Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বন্যহস্তীৰ চিকাৰ আৰু হাতী দাঁতৰ ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে চিৰাং জিলা : বন্দুকসহ হাতী দাঁতৰ ব্যৱসায়ী গ্ৰেপ্তাৰ

publisher by publisher
September 6, 2020
in Assam, India
Reading Time: 1 min read
0
বন্যহস্তীৰ চিকাৰ আৰু হাতী দাঁতৰ ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে চিৰাং জিলা : বন্দুকসহ হাতী দাঁতৰ ব্যৱসায়ী গ্ৰেপ্তাৰ
7
SHARES
65
VIEWS
ShareShareShareShare

বন্যহস্তী চিকাৰ আৰু হাতীদাঁতৰ চোৰাং ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে চিৰাঙৰ বনাঞ্চল । যোৱাকালি চিৰাং বন বিভাগে জিলাখনৰ ৰুণীখাটা থানাৰ অধীনৰ লাওপানী আশ্ৰাবাৰী গাঁৱত অভিযান চলাই এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে চিকাৰীটোৰ পৰা এটা বন্দুক জব্দ কৰে ।

ADVERTISEMENT

বন বিভাগৰ অভিযানত ডাফলা ওৰফে উত্তম নাৰ্জাৰী (৩০) নামৰ চোৰাং চিকাৰী জনক গাঁওবাসীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বন বিভাগে । চিৰাং বন সংমণ্ডল প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়া মতে, বিগত ৫ আগষ্টত জিলা খনৰ ভাৰত ভূটান সীমান্তৰ লাইমুতি এলেকাৰ জয় বাংলা গাঁৱৰ পৰা দুটা হাতী দাঁতৰ লগতে গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী জীৱেশ্বৰ বসুমতাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত উত্তম নাৰ্জাৰীক বন্দুকসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

RelatedPosts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ৰুনিখাতা বন কাৰ্যালয় আক্ৰমণ কাণ্ডঃ ২৩ এপ্ৰিলত দণ্ডাধিশ পৰ্যায়ৰ শুনানি

WhatsApp Image 2020 09 06 at 6.05.41 PM

আজি চিকাৰীজনে বন বিভাগৰ লোকক বন‍্যহস্তী চিকাৰ কৰা ঠাইলৈ লৈ যায় আৰু মৃত বনৰীয়া হাতীটো দেখুৱায় । চিকাৰী জনৰ বিৰুদ্ধে চিৰাং বন বিভাগে বন‍্যহস্তী হত‍্যা কৰি হাতী দাঁতৰ চোৰাং ব‍্যৱসায় কৰাৰ অপৰাধত বন আইনৰ কে’বাটাও ধাৰাত গোচৰ পঞ্জীয়ন কৰে ।

আজি চিকাৰী জনৰ ক’ভিড পৰীক্ষা কৰাত ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়। বৰ্তমান কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ৰ আইছ’লেচনত ৰাখিছে চিকাৰী জনক। উল্লেখ্য যে কিছুদিন পূৰ্বেও চাৰিটাকৈ হাতীদাঁতৰ লগতে দুজনকৈ চোৰাং হাতীদাঁতৰ ব্যৱসায়ীক আৰক্ষী আৰু চিৰাং বন বিভাগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

শেহতীয়াকৈ চিৰাং জিলাত উগ্ৰপন্থীৰ সমস‍্যা নোহোৱা হৈছিল যদিও বন‍্যহস্তী চিকাৰী আৰু হাতীদাঁতৰ চোৰাং ব্যৱসায়ীয়ে বাহৰ পাতি লোৱা পৰিলক্ষিত হৈছে । দুদিন পূৰ্বেও জিলাখনৰ ভাৰত-ভূটান সীমান্তত গুলিবিদ্ধ মৃত হাতী উদ্ধাৰ হৈছিল । চিৰাং বন বিভাগে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCHIRANG
publisher

publisher

Related Posts

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

April 26, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

April 25, 2026
Bank Licence Cancelled:আৰবিআইয়ে বাতিল কৰিলে পেটিএম পেমেণ্টছ বেংকৰ অনুজ্ঞা পত্ৰ

গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

প্রসিদ্ধ বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তই দান দিয়া ৰূপৰ ৯৫ শতাংশই নকল

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d