Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শীতৰ বজাৰত পাচলি উভৈনদী হ’লেও বজাৰত -কমা নাই দাম

publisher by publisher
December 26, 2025
in Assam, News
Reading Time: 1 min read
0
শীতৰ বজাৰত পাচলি উভৈনদী হ’লেও বজাৰত -কমা নাই দাম
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

প্রতি বছৰে শীতকালত নগাঁও জিলাত পর্যাপ্ত পৰিমাণৰ শাক-পাচলি উৎপন্ন হয়। এই সময়ত কৃষিপ্রধান জিলাখনত যিহেতু পর্যাপ্ত পৰিমাণৰ ওপৰত শাক-পাচলি উৎপাদন হয় সেয়েহে জিলাখনৰ পাইকাৰী আৰু খুচুৰা পাচলিৰ বজাৰসমূহো ভৰি পৰে বিভিন্ন তৰহৰ শাক-পাচলিৰে।

ADVERTISEMENT

সেয়েহে স্বাভাৱিকতে এই সময়ত পাচলিৰ দাম হ্রাস পায়। কিন্তু এইবাৰ জিলাখনৰ পাইকাৰী শাক-পাচলিৰ বজাৰত থলুৱাভারে উৎপাদিত শাক-পাচলি উভৈনদী হৈ পৰা সত্ত্বেও পূৰ্বৰ দৰে জিলাখনৰ পাচলিৰ খুচুৰা বজাৰসমূহত পাচলিৰ দাম কম হোৱা নাই। এইবাৰ ডিচেম্বৰ যাবলৈ মাজত মাথোঁ ছটা দিনহে বাকী থকা অৱস্থাতো জিলাখনত পাচলি বজাৰত পূৰ্বৰ দৰে পাচলিৰ দাম হ্রাস নোপোৱাৰ সন্দৰ্ভত পাইকাৰী ব্যবসায়ীসকলৰ ভাষ্য হ’ল জিলাখনৰ পাচলি উৎপাদনৰ অন্যতম স্থান বহু চৰ চাপৰিত প্রশাসনে উচ্ছেদ অভিযান চলোৱাৰ বাবে সেই ঠাইত এইবাৰ পাচলি খেতি কৰা হোৱা নাই।

আনহাতে, আন বহু চৰ চাপৰিৰ কৃষকে বেদখল উচ্ছেদৰ ভয়তে পূৰ্বৰ তুলনাত বহু কম পৰিমাণে পাচলিৰ খেতি কৰা, পথাৰত প্ৰয়োজনীয় জলসিঞ্চন ব্যবস্থা নথকা হেতুকে পাচলি খেতি ভাল নোহোৱা আৰু বৰষুণৰ অভাৱ আদিৰ বাবে পূৰ্বৰ তুলনাত এইবাৰ জিলাখনত পাচলি কমকৈ উৎপন্ন হৈছে। পূৰ্বৰ দৰে এইবাৰ পাচলিৰ পাইকাৰী বজাৰত ডিচেম্বৰৰ বজাৰতো পাচলি উভৈনদী হৈ পৰা নাই।

সেয়েহে আগৰ বছৰসমূহৰ দৰে এইবাৰ দাম বহু বেছি কমা নাই। অবশ্যে জানুৱাৰীৰ পৰা পাচলিৰ দাম হ্রাস পাব। যিহেতু জিলাখনৰ পাচলি বজাৰত প্রশাসন আৰু যোগান বিভাগৰ কোনো ধৰণৰ নিয়ন্ত্রণেই নাই সেয়েহে এই যুক্তি দেখুৱাই সম্প্রতি নগাঁও জিলাত প্রতিবিধ পাচলিৰ দামেই এতিয়াও চৰা কৰি ৰাখিছে ব্যৱসায়ীসকলে।

সেয়েহে এতিয়া পাচলিৰ সোৱাদ লোৱাটো দৰিদ্ৰ আৰু নিম্ন আয়ব পৰিয়ালৰ লোকৰ বাবে কষ্টসাধ্য হৈ পৰিছে। এতিয়া নগাঁও চহৰৰ প্ৰতিখন পাচলিৰ বজাৰত যিকোনো পাচলিৰ সৰ্বনিম্ন দৰ হৈছেগৈ ৩০ টকা। আশ্চর্যজনক কথাটো হ’ল জিলাখনৰ ধিং, মাঠখলা, ডুমডুমীয়া, বলিকটীয়া, শান্তিজান, জুৰীয়া, ৰূপহী, আমবাগান, লাওখোৱা, নলতলী, চামগুৰি, বাঙলু, নগাঁও গাহৰি বজাৰ প্ৰমুখ্যে বিশিষ্ট পাচলিৰ পাইকাৰী বজাৰ আৰু বিভিন্ন খুচুৰা বজাৰত প্রতিবিধ পাচলিৰ প্রতিকেজিত দামৰ ১৫-২০ টকা পর্যন্ত তাৰতম্য পৰিলক্ষিত হৈছে।

এই পাইকাৰী বজাৰসমূহত প্রশাসন অথবা যোগান বিভাগৰ কোনো নিয়ন্ত্রণ নথকা হেতুকে পাইকাৰী ব্যৱসায়ীসকলে নিজৰ খেয়াল খুচি অনুসৰি দৰ নিৰ্ধাৰণ কৰি আহিছে। যোৱা দুদিনত নগাঁও চহৰৰ বৰবজাৰ, আইটিআই বজাৰ, কেঁচা আলি বজাৰ, ডিমৰুগুৰি বজাৰ, নতুন বজাৰ, নেহৰুবালি বজাৰ, ধিং গেট প্রমুখ্যে একাংশ পাচলিৰ খুচুৰা বজাৰত চলোৱা এক জৰীপৰ জৰিয়তে প্রাপ্ত তথ্য অনুসৰি, সম্প্রতি নগাঁও চহৰৰ খুচুৰা পাচলিৰ বজাৰসমূহত আলু প্রতি কেজিৰ দাম ২৫-৩০ টকা, পিঁয়াজ ৩০-৩৫ টকা, নহৰু ১৭০ টকা আৰু আদাৰ প্ৰতি কেজিৰ দৰ ২০০ টকা।

