Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

পাচ চেপ্তেম্বৰৰ শোকাবহ ভটভটী দুৰ্ঘটনাত নিহতৰ সমুহীয়া শ্ৰাদ্ধ প্ৰয়াত অংকিতা বৰুৱাৰ চোতালত

publisher by publisher
August 26, 2019
in Uncategorized
Reading Time: 1 min read
0
পাচ চেপ্তেম্বৰৰ শোকাবহ  ভটভটী দুৰ্ঘটনাত নিহতৰ সমুহীয়া শ্ৰাদ্ধ প্ৰয়াত অংকিতা বৰুৱাৰ চোতালত
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

উত্তৰ গুৱাহাটী : অভিশপ্ত পাচ চেপ্তেম্বৰৰ কথা সকলোৰে মনত আছে ।উত্তৰ গুৱাহাটী অশ্বক্লান্ত দেৱালয়ৰ সমীপৰ জাইকাৰ দলঙৰ শিহৰণকাৰী ভটভটী দুৰ্ঘটনাৰ এটা বছৰ ওকলিল ।নাওঁ দুৰ্ঘটনাত তিনিজনৰ মৃত্যু আৰু আন কেবাজনো নিখোজ হৈ আছিল। শিহৰণকাৰী দুৰ্ঘটনাৰ পৰা আজিও স্বাভাবিক হ’ব পৰা নাই তেখেত সকলৰ পৰিয়াল । ২০১৮ৰ পাঁচ চেপ্তেম্বৰৰ দিনা দিনৰ বাৰ বজাত গুৱাহাটীৰ পৰা প্ৰায় ৩৭জন যাত্ৰী কঢ়িয়াই উত্তৰ গুৱাহাটী অভিমুখী ভটভটীখন উমানন্দৰ সমীপত ইঞ্জিন বিকলহৈ ভাহি গৈছিল। প্ৰায় এক কি মি লুইতৰ বুকুত ভাহি থকা নাওখন পাৰত লগবলৈ যাত্ৰীয়ে নাৱৰীয়াক কাতৰ অনুৰোধত কৰিছিল । যাত্ৰীৰ অনুৰোধ নুশুনাৰ পৰিণতিত সংঘটিত হ’ল শিহৰণকাৰী দুৰ্ঘটনা । আজি মৃতকৰ পুণ্য বছৰেকীয়া তিথি উপলক্ষে অংকিতা বৰুৱাৰ পিতৃয়ে নিজ গৃহত বছৰেকীয়া তিথি পালন কৰি উচুপি উঠিল । পাঁচ চেপ্তেম্বৰৰ গুৱাহাটী নৌকা দুৰ্ঘটনাত কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰী অংকিতা বৰুৱা আৰু ডিম্পী বড়াৰ সলিল সমাধি হৈছিল । আজি বছৰেকীয়া তিথি উপলক্ষে অংকিতাৰ পিতৃ অৰূপ বৰুৱাই আয়োজনক কৰিলে কন্যাৰ বছৰেকীয়া শ্ৰাদ্ধ । অংকিতাৰ লগতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হ’ল ৰাহুল আলি আৰু সহপাঠী ডিম্পী বড়াৰ । তিনি বিদেহী আত্মাৰ লগতে নিখোজ কমল দাসৰ পিতৃৰ উপস্থিতিত স্মৰণ কৰা হ’ল নিখোজ কমল দাসক। অৰূপ দাসৰ পিতৃৰ শ্ৰাদ্ধ ইতিমধ্যে পালন হৈ যোৱাবাবে ভাগবৎ পাঠেৰে সমুহীয়া শ্ৰদ্ধাঞ্জলি জনোৱা হল । শ্ৰদ্ধাঞ্জলি অনুষ্ঠাত ৰাহুল আলিৰ পিতৃ আৰু পত্নী উপস্থিত থাকি মৃতকৰ শ্ৰদ্ধাঞ্জলী জনাই কলে যি কৰুণ ঘটনা হল ,পুণৰাবৃত্তি হব নালাগে । দুৰ্ঘটনাৰ পাছত চৰকাৰে ভটভটী বন্ধ ৰখাত সন্তুষ প্ৰকাশ কৰি কয় বৰ্তমান জাহাজ সেৱা ভাল হৈছে যদিও পুৰণি জাহাজে বহু সময়ত ইঞ্জিন বিকল হৈ যাত্ৰীৰ মনত শংকা নমাই আনে ।গতিকে নতুন জাহাজৰ ক্ষেপ বৃদ্ধি কৰিব লাগে ।
সন্তানৰ শ্ৰাদ্ধ আৰু পিতৃ বুজাব নোৱাৰা শোকাকুল অবস্থা ,ক্ষোভ আতৰা নাই জলপৰিবহণ আৰু মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে । অংকিতাৰ পিতৃয়ে নাপালে ন্যায় ,নহল সুচল যাতায়ত । অংকিতা মৃত্যুৰ ক্ষতিপূৰণ নালাগে পিতৃক । ক্ষতি পুৰণৰ পৰিবৰ্তে কটন ইউনিভাৰচিটিত অংকিতাৰ নামত সোঁৱৰণি বটাঁৰ দাবী কৰিলে কটন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যক ।অবশ্যে উপাচাৰ্যই অৰুপ বৰুৱাৰ অনুৰোধ বিবেচনা কৰাত সুখী বুলি কলে অংকিতাৰ পিতৃয়ে । মেধাবী ছাত্ৰী অংকিতাৰ বাবে কটন বিশ্ব বিদ্যালয়ে আগবঢ়াব খোজা একলাখ টকা বছৰেকীয়া শিতানৰ বঁটা ঘোষণা ঘোষণা কৰিলে সুখী হ’ব বুলি কলে পিতৃয়ে। এতিয়া যোৱাজন ঘূৰি নাহে ,কিন্তু একমাত্ৰ সন্তান অংকিতা বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে খুলিব এখন সংগীতৰ স্কুল ।
পাচ চেপ্তেম্বৰৰ শোকাবহ নাওঁ দুৰ্ঘটনাত নিখোজ কমল দাসৰ পিতৃৰ সমূহীয়া শ্ৰদ্ধত উপস্থিত হৈ চকুলোৰে সেমেকিল । এতিয়াও কমলৰ নিহত অথবা মৃত্যুৰ খবৰ নোপোৱাত চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে । চৰকাৰী পক্ষৰ খবৰ ল’বলৈ আহৰি নাই , যাৰ বাবে কমলৰ পিতৃৰ এতিয়া পুত্ৰৰ স্মৃতিত খুলিব সংগীতৰ স্কুল । কাৰণ নিখোজ কমল আছিল এজন ভাল আৰ্টিষ্ট আৰু কৰিঅগ্ৰাফাৰ। সংগীতৰ স্কুলৰ মাজত কমলৰ পিতৃয়ে বেদনা পাতল কৰাৰ চেষ্টা কৰিব।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Uncategorized

Best Online Pokies Australia: Explore must-play slots with quick cash-out capabilities

August 21, 2026
Uncategorized

Neosurf Casino Australia 2026 official site: Claim your bonuses while enjoying the best online

August 21, 2026
Uncategorized

Getting started with PayID Pokies Australia: Essential tips for smooth deposits

August 21, 2026
Uncategorized

NRL betting Australia official site: discover the best odds and exclusive bonuses for 2026

August 21, 2026
Uncategorized

Navegar en casino argentina online nunca fue tan sencillo y directo

August 21, 2026
Uncategorized

Test Post Created

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d