Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

3.24 Lakh Hectares Of Forest Land is Extinct in Assam’অসমত বিলুপ্ত ৩.২৪ লাখ হেক্টৰ বনভূমি

গোলকীয় বনভূমি নিৰীক্ষণৰ প্ৰতিবেদনত উন্মোচিত দেশৰ বনভূমিৰ সংকট, দুই দশকত মুঠ গছৰ আৱৰণৰ ১৮ শতাংশ হ্রাস, ভাৰতত বিলুপ্ত ২.৩৩ নিযুত হেক্টৰ সেউজ ভূমি

publisher by publisher
April 16, 2024
in Assam, India, News
Reading Time: 3 mins read
0
3.24 Lakh Hectares Of Forest Land is Extinct in Assam’অসমত বিলুপ্ত ৩.২৪ লাখ হেক্টৰ বনভূমি
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

3.24 Lakh Hectares Of Forest Land is Extinct in Assam:

মাথো ২২ টা বছবতে অসমে হেৰুবালে অভিলেখসংখ্যক ৩,২৪,০০০ হেক্টৰ সেউজ আবৰণ ভূমি। ২০০১ৰ পৰা ২০২৫ লৈ এই সময়ছোৱাত অসমৰ পৰা বিলুপ্ত হৈছে ৩.২৪ লাখ হেক্টৰ ভূমিত পৰিবেষ্টিত হৈ থকা গছ-গছনি।

ADVERTISEMENT

এই বৃহৎ অঞ্চলৰ সেউজ ভূমি বিভিন্ন কাহত ব্যবহাৰ কৰাৰ পৰিণতিত অসমৰ মুঠ সেউজ ভূমিৰ পৰা হ্রাস পাইছে এই বৃহৎ ভূখণ্ডক পূর্বে আবৰি থকা গছ-গছনি। গোলকীয় কনভূমি নিরীক্ষণ (গ্লা’বেল ফৰেষ্ট ৱাটছ) নামৰ সংস্থাটোৱে উপগ্রহীয় আলোকচিত্ৰৰে দেশজুৰি সেউজ ভূখণ্ডৰ আৱৰণক লৈ চলোবা এক সমীক্ষাত উন্মোচিত হৈছে অসমৰ পৰা প্রতিদিনেই অন্তধ্যান হ’বলৈ ধৰা সেউজ ভূখণ্ডৰ ভয়াবহ প্রতিছবি।

কেৱল অসমেই নহয়, উত্তৰ-পূর্বাঞ্চলৰ আন চাৰিখন ৰাজ্যতো দেশৰ ভিতৰতে সর্বাধিক হাৰত গছ-গছনিবে পৰিবেষ্টিত অৰণ্য অঞ্চল হ্রাস পৰা পাবলৈ ধৰিছে। সংস্থাটোৱে প্রকাশ কৰা প্রতিবেদনত উল্লেখ কৰা তথ্য মতে, সমগ্র দেশতে গড় হিচাপত বিগত ২২ টা বছৰ অর্থাৎ ২০০১ৰ পৰা ২০২৩ লৈ এই সময়ছোৱাত অৰণ্য অঞ্চল হ্রাস পোৱাৰ গড় হাৰ হ’ল ৬৬,৬০০ হেক্টব। সৰ্বভাৰতীয় পৰ্যায়ৰ এই গড় হাৰৰ বিপৰীতে অসমত দেশব ভিতৰতে সর্বাধিক ৩.২৪ লাখ হেক্টৰ অৰণ্য ভূমি সংকুচিত হৈছে।

ইফালে, অসমব পাছতে মিজোৰামত ৩.১২,০০০ হেক্টৰ অৰণ্য ভূমি হ্রাস পাইছে। ইফালে, দেশৰ ভিতৰতে তৃতীয় সর্বাধিক অৰণ্য ভূমি হ্রাস পোৱা ৰাজ্য হ’ল অৰুণাচল। ৰাজ্যখনত সেউজ ভূমি হ্রাস পাইছে ২,৬২,০০০ হেক্টৰ। ইফালে, নগালেণ্ডত ২,৫৯,০০০ হেক্টৰ আৰু চুবুৰীয়া মণিপুৰত বিগত ২২টা বছৰত গছ-গছনিৰে পৰিবেষ্টিত ২,৪০,০০০ হেক্টৰ অৰণ্য ভূমি বিলুপ্ত হৈছে।

