Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

    ৭৬ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা বিভিন্নজনৰ

    Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

    Zubeen khetra:বিভিন্ন ধৰ্মালম্বী লোকৰ উপস্থিতিৰে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জীপাল হ’ল সোণাপুৰৰ জুবিনক্ষেত্র

    উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী

    মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ বাবে অন্য এক দুঃখবৰ

publisher by publisher
October 2, 2020
in Assam, News
Reading Time: 1 min read
0
ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ বাবে অন্য এক দুঃখবৰ
5
SHARES
45
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

চৰকাৰী অনুদান পৰা বঞ্চিত নগাঁৱৰ কে’বাটাও চিনেমাগৃহ

ADVERTISEMENT

ৰাজ্যৰ চলচ্চিত্ৰ তথা সাংস্কৃতিক জগতৰ বাবে এক দুঃখবৰ। প্ৰায় চাৰিটা দশক ধৰি নগাঁও চহৰৰ এক সাংস্কৃতিক ঐতিহ্য বহন কৰি অহা অভিজাত চিনেমাগৃহ”অদিতি”ত পৰিল হাতুৰীৰ কোব । মধ্য অসমৰ অগণন সংস্কৃতিপ্ৰেমী ৰাইজৰ বহু স্মৃতি জড়িত হৈ থকা এই চিনেমাগৃহটোৰ ওপৰত চলিল বুলডজাৰৰ নিৰ্মম আঘাত । কিয়নো চৰকাৰৰ ভুল সাংস্কৃতিক নীতি,ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ চৰম বৈষম্য,অতিমাৰী কৰ’নাৰ বিভীষিকা, দীঘলীয়া তলাবন্ধ, আনলক, কৰ’নাজনিত কঠোৰ স্বাস্থ্য বিধি আদিৰ পৰিপ্ৰেক্ষিতত জুৰুলা হৈ পৰা এই চিনেমা গৃহটোত হোৱা লোকচানৰ বাবেই অনিচ্ছাকৃত ভাৱেও চিনেমাগৃহটোৰ স্বত্বাধিকাৰীয়ে ইয়াক বন্ধ কৰি দিবলৈ বাধ্য হয়।

ইমানেই নহয় এই ঐতিহ্য মণ্ডিত চিনেমাগৃহটো হোজাই জিলাৰ পাৰ্থ বৰা নামৰ এজন ব্যৱসায়ীক বিক্ৰী কৰা হয় ।ইয়াৰ পাছতেই বৰাৰ নিৰ্দেশত এই চিনেমাগৃহটো ভাঙি পেলোৱাৰ কাম আৰম্ভ কৰা হয়।এতিয়া অদিতি চিনেমাগৃহৰ ওপৰত বুলডজাৰ চলোৱা, হাতুৰীৰ নিৰ্মম প্ৰহাৰৰ দৃশ্য প্ৰত্যক্ষ কৰি পথচাৰীয়ে হুমুনিয়াহ কঢ়া পৰিলক্ষিত হৈছে।বিস্মৃতিৰ অটল গহ্বৰত বিলীন হ’বলৈ ধৰিছে নগাঁও, মৰিগাঁও,হোজাই, কাৰ্বি-আংলং,ডিমাহাচাও জিলাৰ অজস্ৰ ৰাইজৰ বহু স্মৃতি। ষাঠিৰ দশকতে নগাঁও চহৰৰ মাজমজিয়াৰ ইটাচালিত ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতেই অসমীয়া ব্যৱসায়ী নন্দেশ্বৰ বৰাই নিৰ্মাণ কৰাইছিল অতি আটকধুনীয়া “অদিতি” চিনেমাগৃহৰ।

১৯৭৯ চনত শ্ৰুতিমধুৰ সংগীতৰে ভৰা “পেহলী” নামৰ হিন্দী ছৱিখনেৰে চিনেমা গৃহটো মুকলি কৰা হৈছিল অতি আড়ম্বৰপূৰ্ণ ভাৱে। আটকধুনীয়া চিত্ৰগৃহ, প্ৰকাণ্ড পৰ্দা, সুন্দৰ ছাউণ্ড চিষ্টেম,সুন্দৰ আলোকসজ্জা, আৰামদায়ক আসন সমৃদ্ধ চিনেমাটোত চিনেমা চোৱাটো এসময়ত এক গৌৰৱৰ বিষয় আছিল। ১৯৮০চনৰ ২২ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা চুপাৰ হিট অসমীয়া ছবি “আজলী নবৌ”নগাঁও চহৰৰ অদিতি চিনেমা হলত সগৌৰৱে আঠ সপ্তাহ চলিছিল। অসংখ্য হাউছফুল চিনেমাৰ মাজৰে”ককা দেউতা নাতি আৰু হাতী”, “এক দুজেকে লিয়ে”আৰু “কোৰবানী”প্ৰদৰ্শনৰ সময়ত চিনেমা হলটোত হোৱা দৰ্শকৰ অভূতপূৰ্ব ভিৰৰ কথা এতিয়াও মনত ৰাখিছে নগঞা ৰাইজে।

