Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati:২২–২৮ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ১৫ সংখ্যক পূব হিমালয়ান বাণিজ্য মেলা আৰু দ্বিতীয় পূব হিমালয়ান কৃষি এক্সপ’

publisher by publisher
January 21, 2026
in Assam
Reading Time: 1 min read
0
Guwahati:২২–২৮ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ১৫ সংখ্যক পূব হিমালয়ান বাণিজ্য মেলা আৰু দ্বিতীয় পূব হিমালয়ান কৃষি এক্সপ’
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Guwahati:

ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যনে (আই টি পি অ’) ২০২৬ চনৰ ২২ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক ইনষ্টিটিউট খেলপথাৰত পঞ্চদশ পূব হিমালয়ান বাণিজ্য মেলা (ই এইচ টি এফ)ৰ লগতে ২য় পূব হিমালয়ান কৃষি এক্সপ’ (ই এইচ এ ই)ৰ আয়োজন কৰিব। প্ৰতিদিনে দিনৰ ১২ বজাৰ পৰা নিশা ৮:০০ বজালৈ দৰ্শনাৰ্থীৰ বাবে এই মেলাৰ প্ৰৱেশদ্বাৰ মুকলি থাকিব।

ADVERTISEMENT

২১ জানুৱাৰীত গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি আই টি পি অ’ৰ মেলা বিভাগৰ অ’ এছ ডি তথা জি এম লেফটেনেণ্ট কৰ্ণেল হৰ্ষ কোণ্ডিল্যই কয় যে, ‘পূব হিমালয়ান বাণিজ্য মেলা হৈছে ভাৰতৰ পূব আৰু উত্তৰ-পূব অঞ্চলত সৰ্বাংগীন অৰ্থনৈতিক বিকাশ, উদ্যোগীকৰণ, আৰু বজাৰত প্ৰৱেশৰ প্ৰসাৰৰ লক্ষ্যৰে আয়োজন কৰা আই টি পি অ’ৰ অন্যতম ফ্লেগশ্বিপ আঞ্চলিক পদক্ষেপ। পূৰ্বৰ সংস্কৰণসমূহৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি ১৫ তম ই এইচ টি এফে এম এছ এম ই, ষ্টাৰ্টআপ, আত্মসহায়ক গোট (এছ এইচ জি), কৃষক আৰু উদ্যোগীসকলৰ বাবে এক সজীৱ মঞ্চ প্ৰদান কৰাৰ লগতে বাণিজ্যিক সংযোগ আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।”

এই অনুষ্ঠানত হাৰিয়ানাৰ দৰে ৰাজ্য, বিভিন্ন ব্যক্তিগত কোম্পানীয়ে নিজৰ নিজৰ অঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত শিল্পকৰ্ম, আৰু স্বকীয় সামগ্ৰীৰ বৈচিত্ৰ্য আৰু সোৱাদৰ সৈতে অংশগ্ৰহণৰ সাক্ষী হ’ব। কেন্দ্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰধান প্ৰতিষ্ঠানসমূহে ইতিমধ্যে তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিছে। ভাৰতীয় খাদ্য নিগমে আঞ্চলিক বৈচিত্ৰ্য আৰু খাদ্য সুৰক্ষাৰ পদক্ষেপক উদ্ভাসিত কৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহৰণ কৰা ধানৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ উপস্থাপন কৰাৰ সম্ভাৱনা আছে। নাৰিকল উন্নয়ন ব’ৰ্ডে মূল্য সংযোজন আৰু কৃষিভিত্তিক উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষিণ ভাৰতৰ নাৰিকল ভিত্তিক সামগ্ৰীৰ বিস্তৃত পৰিসৰ প্ৰদৰ্শন কৰিব।

