Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তলাবন্ধৰ মাজতে জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনা সদৃশ পৰিবেশ

publisher by publisher
May 3, 2020
in News
Reading Time: 1 min read
0
তলাবন্ধৰ মাজতে জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনা সদৃশ পৰিবেশ
5
SHARES
51
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাট নামঘৰ নগৰী বুলিও জনাজাত । গুৰুজনাৰ মহান সৃষ্টি ভাওনাই য’ত প্ৰাণ পাই উঠিছে, য’ত বাৰেচহৰীয়া ভাওনাৰ দৰে এক বৃহৎ অনুষ্ঠানৰ জন্ম হৈ সৰ্বভাৰতীয় পৰ্যায়ত পাইছে বিশেষ সন্মান । এক কথাত সমগ্র জামুগুৰিহাটৰ ৰাইজৰ প্ৰাণত গুৰুজনাৰ ভাওনা সংস্কৃতি বিদ্যমান ‌। সম্প্ৰতি দেশত অব্যাহত আছে তলাবন্ধৰ কাৰ্যসূচী। এনে সময়তে জামুগুৰিহাটৰ অন্যতম সাংস্কৃতিক গোষ্ঠী “ধ্বনি”য়ে বৃহত্তৰ অঞ্চলটোত কৰি তুলিছে গুৰুজনাৰ অন্যতম সৃষ্টি ভাওনাৰ এক বিৰল পৰিবেশ । সাংস্কৃতিক গোষ্ঠীটোৱে কৰা সদৌ অসম ভিত্তিত আয়োজন কৰা ভাওনাৰ সংলাপৰ এক অনলাইন প্ৰতিযোগিতাৰ ফলস্বৰূপে এতিয়া সমগ্র নামঘৰ নগৰী জামুগুৰিহাটত গাঁৱত চলিছে নিৰ্দিষ্ট নাটৰ প্ৰিয় চৰিত্ৰৰ সংলাপ নিক্ষেপ তথা অভিনয় । প্ৰতিযোগিতাৰ আপাহতে এতিয়া অঞ্চলটোৰ একাংশ সুদক্ষ অভিনেতাই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰিয় চৰিত্ৰটোত সুন্দৰ অভিনয় কৰি কৰিছে ভিডিঅ’ যোগে । এক মননশীল পৰিবেশে বিৰাজ কৰিছে অঞ্চলটোৰ অসংখ্য গাঁৱত ।

ADVERTISEMENT

প্ৰতিযোগিতা খনক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোৰ বিভিন্ন গাঁৱত নিজৰ ঘৰতে থাকি অভিনয়ৰ মাজেদি গুৰুজনাৰ সৃষ্টিক পুনৰ প্ৰাণৱন্ত কৰাৰ প্ৰয়াস কৰিছে একাংশ শিল্পীয়ে । অঞ্চলটোৰ কোচগাঁৱৰ ভাওনাৰ দক্ষ শিল্পী শৈল্যন বৰকটকী, ধলাইবিলৰ জয়ন্ত হাজৰিকা, পাতলৰচুকৰ অজিত কাকতী, ডেকাসুন্দৰৰ লক্ষ্য জ্যোতি হাজৰিকা, পাতলৰচুকৰ কৌশিক ভূঞা, মধুপুৰৰ শিশু শিল্পী ৰিয়ান ক্ৰিচ বৰা, শলগুৰিৰ প্ৰদ্যুম্ন হাজৰিকা, গেৰেকিচুকৰ সিদ্ধাৰ্থ ভাগৱতী, জামুগুৰিহাটৰ প্ৰিঞ্জুম হাজৰিকা, কেৰাণীপামৰ প্ৰাঞ্জল বৰা, পদ্মপুৰৰ প্ৰানজিৎ ভৰালী, লক্ষ্য জ্যোতি বৰা, মনজিৎ কাকতি, সৰুভগীয়াৰ দ্বীপ বৰা, কমাৰচুকৰ নিতুমনি বৰা, হেৰাপোৱাচুকৰ বেদান্ত হাজৰিকা, জামুগুৰিহাটৰ ৰবীন ভূঞাকে আদি কৰি ভালেকেইখন গাঁৱৰ ভালে সংখ্যক দক্ষ ভাওনা শিল্পীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ অঞ্চলটোত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ এক পৰিবেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ‌। ইফালে এই তলাবন্ধৰ পৰিপেক্ষিত জামুগুৰিহাটৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘ধ্বনি’ সাংস্কৃতিক গোষ্ঠীয়ে প্ৰতিযোগিতাৰ বাবে গুৰুজনাৰ সৃষ্টি ভাওনাক নিৰ্বাচন কৰি গুৰুজনাৰ আদৰ্শ তথা সৃষ্টিক সজীপ কৰি ৰখাৰ যি প্ৰয়াস চলাইছে সেয়া সচাকৈ প্ৰশংসনীয় বুলি বিবেচিত হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamLockdown
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d