ঠিক একেদৰে বিলাহী প্রতি কেজিৰ দাম ৩০-৪০ টকা, ফুলকবি ২৫-৩০ টকা, বন্ধাকবি ২০-২৫ টকা, ওলকবি ৩০-৩৫ টকা, গাজৰ ৩০-৩৫টকা, ব্রকলি ৫০-৬০ টকা, কেঁচা মটৰৰ চেও ৬০-৭০ টকা, বেঙেনা ৪২ টকা, কেঁচা জলকীয়া ৬০-৮০ টকা, ফ্রেচবিন ৪০ টকা, উৰহী ২০-৪০ টকা, লেছেৰা ৪০-৫০ টকা, তিতা কেৰেলা ৪০-৪৫ টকা, তিয়হ ২০ টকা, পানী লাও গোটে ৩০-৩৫ টকা, কেপচিকাম ৭০ টকা, ৰঙালাও প্রতি কেজি ২৫-৩০ টকা, ভীমকলৰ কলডীল গোটে ৮০-১০০ টকা মূল্যত বিক্রী হৈ আছে।

অথচ জিলাখনৰ বিভিন্ন পাইকাৰী পাচলি বজাৰত এইসমূহ পাচলিৰ প্ৰতি বিধৰেই দাম প্রতি কেজিত অতি কমেও ১০-১৫ টকা পর্যন্ত কম।

উল্লেখ্য যে কৃষিপ্রধান জিলা নগাঁৱৰ মুঠ কৃষিভূমি ১,৫১,৬৬১ হেক্টৰ। ইয়াৰে ২৬,৩৩২ হেক্টৰ মাটিতহে শাক পাচলিৰ খেতি কৰা হয়। জিলাখনৰ ধিং, ডুমডুমীয়া, বলিকটিয়া, বালিসত্র, জুৰীয়া, ৰূপহী, চামগুৰি, লাওখোৱা, আমবাগান, নলতলী, কঠিয়াতলি, বাঙলু, ননৈ, ঘাঁহী, বৰকলা আদিকে ধৰি বিভিন্ন অঞ্চলত প্ৰচুৰ পৰিমাণে শাক-পাচলি উৎপাদন হয়।

জিলাখনৰ পাইকাৰী আৰু খুচুৰা পাচলিৰ বজাৰত অতি উচ্চ দামত এতিয়াও শীতৰ পাচলি বিক্ৰী হৈ থাকিলেও উৎপাদক প্রকৃত কৃষকসকলে কিন্তু সিমান দাম লাভ কৰা নাই। জিলাখনৰ ধিঙৰ কৃষক নজমুল হকে কয়, ‘আমি যি দামত পাইকাৰী বজাৰত পাচলি বিক্ৰী কৰো তাৰ দুগুণ দামত পাইকাৰী ব্যৱসায়ীয়ে খুচুৰা ব্যৱসায়ীক একেখিনি পাচলিকে বিক্রী কৰে।

সেয়েহে ৰাইজে বহু বেছি দাম দি পাচলি কিনিবলগীয়া হৈছে।’ ইপিনে, ধিঙৰ ৰিয়াজ উদ্দিন, দিলদাৰ ফাৰাজী ইলিমুদ্দিন, ডুমডুমীয়াৰ বিয়াজ উদ্দিন, লাওখোৱাৰ মাণিক মণ্ডল, ৰূপহীহাটৰ আজগৰ আলী প্রমুখ্যে কৃষকসকলে জনোৱা মতে তেওঁলোকে এতিয়া আলু, পিঁয়াজৰ নলা, বিলাহী, বেঙেনা, কবি, উৰহী আদি বজাৰত বিক্ৰী কৰি আছে।

তেওঁলোকে যিটো দামত পাইকাৰী বজাৰত পাচলি বিক্ৰী কৰে সেই একেখিনি পাচলিকে পাইকাৰী বজাৰত ১০-১৫ টকা প্রতি কেজি মূল্যত বেছিকৈ দামত বিক্রী হোৱা আৰু খুচুৰা বজাৰত ২০-২৫টকা পর্যন্ত বেছি দামত বিক্ৰী হৈ থকাৰ কথা গম পায়। তেওঁলোকে কয়, ‘আমি কষ্ট কৰি পাচলি উৎপাদন কৰো যদিও আমাতকৈ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সকলহে বেছিকৈ লাভবান হয়।’

আনহাতে, নগাঁৱৰ খুচুৰা বজাৰত পাচলিৰ দাম এতিয়াও হ্রাস নোপোৱাৰ সন্দৰ্ভত চাহজাহান আলী, আইনুল হক, মাণিক বৰা, যোগেন নাথ প্রমুখ্যে খুচুৰা পাচলিৰ ব্যৱসায়ীসকলৰ ভাষ্য হ’ল, ‘আমি পাইকাৰী বজাৰত বেছি দামত কিনিবলগীয়া হ’লে অলপ বেছি দামত বিক্ৰী কৰিবলৈ বাধ্য হওঁ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nagaonvegitables
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d