Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

publisher by publisher
September 1, 2026
in Assam, News
Reading Time: 1 min read
0
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

NikhariRiver : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দীর্ঘ সময় ধৰি পূৰ্বৰ যমুনামুখ বর্তমান বিন্নাকান্দি সমষ্টিটো আজমল পৰিয়ালৰ দখলত থাকিলেও এখন দলঙৰ অভাৱৰ বাবে বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্রত যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে ডবকাৰ এক বৃহত্তৰ অঞ্চলৰ ৰাইজে।

ADVERTISEMENT

ডবকা নিখাৰী নৈৰ ওপৰত পকী দলং নির্মাণ নোহোৱাত চাংমাজী, পাতিদয়া, বনগাঁও, যোগীজানকে ধৰি কে’বাখনো গাঁৱৰ ৰাইজে জীৱন হাতৰ মুঠিত লৈ বিপদসংকুলভাৱে নৈ পাৰ হৈ যাতায়াত কৰিবলগীয়া হৈছে। বর্তমান টুলুঙা নাও অথবা বাঁহৰ সাঁকোৰ ওপৰতে নিৰ্ভৰশীল অঞ্চলবাসী।

বাৰিষা নৈৰ পানী বৃদ্ধি পালে এই যাতায়াত ব্যৱস্থা অধিক বিপজ্জনক হৈ পৰে। বিশেষকৈ বিন্নাকান্দি সমষ্টিৰ অন্তর্গত এই অঞ্চলসমূহৰ শ-শ ছাত্র-ছাত্রীয়ে প্রতিদিনে বিদ্যালয়লৈ অহা-যোৱা কৰোঁতে নৈ পাৰ হ’বলগীয়া হোৱাৰ ফলত তেওঁলোকৰ জীৱন-সুৰক্ষাক লৈ উদ্বিগ্ন হৈ পৰিছে অভিভাৱকসকল।

ইয়াৰ উপৰি দলং নথকাৰ বাবে অঞ্চলটোত জৰুৰীকালীন সেৱাও ব্যাপকভারে ব্যাহত হৈ পৰিছে। জৰুৰী সময়ত এম্বুলেন্স, অগ্নিনির্বাপক বাহন আদি অঞ্চলটোলৈ প্ৰৱেশ কৰাত বাধাৰ সৃষ্টি হোৱাৰ লগতে ৰোগীক ক্ষিপ্ৰতাৰে চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈ আহিছে।

অগ্নিকাণ্ড বা আন কোনো দুর্যোগৰ সময়তো জৰুৰীকালীন বাহন সময়মতে উপস্থিত হ’ব নোৱাৰাৰ আশংকা আছে। অঞ্চলবাসীৰ অভিযোগ অনুসৰি, নিখাৰী নৈৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে স্থানীয় জনপ্রতিনিধি তথা সংশ্লিষ্ট কর্তৃপক্ষক বাৰম্বাৰ দাবী জনাই অহা হৈছে। কিন্তু বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি অহাৰ পাছতো আজিকোপতি সমস্যাটোৰ কোনো স্থায়ী সমাধান নহ’ল।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি তেওঁলোকে বিধায়ক বা বিভাগীয় কর্তৃপক্ষৰ পৰা প্ৰতিশ্রুতি আৰু উপেক্ষাৰ বাহিৰে কোনো ফল পোৱা নাই। এখন দলঙৰ অভাৱত কেৱল যাতায়াত ব্যৱস্থাই নহয়, শিক্ষা, স্বাস্থ্য আৰু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰতো অঞ্চলবাসীয়ে চৰম দুর্ভোগ ভুগিবলগীয়া হৈছে।

কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱন-সুৰক্ষাৰ লগতে বৃহত্তৰ অঞ্চলবাসীৰ যাতায়াতৰ সমস্যা দূৰ কৰাৰ স্বাৰ্থত নিখাৰী নৈৰ ওপৰত অতি শীঘ্ৰে এখন স্থায়ী দলং নিৰ্মাণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰ, সংশ্লিষ্ট বিভাগ আৰু সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলক ৰাইজে দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #NikhariRiver #Doboka #Binnakandi #Hojai #AssamNews #Assam #BridgeCrisis #BridgeDemand #BridgeConstruction #TransportationProblem #PublicSuffering #RuralConnectivity
publisher

publisher

Related Posts

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম
International

নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

August 30, 2026
Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা
Assam

August 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d