Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

    আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

    ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

    Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

    পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

    পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সন্তানক দুবছৰৰ পূৰ্বেই দেখুৱাইছে স্ক্রীণ!

অজানিতে মাৰাত্মক প্ৰভাৱ পৰিব পাৰে শিশুৰ মস্তিষ্কত

publisher by publisher
April 21, 2026
in News, world
Reading Time: 1 min read
0
সন্তানক দুবছৰৰ পূৰ্বেই দেখুৱাইছে স্ক্রীণ!

Happy toddler baby boy is sitting with a phone on the sofa in the living room. Child with a smartphone in his hands on the bed

1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

দুবছৰ বয়সৰ পূর্বেই শিশুক ম’বাইল বা টিভিৰ স্ক্ৰীণত অভ্যস্ত কৰি তোলাটো ক্ষতিকাৰক হ’ব পাৰে। সম্প্রতি এই বিষয়ত সতর্ক কৰিছে এদল গৱেষকে। একাধিক সাম্প্রতিক সমীক্ষাত দেখা গৈছে যে অতি কম বয়সতে স্ক্রীণত অতিৰিক্ত সময় কটালে শিশুৰ মস্তিষ্কৰ স্বাভাৱিক বিকাশত বাধাৰ সৃষ্টি হ’ব পাৰে।

ADVERTISEMENT

একাংশ বিশেষজ্ঞৰ মতে, জন্মৰ পাছৰ পৰা দুবছৰ বয়স পর্যন্ত সময়খিনি শিশুৰ মস্তিষ্কৰ দ্রুত বিকাশৰ পৰ্যায়। এই সময়ত মস্তিষ্কত অসংখ্য নিউৰাল সংযোগ সৃষ্টি হয়; যি ভাষা শিকে, মনোযোগ সৃষ্টি আৰু আবেগ নিয়ন্ত্ৰণৰ দৰে গুৰুত্বপূর্ণ দক্ষতাৰ ভিত্তি গঢ়ি তোলে।

যদি এই সময়ত শিশুৱে অধিকাংশ সময়ত স্ক্রীণৰ সন্মুখত কটায়, তেনেহ’লে সেই প্রাকৃতিক বিকাশ প্রক্রিয়া ব্যাহত হ’ব পাৰে।

এক গবেষণাই দাবী কৰিছে যে অতিৰিক্ত স্ক্রীণ ব্যৱহাৰৰ ফলত শিশুৰ বাস্তৱ জীৱনৰ যোগাযোগ হ্রাস পায়। যেনে, পিতৃ-মাতৃৰ স’তে কথা পতা, চকুত চকু থৈ সংযোগ কৰা বা খেলা-ধূলা আদি অভ্যাসবোর কমিবলৈ ধৰে।

অথচ এই অভিজ্ঞতাসমূহেই শিশুৰ মস্তিষ্কৰ। সংযোগসমূহক প্রৱল কৰে আৰু শিকাৰ ক্ষমতা বঢ়ায়। আন এক গুৰুত্বপূর্ণ দিশ হৈছে, স্ক্রীণত দেখা কন্টেন্ট সাধাৰণতে একমুখী বা ‘পেছিভ’।

অর্থাৎ শিশুরে কেরল দেখিছে, কিন্তু সক্রিয়ভারে অংশ লোৱা নাই। ফলত শিশুৰ কৌতূহল, সৃজনশীলতা আৰু সমস্যা সমাধানৰ ক্ষমতা সঠিকভাবে গঢ়ি নুঠে। ফলত শিশুৰ আচৰণ আৰু শিকাৰ দক্ষতাতো ইয়াৰ দীর্ঘম্যাদী প্রভাব পৰিব পাৰে। অৱশ্যে প্রযুক্তিক সম্পূৰ্ণৰূপে আওকাণ কৰি চলাটো আজিৰ যুগত সম্ভৱ নহয়।

সেয়ে বিশেষজ্ঞসকলে সম্পূর্ণ নিষেধাজ্ঞাৰ পৰিৱৰ্তে সচেতন ব্যৱহাৰৰ পৰামৰ্শ দিছে। শিশুসকলৰ ক্ষেত্ৰত বিশেষকৈ দুবছৰৰ তলৰ শিশুৰ স্ক্ৰীণৰ সময় যথাসম্ভৱ কম ৰখা উচিত।

পৰিৱৰ্তে শিশুক সময় দিয়া উচিত কাহিনী শুনোৱা, গান গোৱা, খেলা-ঝুলা তথা সমীপৰ জগতখনক চিনি লোৱাৰ দৰে কামত। পিতৃ-মাতৃৰ স’তে পোনপটীয়া যোগাযোগ, স্পর্শ, শব্দ আৰু অনুভূতিৰ মাধ্যমেৰে শিকা আদি এইবোৰেই সুস্থ মস্তিষ্ক গঠনৰ বাবে অত্যন্ত জৰুৰী।

মনত ৰখা উচিত যে শৈশৱৰ পৰাই স্ক্রীণৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি নহয়, বৰঞ্চ বাস্তৱ অভিজ্ঞতাৰ মাধ্যমেৰেই শিকাৰ সুযোগ কৰি দিয়াটোৱেই হৈছে শিশুৰ সুস্থ মানসিক আৰু বুদ্ধিবৃত্তিক বিকাশৰ মূল চাবিকাঠি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি
Assam

September 8, 2026
Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী
Assam

Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

September 8, 2026
আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান
Assam

আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

September 8, 2026
Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড
Assam

Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

September 7, 2026
পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d