Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

publisher by publisher
September 3, 2026
in International, News
Reading Time: 1 min read
0
জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

NepalFlood : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নেপালৰ শেহতীয়া জলপ্ৰলয়ৰ বাবে ভাৰত, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক জগৰীয়া কৰিছে কাঠমান্ডুৱে। এই তিনি দেশৰ উদ্যোগ-প্রতিষ্ঠানসমূহৰ পৰা নিৰ্গত পৰিৱেশ প্ৰদূষণকাৰী সেউজগৃহ গেছক এই ভয়াবহ প্রাকৃতিক দুর্যোগৰ বাবে দায়ী কৰি ৰাষ্ট্ৰসংঘৰ দ্বাৰস্থ হোৱাৰ চিন্তা-চর্চা কৰিছে দেশখনে।

ADVERTISEMENT

মূলতঃ এই তিনি বৃহৎ ৰাষ্ট্ৰৰ পৰা ক্ষতিপূৰণ বিচাৰি চলিত মাহতে নেপালৰ প্রধানমন্ত্রীয়ে বিষয়টো ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত উত্থাপনৰ গুণাগঁথা কৰিছে। উল্লেখ্য যে ক্ষুদ্র দেশখনৰ এই জলপ্রলয়ত মৃত্যুমুখত পৰা ১,২০৪জনৰ মৃতদেহ আজি পর্যন্ত উদ্ধাৰ কৰা হৈছে।

যোৱা ২৬ আগষ্টত অহা এই বিধ্বংসী বানৰ ধ্বংস লীলাৰ ক্ষতিপূৰণৰ বাবে ৪৭ হেজাৰৰো অধিক কোটি টকা (পাঁচশ কোটি ডলাৰ) ৰ প্ৰয়োজন হ’ব বুলি নেপাল চৰকাৰে ঠাৱৰ কৰিছে। এই ক্ষতিপূৰণৰ ধন ভাৰত, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বিচাৰি দেশখন ৰাষ্ট্ৰসংঘৰ দ্বাৰস্থ হোৱাৰ পৰিকল্পনা কৰিছে।

কালি এই কথা সদৰী কৰি নেপালৰ বৈদেশিক মন্ত্রী শিশিৰ খনালে সংবাদ মাধ্যমৰ আগত কয়, ‘ভাৰত, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ ভিতৰত সর্বাধিক সেউজগৃহ গেছ নিৰ্গত কৰে। ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বত পৰে। গতিকে আমাৰ দেশৰ পৰৱৰ্তী পৰিস্থিতি মোকাবিলাৰ বাবে আমি এই তিনি দেশৰ পৰা ক্ষতিপূৰণ বিচৰাৰ সিদ্ধান্ত লৈছো।’

এই সম্পৰ্কত খনালে আৰু কয়, ‘আমি সাহায্য নহয়, ন্যায় বিচাৰ আৰু ক্ষতিপূৰণ বিচাৰিছো। সেই অনুসৰি আমি কূটনৈতিক পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছো। এয়া দান-দক্ষিণাৰ বেপাৰ নহয়। এয়া হৈছে নৈতিক আৰু আইনগত দায়বদ্ধতা।’

উল্লেখ্য, দুদিন পূর্বেও নেপালৰ বৈদেশিক মন্ত্রীজনে দেশখনৰ এই ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ বাবে জলবায়ু পৰিৱৰ্তনক দোষাৰোপ কৰিছিল। গতিকে বিস্তৰ ক্ষতিসাধন কৰা এই জলপ্ৰলয়ৰ কাৰণ নিৰ্ণয়ৰ বিষয়টো দেশখনৰ চৰকাৰে কিমান গুৰুত্বসহকাৰে লৈছে সেয়াও স্পষ্ট হৈছে। ইয়াৰ অংশৰূপে বিষয়টো সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত উত্থাপনৰ যো-জা চলাইছে ক্ষুদ্র দেশখনে।

উল্লেখ্য যে অহা আঠ ছেপ্টেম্বৰৰ পৰা নিউয়কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত সংস্থাটোৰ সাধাৰণ সভাৰ ৮১ সংখ্যক সভা অনুষ্ঠিত হ’ব। এই বৈঠকত নেপালৰ প্ৰতিনিধিৰূপে প্রধানমন্ত্রী বলেন্দ্র শ্বাহে বক্তব্য আগবঢ়োৱাৰ সম্ভাৱনা প্রবল হৈছে। লক্ষ্যণীয়ভাবে দেশখনে প্রথম অৱস্থাত ৰাষ্ট্ৰসংঘৰ এই সভালৈ বৈদেশিক মন্ত্রী খনালক প্ৰেৰণৰ কথা আছিল। কিন্তু পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি দেশখনে স্বয়ং প্রধানমন্ত্রীকে সভাখনলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে।