‘গোলকীয় বনভূমি নিৰীক্ষণ’ নামৰ সংস্থাটোৱে প্রকাশ কৰা প্রতিবেদনত উল্লেখ কৰা তথ্য মতে, বিগত ২০০১ৰ পৰা ২০২৩ লৈ এই সময়ছোৱাত সমগ্র দেশতে ২.৩৩ নিযুত হেক্টৰ অৰণ্য ভূমি নোহোৱা হৈছে। এই হাৰ সমগ্র দেশৰ মুঠ অৰণ্য ভূমিৰ প্রায় ছয় শতাংশ। অর্থাৎ ২২ টা বছৰতে ভাৰতৰ ছয় শতাংশ অৰণ্যভূমি নোহোৱা হৈছে। গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ কুপ্রভাবে সমগ্র দেশখনকে অস্থিৰ কৰি তোলাৰ সময়তে দেশখনৰ মুঠ অৰণ্য ভূমিৰ ছয় শতাংশ বিলুপ্ত হোৱাটো স্বাভাৱিকতে চৰম উদ্বেগজনক, তথ্যৰূপে চিহ্নিত হৈছে।

প্রসংগত উল্লেখ্য যে শেহতীয়াকৈ এপ্রিলতে জুন-জুলাই সদৃশ প্রচণ্ড গ্রীষ্মপ্রবাহে দহিছে সমগ্র দেশখনক। কেইটামান বছৰৰ ভিতৰতে মুঠ অৰণ্য ভূমিৰ ছয় শতাংশ বিলুপ্ত হোৱাটো এনেবোৰ প্রাকৃতিক ভাৰসাম্যহীনতাৰ অন্যতম কাৰণৰূপে চিহ্নিত হৈছে।

সংস্থাটোৱে প্রকাশ কৰা প্রতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে উপগ্রহীয় তথ্য আৰু আন বিভিন্ন উৎস ব্যৱহাৰ কৰি তেওঁলোকে প্রস্তুত কৰা এই প্রতিবেদনখনত সংলগ্ন কৰা হৈছে ২০০২ৰ পৰা ২০২৩ লৈ এই সময়ছোৱাত দেশখনৰ সেউজ ভূখণ্ডই সম্মুখীন হোৱা প্ররল প্রত্যাহ্বানৰ বাস্তৱ প্রতিচ্ছবি। তথ্য মতে, এই সময়ছোৱাত দেশখনে হেৰুৱাইছে ৪,১৪,০০০ হেক্টৰ আর্দ্র প্রাথমিক বনাঞ্চল (৪.১ শতাংশ)।

ইয়াৰ ফলত দেশত গছ-গছনিবে আৱৰি থকা অঞ্চলে ক্ষতিৰ সম্মুখীন হৈছে প্রায় ১৮ শতাংশ। প্রতিবেদনখনত এই কথাও কোৱা হৈছে যে ২০০১ৰ পৰা ২০২২ লৈ এই সময়ছোৱাত ভাৰতৰ অৰণ্যভূমিয়ে ৫১ নিযুত টন কার্বনডাই অক্সাইড নির্গমন ৰোধ কৰিছিল। অর্থাৎ এবছৰৰ তুলনাত ১৪১ নিযুত টন কার্বনডাই অক্সাইড মচি পেলাইছিল সেউজ ভূমিয়ে। কিন্তু বিগত বছৰকেইটাত বিলুপ্ত হোৱা গছ-গছনিৰে পৰিবেষ্টিত অঞ্চলৰ বাবে দেশৰ বায়ুমণ্ডলত মিহলি হৈছে প্রতি বছৰে গড় হিচাপত ৫১ নিযুত টনকৈ কার্বনডাই অক্সাইড।

