Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

জাগীৰোডৰ পৰা পাঁচদিনে খোজ কাঢ়ি শ্ৰীৰামপুৰত উপস্থিত বিহাৰৰ সাত শ্ৰমিক

publisher by publisher
May 3, 2020
in COVID-19, News
Reading Time: 1 min read
0
জাগীৰোডৰ পৰা পাঁচদিনে খোজ কাঢ়ি শ্ৰীৰামপুৰত উপস্থিত বিহাৰৰ সাত শ্ৰমিক
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

সমগ্ৰ দেশজুৰি চলি থকা তলাবন্ধৰ ফলত বহিঃৰাজ্যৰ শ শ শ্ৰমিক উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লগতে অসমত আৱদ্ধ হৈ পৰিছে । বিগত ডেৰ মাহ ধৰি আবদ্ধ হৈ থকা  শ্রমিক সকলে উপায়হীন  হৈ এতিয়া একমাত্ৰ ভৰসা হৈ পৰিছে  ৰাজপথ। অন্যহাতে অনাহাৰে-অনিদ্ৰাৰে দিন ৰাতি অতিবাহিত কৰা শ্ৰমিক সকলে এতিয়া পদব্ৰজে নিজ ঘৰ অভিমুখে ৰাওনা হোৱাৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। নগাঁৱৰ জাগীৰোডত শুকান মাছৰ কামত নিয়োজিত হৈ থকা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ সাত গৰাকী শ্ৰমিকে উপায়হীন হৈ বিগত পাঁচ দিন ধৰি খোজ কাঢ়ি আজি অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত উপস্থিত হয়।

ADVERTISEMENT

ইপিনে এনেদৰে পাঁচ দিন ধৰি খোজ কাঢ়ি দুৰ্বল হৈ পৰা লোক সকলে অসমৰ সীমা  অতিক্ৰম কৰি বংগত ভৰি দিয়াৰ লগে লগে বংগ আৰক্ষী খেদি পঠিয়াই দিয়ে। পিছত এইসকল শ্ৰমিক পুনৰ অসমৰ সীমাৰ ৰাষ্ট্ৰীয় পথৰ  দাঁতিত  আশ্ৰয় গ্ৰহণ কৰে। এইসকল শ্ৰমিকে নিজ গৃহ অভিমুখে যাবলৈ চেষ্টা কৰে যদিও বংগ আৰক্ষীৰ বাধাত  ৰাষ্ট্ৰীয় পথৰ দাঁতিত এক অনিশ্চিয়তাৰ মাজত আশ্ৰয় লৈ আছে। শ্ৰমিক সকল হৈছে উত্তৰ প্ৰদেশৰ গোপালগঞ্জৰ পাপ্পু কুমাৰ চাহানি আৰু বিহাৰৰ মতিহাৰি জিলাৰ বিজয় কুমাৰ যাদৱ, চাহেব যাদৱ, জলন্ধৰ ৰায়, ৰামপৰবেশ যাদৱ, জিতেন্দ্ৰ যাদৱ আৰু কপিল ৰায় । এওঁলোকে জাগীৰোডত অৰ্থ আৰু বাসস্থানৰ অভাৱত অনাহাৰে দিন কটাই আছিল যদিও চৰকাৰে কোনো ধৰণৰ সহায় নকৰাত দীৰ্ঘ পথ খোজ কাঢ়ি যাবলৈ বাধ্য হৈছে । অন্যহাতে তাতো আৰক্ষী-প্ৰশাসনে বাধা প্ৰদান কৰাত লোক সকল এতিয়া চৰম হতাশাত ভাঙি পৰিছে। খাদ্য আৰু পানীৰ অভাৱত দুৰ্বল হৈ পৰা শ্ৰমিক সকল এতিয়া ৰাষ্ট্ৰীয় পথতে আশ্ৰয় লৈ আছে যদিও পৰৱৰ্তী সময়ত কি হ’ব সেয়া নিশ্চিত নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d