এয়া ক্ষতিপূৰণহে, দান নহয়: ভাৰত, চীন, আমেৰিকা যুক্তৰাষ্ট্ৰক উদ্দেশ্যি ক’লে নেপালে

আকস্মিকভাৱে সৃষ্ট ভয়াৱহ বানে তচনচ্ কৰা নেপাললৈ বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰত, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰইও বিপুল পৰিমাণৰ সাহায্য সামগ্রী প্ৰেৰণ কৰিছে।

এনেদৰে সাহায্য সামগ্রী প্ৰেৰণ কৰাত ভাৰতকে ধৰি বিভিন্ন দেশক প্রধানমন্ত্রী শ্বাহসহ নেপাল চৰকাৰে প্ৰশংসা কৰিছিল। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে নেপাল চৰকাৰে এই স্থিতি সলনি কৰিছে। সম্প্রতি নেপাল চৰকাৰে স্পষ্ট কৰি দিছে যে এই তিনি দেশৰ পৰা নেপালে সাহায্য বা দান-দক্ষিণা নহয় ক্ষতিপূৰণ পাবলৈ আছে।

নেপালৰ পৰা নগণ্য পৰিমাণৰহে সেউজগৃহ গেছ নির্গমন ঘটে বুলি উল্লেখ কৰি বৈদেশিক মন্ত্রী খনালে কয়, ‘আমি সৃষ্টি নকৰা এটা গোলকীয় সংকটৰ চৰম মূল্য ভৰিবলগা হৈছে। জলবায়ু পৰিৱৰ্তনৰ ফলত দ্রুততৰে হিমবাহ গলিছে আৰু পাৰ্বত্য ছুনামিৰ সৃষ্টি হৈছে। আমি আন্তর্জাতিক মঞ্চত পৰম দৃঢ়তা আৰু স্পষ্টতাৰে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো উত্থাপন কৰিম। জলবায়ুজনিত কাৰণৰ বাবে অসুৰক্ষিত দেশসমূহে সম্মুখীন হোৱা লোকচানৰ ক্ষতিপূৰণ সেউজগৃহ গেছ সর্বাধিক নির্গত কৰা দেশসমূহৰ পৰা বিচাৰিম।’

উল্লেখ্য যে ভাৰতে ধাৰাবাহিকভাৱে জলবায়ু সমাংশক লৈ গুৰুত্ব আৰোপ কৰি আহিছে আৰু কম পৰিমাণৰ জনমুৰি নির্গমনৰ কথা দোহাৰি আহিছে। তৎসত্ত্বেও ভাৰতকো নেপালে সম্প্রতি বিশ্বৰ সৰ্বাধিক পৰিৱেশ প্রদূষণকাৰী দেশ আখ্যা দিছে। এই সম্পর্কত নেপালৰ বৈদেশিক মন্ত্রীজনে লগতে কয়, ‘যদি আমাৰ হিমালয়ৰ হিমবাহসমূহ নিঃশেষ হয় তেন্তে দক্ষিণ এছিয়াৰ দুশ কোটিৰ লোকৰ জল সুৰক্ষা স্থায়ীভাৱে আপোচ কৰিব লাগিব। আমি কেৱল নেপালৰ কথাটো উত্থাপন কৰিব বিচৰা নাই, সমগ্র দক্ষিণ এছিয়া সভ্যতাৰ বৰ্তি থকালৈ সক্রিয় হৈছো।’

পুনৰ নিৰ্মাণৰ বাবে ৪৭ হেজাৰ কোটিৰো অধিক টকাৰ প্ৰয়োজন

যোৱা ২৬ আগষ্টৰ পুৱা তিব্বতৰ পৰা বৈ অহা ভোটেকোশী নৈয়ে সৃষ্টি কৰা বিধ্বংসী বানে নেপালৰ এক বিস্তীর্ণ অঞ্চল ধ্বংসস্তুপত পৰিণত কৰে। এই জলপ্রলয়ত বহুসংখ্যক দলং, বাট-পথ, কমেও ১৩টা জলবিদ্যুৎ প্রকল্প, অনেক লোকৰ বাসগৃহ আদি চুৰমাৰ হয়। গতিকে এই অঞ্চলসমূহৰ পুনৰ নিৰ্মাণৰ বাবে কমেও পাঁচশ কোটি ডলাৰ (৪৭ হেজাৰ কোটিৰো অধিক টকা) ৰ প্ৰয়োজন হ’ব বুলি নেপাল চৰকাৰে ঠাৱৰ কৰিছে। সম্প্ৰতি নেপাল চৰকাৰে এই ধন ভাৰত, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আদায় কৰাৰ লক্ষ্য লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d