Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

মৰিগাঁৱত আৰক্ষী থানাৰ ভিতৰতেই অভিযুক্তক লৈ বন্ধুৰ ছেল্ফী: ফেচবুকত আপলোড

publisher by publisher
September 26, 2019
in Uncategorized
Reading Time: 1 min read
0
মৰিগাঁৱত আৰক্ষী থানাৰ ভিতৰতেই অভিযুক্তক লৈ বন্ধুৰ ছেল্ফী: ফেচবুকত আপলোড
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

                          কৰ্তব্যৰত গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত

মৰিগাঁও:– মৰিগাঁও জিলা আৰক্ষী থানাৰ ভিতৰত অভিযুক্তক লৈ উঠা বন্ধুৰ ছেল্ফীয়ে সমগ্ৰ জিলা খনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষী থানাৰ ভিতৰত সংঘটিত হৈছে এই ঘটনা । প্ৰাপ্ত তথ্য মতে মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত বালিগাঁৱৰ বচৰৎ উদ্দিনৰ কণ্যা চেলিনা বেগমক স্বামী আচাদুৰে নিজৰ ঘৰৰ পদুলীত এখন নীলা মেক্সিম’ বাহনেৰে চেপি হত্যাৰ চেষ্টা চলাইছিল। আচাদুৰ ৰহমানৰ পত্নী চেলিনা বেগমৰ পৰিয়ালে মিকিৰভেটা আৰক্ষী থানাত পত্নীক নিৰ্যাতন চলাই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ২৩ ছেপ্টেম্বৰত দাখিল কৰা ৩৭৩/১৯ নম্বৰৰ গোচৰৰ ভিত্তিত মিকিৰভেটা আৰক্ষীয়ে অভিযুক্ত আচাদুৰক আটক কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে। আনহাতে অভিযুক্ত আচাদুৰক আৰক্ষীয়ে আটক কৰাৰ পাই থানাত তেওঁৰ পাচঁজন ঘনিষ্ঠ বন্ধু মিকিৰভেটা থানাত উপষ্ঠিত হয়। আৰক্ষীয়ে গিজগিজাই থকা থানাখনত অভিযুক্ত বন্ধুক লৈ ছেল্ফী উঠি ৰফিকুল আলী নামৰ এজন বন্ধুৱে নিজৰ ফেচবুক একাউণ্টত আপলোড দিয়ে৷এই ফটো কপি চচিয়েল মেডিয়াত ভাইৰেল হৈ পৰাত মৰিগাঁও জিলাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ জানিব পৰা মতে আচাদুৰ ৰহমানৰ পত্নী ২৩ ছেপ্টেম্বৰৰ পৰা মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও তেওঁ সুষ্ঠ হৈ উঠাত কালি চিকিৎসকে ঘৰলৈ পঠাই দিয়ে। আচাদুৰে পত্নী চেলিমাক পূৰ্বৰ পৰাই শাৰীৰিক আৰু মানসিক নিৰ্যাতন সহিব নোৱাৰি পিতৃ গৃহত আশ্ৰয় লৈছিল বুলিও অভিযোগ উত্থাপিত হৈছে । আনহাতে সমগ্ৰ ঘটনাটো জিলাখনত চাঞ্চল্য সৃষ্টি হোৱাৰ পাছতেই ছেল্ফী কাণ্ডৰ অভিযুক্তক আৰক্ষীয়ে ৩৭৫/১৯ নম্বৰত গোচৰ ৰুজু কৰি আচাদুৰ সহ বন্ধু মিন্টু আলী,ইয়াজুতদ্দিন,ৰিবুল আলী,ইনাউদ্দিন,ৰুবুল আলীক মিকিৰভেটা আৰক্ষীয়ে আটক কৰিছে। ইপিনে মৰিগাঁও আৰক্ষী থানাৰ ভিতৰত আচামীৰ লগত বন্ধুয়ে ছেল্ফী মাৰি ফেচবুকত আপডেট দিয়া সন্দৰ্ভত মৰিগাঁও আৰক্ষী অধীক্ষকে তৎকালীন ভাৱে কৰ্তব্যতত গাফিলতি কৰা মিকিৰভেটা আৰক্ষী থানৰ গৃহৰক্ষী পৰাগ জ্যোতি ৰাজকুমাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰে আৰু ঘটনাৰ সন্দৰ্ভত মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক লুইত তালুকদাৰৰ তদন্তৰ দায়িত্ব দিয়ে৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d