষিভূমিৰ উৰ্বৰতা হ্রাস পাই অহা বুলি চৰ্চা হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত অবিভক্ত নগাঁও জিলাৰ নীলবাগান, ডবকা, হোজাই, ৰাঙলু, জুৰিয়া, ৰূপহী, ধিং, বটদ্রৱা, বেছামাৰী, ভোমোৰাগুৰি, ডুমডুমীয়া, আলিটাঙনি, ধণীয়াভেটি, টুকটুকী, দলংঘাট, লালি পথাৰ প্ৰমুখ্যে বিভিন্ন অঞ্চলৰ হেজাৰ হেজাৰ কৃষকে নিজৰ কৃষিভূমিত প্রকাণ্ড প্রকাণ্ড পুখুৰী খন্দাই মাছৰ খেতিহে কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ ফলতো অবিভক্ত নগাঁও জিলাৰ কৃষি ভূমি হ্রাস পাইছে।ইপিনে, চাৰিশাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, চাৰিশাৰীযুক্ত বাইপাছ নির্মাণ, বিভিন্ন মথাউৰিৰ সুৰক্ষাৰ বাবে বিং বান্ধ, সুৰক্ষা মথাউৰি আদি নিৰ্মাণৰ ফলতো সংকুচিত হৈছে কৃষিভূমি। তদুপৰি ব্ৰহ্মপুত্ৰৰ প্ৰতিৰোধবিহীন গৰাখহনীয়াৰ কৱলত পৰিও জিলাখনৰ চামগুৰি, কলিয়াবৰ, ধিং, লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত হেজাৰ হেজাৰ কৃষিভূমি লুইতত জাহ যোৱাৰ ফলতো জিলাখনত কৃষিভূমি সংকুচিত হৈছে।

একেদৰে নদীৰ কাষৰীয়া ঠাইৰ পথাৰত নদীয়ে বালি পেলোৱাৰ ফলতো সংকুচিত হৈছে কৃষিভূমি। উল্লেখ্য যে ১৯৯১-৯২ত অবিভক্ত নগাঁও জিলাত কৃষক আছিল ৪,০৩,৬৭৮ জন আৰু কৃষিভূমি আছিল ৩,৭১,৩৪৪ হেক্টৰ। শেহতীয়াভাবে জিলাখনৰ কৃষিভূমি ব্যাপক হাৰত হ্রাস পায়। ফলত সম্প্রতি চৰকাৰী তথ্য অনুসৰি মৰিগাঁও জিলাৰ মুঠ বমুঠ কৃষিভূমি হৈছে ১,২৪,৩৫২ হেক্টৰ আৰু নগাঁও জিলাৰ মুঠ কৃষিভূমি হৈছে ১,৫১,৭৪৪ হেক্টৰ।

অৱশ্যে বেচৰকাৰী তথ্য অনুসৰি জিলাখনত মুঠ কৃষক আৰু কৃষিভূমিৰ সংখ্যা বহু কম। একেদৰে তিনিটা দশকত কৃষকৰ সংখ্যাও অভাৱনীয়ভারে হ্রাস পায়। কাজেই পোহনীয়া গৰু-ম’হৰ সংখ্যাও হ্রাস পাইছে।

সূত্ৰৰ মতে, নগাঁও মহকুমাৰ অন্তৰ্গত নগাঁও সদৰ, ধিং, ৰূপহী, বহা আৰু চামগুৰিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত বিভাগীয় অনুমতিত চলি থকা ৪৭ টা ইটাভাটাৰ ২২ টাই কৃষিভূমি ব্যৱহাৰ কৰি আছে। ইপিনে, বিগত ২০২২-২৩, ২০২৩-২৪ আৰু চলিত বর্ষত নগাঁও, হোজাই আৰু মৰিগাঁও জিলাত ১২শ বিঘাতকৈও অধিক কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে।

এই বর্ষকেইটাত নগাঁও জিলাত ৬২৩ বিঘা চাৰি কঠা ছয় লেচা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে। একেদৰে মৰিগাঁও জিলাত ৪৯৫ বিঘা একঠা ১০ লেচা আৰু হোজাই জিলাত ৯০ বিঘা দুকঠা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nagaon
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d