স্মৰ্তব্য যে,আশীৰ দশকত বিখ্যাত গজল গায়ক পঙ্কজ উধাচে এই হলটোতে এক অনুষ্ঠান পৰিবেশন কৰি গৈছিল। এসময়ত অদিতি চিনেমা গৃহৰ টিকট কাউন্টাৰৰ সন্মুখত হোৱা প্ৰচণ্ড ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ চি আৰ পি এফ বাহিনীও নিয়োগ কৰিব লগীয়া হৈছিল।হলটোত চিনেমাৰ চাৰিটাকৈ দৰ্শনীৰ ব্যৱস্থা আছিল। প্ৰতিটো দৰ্শনীৰ অন্তত চিনেমাগৃহটোৰ সন্মুখত ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত ব্যাপক যানজঁটৰ সৃষ্টি হৈছিল।সেই অদিতি চিনেমা গৃহটোৱেই এতিয়া নিচ্ছন্ন কৰিবলৈ আৰম্ভ কৰিছে।আৰু কেইটামান দিনৰ পিছতে হলটোৰ অৱশেষ অংশখিনিও শেষহৈ যাবগৈ। জয়শ্ৰী চিত্ৰগৃহৰ দৰেই নগাঁও চহৰবাসীৰ মানসপটতহে মাথো স্মৃতি হৈ ৰ’বগৈ অদিতি চিত্ৰগৃহ ।

স্মৰ্তব্য যে,অদিতি চিনেমাগৃহ ভাঙি সেই স্থানৰ সন্মুখ ভাগত এটা শ্বপিং ম’ল আৰু পিছৰ অংশত ফ্লেট নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে গৰাকীয়ে। উল্লেখ্য যে,চৰকাৰৰ চৰম অৱহেলাৰ বাবেই অসমীয়া চলচ্চিত্ৰ জগতৰ বাটকটীয়া স্বৰূপ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত নগাঁও চহৰৰ মাজমজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জয়শ্ৰী চিনেমা হলত বিগত বৰ্ষত পৰিছিল হাতুৰী কোব । হাতুৰীৰ কোবত চুৰ্ণ-বিচূৰ্ণ হৈ পৰিল ঐতিহ্যমণ্ডিত চিনেমা গৃহটো।১৯৩৮ত এই চিনেমা গৃহটো নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই।সেই সময়ত নগাঁৱৰ এজন ব্যৱসায়ীৰ পৰা লীজত লৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ঐতিহ্য বহনকাৰী এই চিনেমা হলটো তেওঁৰ বৰ জীয়ৰী জয়শ্ৰী নামেৰে নামাকৰণ কৰিছিল।

এই চিনেমা হলটোতে ১৯৩৯ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কথাছবি ইন্দ্ৰমালতী প্ৰদৰ্শন কৰা হৈছিল।পৰবৰ্তী সময়ত হলটো চোৱা চিতা কৰিছিল জ্যোতিপ্ৰসাদৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই।বহু কেইখন উচ্চ মানবিশিষ্ট অসমীয়া চিনেমা এই হলটোত প্ৰদৰ্শিত হৈছিল।কেইবছৰমান আগলৈকে চলি থকা এই চিনেমা গৃহটো বিভিন্ন কাৰণত বন্ধ হৈ পৰিছিল।পিছলৈ চিনেমা হলটো আৰু ভূমিৰ মালিকিস্বত্ব লাভ কৰে নগাঁৱৰ কোটিপতি ব্যৱসায়ী ধনপ্ৰদ ঘেৰাৱতে ।তেতিয়াই ব্যৱসায়ী জনে চিনেমা হলটো বন্ধ কৰি দিয়াৰ লগতে হলটো ভাঙি সেই স্থানত শ্বপিং মল স্থাপনৰ পৰিকল্পনা কৰে। এতিয়া জয়শ্ৰী চিনেমাগৃহৰ কোনো অস্তিত্বই বিচাৰি পাবলৈ নাই।সেই স্থানত শ্বপিং মলৰ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে।

আনহাতে,চহৰ খনৰ আন এটা চিনেমাগৃহ এলফিনষ্টোন বিক্ৰী হোৱাত সেই স্থানত গঢ়ি তোলা হয় বিবাহ ভৱন। সৌ সিদিনালৈকে অসম ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল নগাঁৱৰ সন্তান অভিনেতা যতীন বৰা। আনহাতে নিগমৰ উপাধ্যক্ষ নগাঁৱৰে বিজেপি নেতা অভিজিৎ নাথ। তৎসত্বেও নগাঁও চহৰৰ ইটোৰ পাছত সিটোকৈ চিনেমাগৃহ বন্ধ হৈ পৰাটো পৰিতাপৰ বিষয়। স্মৰ্তব্য যে,যতীন বৰা ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ হৈ থকা সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ চিনেমা গৃহক পুনৰুজ্জীৱিতকৰণৰ বাবে ৫০লাখ টকাকৈ সাহাৰ্য আগবঢ়াইছিল যদিও এই ধনৰ পৰা নগাঁৱৰ আটাই কেইটা চিনেমা গৃহকে বঞ্চিত কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNagaon
publisher

publisher

Related Posts

এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ
India

September 17, 2026
৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!
International

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

September 17, 2026
সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা
International

সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

September 17, 2026
Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ
Assam

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

September 17, 2026
৭৬ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা বিভিন্নজনৰ
India

৭৬ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা বিভিন্নজনৰ

September 17, 2026
Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি
Assam

Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d