মেলাৰ এই ১৫ সংখ্যক সংস্কৰণৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য হৈছে থাইলেণ্ড আৰু আফগানিস্তানৰ অংশগ্ৰহণ। তেওঁলোকৰ বিভিন্ন সামগ্ৰী মেলাৰ এটা অতিৰিক্ত দিশ হ’ব যিয়ে গুৱাহাটীবাসীক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব। এই অংশগ্ৰহণকাৰীসকলে থাইলেণ্ডৰ গ্ৰাহক আৰু জীৱনশৈলীৰ সৈতে জড়িত সামগ্ৰী তথা আফগানী শুকান ফলৰ দৰে সামগ্ৰী আনিব বুলি আশা কৰা হৈছে, যিয়ে মেলাত আন্তঃৰাষ্ট্ৰীয় মাত্ৰা যোগ কৰিব আৰু সীমা অতিক্ৰম কৰি বাণিজ্যিক সংযোগক প্ৰসাৰিত কৰিব।

অসম চৰকাৰে সক্ৰিয় সহযোগ কৰা এই অনুষ্ঠানত এম এছ এম ই খণ্ডৰ একচেটিয়া উৎপাদন ইউনিট, ৰাজ্যৰ বিভিন্ন সামগ্ৰীৰ বিস্তৃত শৃংখলৰ সৈতে মহিলা উদ্যোগীসকলৰ উৎসাহজনক উপস্থিতি পৰিলক্ষিত হৈছে। নিজ ডি এফ অ’-গুৱাহাটীৰ জৰিয়তে এম এছ এম ই মন্ত্ৰালয়ৰ উপস্থিতি হৈছে এই মেলাৰ আন এক গুৰুত্বপূৰ্ণ দিশ। উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ এম এছ এম ই ইউনিটসমূহৰ সামগ্ৰীৰ এক বিস্তৃত বৰ্ণালী প্ৰদৰ্শনৰ দ্বাৰা এই অনুষ্ঠানত এম এছ এম ই খণ্ডৰ শক্তি সঠিকভাৱে প্ৰদৰ্শন কৰা হৈছে।

এই মেলাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। চি বি চিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন পৰম্পৰাগত নৃত্য- কলাৰ ব্যৱস্থা কৰিছে যিয়ে সদায় প্ৰশংসা লাভ কৰি আহিছে। তদুপৰি, বহু খাদ্যৰ ফুড ক’ৰ্ট আৰু দৰ্শনাৰ্থীৰ সৈতে জড়িত কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত ই পৰিয়াল আৰু সাধাৰণ জনতাৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থান হৈ পৰিছে। এইবাৰ ফুড ক’ৰ্টত স্থাপন কৰা অসম এছ আৰ এল এমত উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ পৰম্পৰাগত খাদ্য পৰিবেশন কৰা হ’ব। ছপা, ইলেক্ট্ৰনিক, আউটড’ৰ, আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে এক বিস্তৃত প্ৰচাৰ অভিযান হাতত লোৱা হৈছে যাতে ব্যাপক প্ৰচাৰ আৰু শক্তিশালী খোজ নিশ্চিত কৰিব পৰা যায়।

আই টি পি অ’ই সংবাদ মাধ্যম আৰু জনসাধাৰণক ১৫ সংখ্যক পূব হিমালয়ান বাণিজ্য মেলা তথা ২য় পূব হিমালয়ান কৃষি এক্সপ’ ২০২৬ৰ অংশ হ’বলৈ আমন্ত্ৰণ জনাইছে। এই অনুষ্ঠান বাণিজ্য, কৃষি, সংস্কৃতি আৰু আঞ্চলিক উন্নয়নৰ এক গতিশীল সংগমস্থলী হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aei plargroundEastern Himalayan Trade fairGuwahati
publisher

publisher

Related Posts

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

September 29, 2026
দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ
Assam

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

September 29, 2026
শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে

বহু গুৰুত্বপূৰ্ণ কথাই স্পষ্ট নকৰিলে ছিংগাপুৰ নিৱাসী জুবিনৰ ঘনিষ্ঠ বন্ধুৱে

বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d