সেই হিচাপত বিগত ২২ টা বছৰত ১.১২ গিগাটন কার্বনডাই অক্সাইড বায়ুমণ্ডললৈ নির্গমন হৈছে। ইয়াৰ ফলত ভাবতে পৰোক্ষভাবে বিশ্বৰ জলবায়ু পরিবর্তনত ইন্ধন যোগাই সেউজ গ্রহটোলৈ ভাবুকি নমাই আনিছে। প্রতিবেদনখনত এই কথাও উল্লেখ কৰা হৈছে যে কেরল বিভিন্ন কামত ব্যৱহাৰৰ বাবে মানুহে ভূমি মোকলোৱাৰ সূত্রেই যে অৰণ্য ভূমিৰ পৰিমাণ হ্রাস পাইছে তেনে নহয়, বৰঞ্চ প্রাকৃতিক বিঘিনি আৰু মানুহৰ জবিয়তে হোৱা ক্ষতি দুয়োটা কাৰকৰ বাবে ভাৰতত বছৰৰ পাছত বছৰ ধৰি ক্রমশঃ হ্রাস পাই আহিছে গছৰ আৱৰণ।

গছৰ আৱৰণ ক্ষতিব উদাহৰণ হিচাপে এনে কেতবোৰ কাৰকে ক্রিয়া কৰা বুলি উল্লেখ কৰা হৈছে যে কেৱল মানুহে বনাঞ্চল ধ্বংস কৰাটোরেই মূল কাৰণ নহয়, একে সময়তে বনজুই, অৰণ্যভূমিত সংক্রমিত বিভিন্ন ৰোগৰ বাবে গছ- গছনি শুকাই যোৱা বা ধুমুহাৰ দৰে প্রাকৃতিক বিপর্যয়ত প্রতি বছৰে বৃহৎ পৰিমাণৰ বনভূমি বিলুপ্ত হোৱা বুলি উল্লেখ কৰা হৈছে। পৰিসংখ্যা মতে, বিগত সময়ছোৱাত দেশৰ ১৫ শতাংশ গছৰ আৱৰণ অঞ্চল হ্রাস পাইছে কেৱল প্রাকৃতিক বনভূমিত।

ইয়াৰে ভিতৰত ২০১৭ত সর্বাধিক সংখ্যক ১,৮৯,০০০ হেক্টৰ গছৰ আৱৰণ থকা অঞ্চল বিলুপ্ত হৈছে। একেদৰে ২০১৬৩ ১,৭৫,০০০ হেক্টৰ অৰণ্য ভূমি হ্রাস পাইছিল। আকৌ ২০২৩ত সমগ্র দেশতে ১,৪৪,০০০ হেক্টৰ গছৰ আৱৰণ থকা ভূমি নোহোৱা হৈছিল। বিগত ছটা বছৰৰ ভিতৰত ২০২৩ব এই পৰিসংখ্যাই সর্বাধিক। লক্ষ্যণীয় যে ২০০১ৰ পৰা ২০২৩ লৈ এই সময়ছোৱাত সমগ্র দেশতে যিমান পৰিমাণৰ গছৰ আৱৰণ থকা সেউজ ভূমি বিলুপ্ত হৈছে তাৰ ভিতৰত ৬০ শতাংশই হ’ল অসমকে ধৰি উত্তৰ- পূর্বাঞ্চলৰ ৰাজ্যকেইখনত।

প্রসংগত উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ খাদ্য আৰু কৃষি মন্ত্রণালয়ৰ তথ্য মতে, ২০১৫ৰ পৰা ২০২০ব ভিতৰত দেশত বনাঞ্চল ধ্বংসৰ হাৰ আছিল ছয় লাখ ৬৮ হেজাৰ হেক্টৰ, যিটো হাৰ বিশ্বৰ ভিতৰতে দ্বিতীয় সর্বাধিক। ইয়াৰে ভিতৰত ২০০২ৰ পৰা ২০২২ লৈ এই সময়ছোৱাত বনজুইৰ বাবেও দেশখনে বৃহৎ পৰিমাণৰ বনাঞ্চল হেৰুৱাবলগীয়া হৈছিল।

কেৱল ওড়িছাতে প্রতি বছবে ২৩৮ হেক্টৰকৈ বনাঞ্চল বনজুইৰ বাবে বিলুপ্ত হৈছিল। একেদবে অৰুণাচলত এই সময়ছোৱাত ১৯৮ হেক্টৰ, নগালেণ্ডত ১৯৫ হেক্টৰ, অসমত ১১৬ হেক্টৰ আৰু মেঘালয়ত ৯৭ হেক্টৰ বনভূমি বিলুপ্ত হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 3.24 Lakh HectaresAssamExtinct in AssamForest Land
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d