তলাবন্ধৰ বাবে পেপাৰ মাধ্যমেৰে প্ৰকাশ বন্ধ হৈ থকা অসম বিজেপিৰ বাৰ্তালোচনী চলিত মাহৰ ‘বিজেপি বাৰ্তা’ পুনৰ মঙ্গলবাৰে উন্মোচন কৰা হয় | ৪২ সংখ্যক প্ৰকাশৰ এই বাৰ্তালোচনী সাংসদ দিলীপ শইকীয়াই উন্মোচন কৰে | উন্মোচন সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফনী শৰ্মা আৰু বাৰ্তাখনৰ সম্পাদক ড০ দেৱদত্ত বৰকাকতি আদি উপস্থিত থাকে |
ADVERTISEMENT





























