Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

নগাঁৱৰ ৰণথলীত চাঞ্চল্যকৰ হত্যাকাণ্ড

publisher by publisher
October 4, 2020
in Uncategorized
Reading Time: 1 min read
0
নগাঁৱৰ ৰণথলীত চাঞ্চল্যকৰ হত্যাকাণ্ড
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

কেঁচা সোণৰ গহনাৰ শিল্প উদ্যোগৰ বাবে প্ৰখ্যাত নগাঁও জিলাৰ নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰণথলিৰ ৰজা ভেটিত শনিবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় । একেখন গাঁৱৰে দুই যুৱকে চুৰিকাঘাতৰে অতি নৃশংসভাৱে হত্যা কৰে প্ৰশান্ত কুমাৰ বণিয়া(৩১) নামৰ কেঁচা সোণৰ গহনাৰ ব্যৱসায়ীৰ লগত জড়িত এজন যুৱ ব্যৱসায়ীক। স্মৰ্তব্য যে,প্ৰশান্তৰ নগাঁও চহৰত”গহনা”নামৰ কেঁচা সোণৰ গহনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ।

ADVERTISEMENT

এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি যোৱা নিশাৰে পৰাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে আজি অঞ্চলটোৰ উত্তেজিত ৰাইজৰ সামূহিক প্ৰহাৰত ধৰাশয়ী হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত এজনৰো নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ নাম ৰিমন শইকীয়া(১৯) বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে। অভিযোগ অনুসৰি, কেঁচা সোণৰ গহনাৰ যুৱ ব্যৱসায়ী প্ৰশান্ত বণিয়াক কালি নিশা প্ৰায় ৯.৩০বজাত অঞ্চলটোৰ দুই যুৱক ক্ৰমে ৰিমন শইকীয়া আৰু নিতুল শইকীয়াই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত তেওঁ অতি গুৰুতৰভাৱে আহত হৈছিল ।

পিছত পৰিয়ালৰ লোকে তেওঁক অতি মূমূৰ্ষ অৱস্থাত ততাতৈয়াকৈ নগাঁও চহৰৰ এখন চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি প্ৰশান্ত বণিয়াক মৃত বুলি ঘোষণা কৰে। যুৱক কেইজনৰ মাজত হোৱা ধনৰ লেন দেনৰ বাবেই হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি আৰক্ষীয়ে কিছু তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

কালি নিশাই ঘটনা সন্দৰ্ভত ননৈ আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্তদ্বয়ৰ সন্ধানত অভিযান আৰম্ভ কৰে যদিও সফল হ’ব পৰা নাছিল।ইপিনে,আজি পুৱা অঞ্চলটোৰ ৰাইজে অভিযান চলাই ওচৰৰ ধাননী পথাৰত লুকাই থকা অৱস্থাত ৰিমন শইকীয়া নামৰ অভিযুক্ত এজনক ধাননিৰ মাজত লুকাই থকা অৱস্থাৰ পৰা কৰায়ত্ত কৰি উত্তম-মধ্যম শোধায় ।

উত্তেজিত ৰাইজে সম্পূৰ্ণ বিবস্ত্ৰ কৰি তেওঁক গণ প্ৰহাৰ কৰাত লেবেজান হৈ পৰে। যুৱক জনক উত্তেজিত ৰাইজৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষীয়ে আপ্ৰাণ চেষ্টা চলাই যদিও ব্যৰ্থ হয়।আনকি আৰক্ষীৰ সৈতে উত্তেজিত ৰাইজৰ প্ৰথমে বাকযুদ্ধ আৰু পাছত হতাহতিও লাগে। আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে উত্তেজিত জনতাক ছত্ৰভঙ্গ দিয়াবলৈ লাঠী চালনাও কৰিব লগা হয়।আনকি ঘটনাস্থলীত সাংবাদিকৰ প্ৰবেশতো বাধা প্ৰদান কৰে উত্তেজিত গঞাই।

লগতে আজি সেই এলেকাত মোবাইলৰ কেমেৰাৰে ফ’টো তোলা, ভিডিঅ’কৰাও নিষিদ্ধ কৰে স্থানীয় ৰাইজে ।পাছত ঘটনাস্থলীত উপস্থিত হৈ নগাঁও আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে ধাননি পথাৰৰ বোকাত নামি প্ৰাণ ৰক্ষা কৰিব লগীয়া হয় হত্যাৰ অভিযোগত অভিযুক্ত যুৱকজনক । তেওঁক মূমূৰ্ষ আৰু সম্পূৰ্ণ বিবস্ত্ৰ অৱস্থাত এটা পুখুৰীৰ পাৰৰ পৰা আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে উদ্ধাৰ কৰে।মূমূৰ্ষ অৱস্থাত যুৱকজনক নগাঁৱলৈ আনি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰত অৱস্থাতে আজি সন্ধিয়া প্ৰায় ৫.৩০বজাত তেওঁৰ মৃত্যু হয়।

ইপিনে,ৰাইজে নিজা ঘৰৰ পৰাই আজি বিয়লি কৰায়ত্ত কৰি উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়া আনজন অভিযুক্ত তথা ৰিমনৰ ভ্ৰাতৃ নিতুল শইকীয়া (২২)কো অতি সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি ৰিমন শইকীয়াই তেওঁৰ ভ্ৰাতৃ নিতুল শইকীয়াৰ লগ লাগি শনিবাৰে নিশা প্ৰায় ৯.৩০বজাত চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰিছিল৷

একেখন গাঁৱৰে যুৱ ব্যৱসায়ী প্ৰশান্ত কুমাৰ বনিয়াক । নগাঁও চহৰৰ’গহনা” নামৰ কেঁচা সোণৰ গহনা বিক্ৰীৰ এখন প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী প্ৰশান্ত বণিয়াক ঘৰৰ সমীপতে নিশা আক্ৰমণ কৰিছিল ৰিমন শইকীয়া আৰু নিতুল শইকীয়াই । ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত প্ৰশান্ত বণিয়াক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসায়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও ইতিপূৰ্বেই শেষ নিশ্বাস ত্যাগ কৰিছিল এটা সন্তানৰ পিতৃ তথা যুৱ ব্যৱসায়ী গৰাকীয়ে ।

এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰি আত্মগোপন কৰি আছিল দুই অভিযুক্ত ৰিমন আৰু নিতুল শইকীয়াই । আজি পুৱাই অভিযুক্তক বিচাৰি স্থানীয় এদল লোকে আৰম্ভ কৰিছিল অভিযান । ধাননি পথাৰৰ মাজত লুকাই থকাৰ পৰা স্থানীয় ৰাইজে কৰায়ত্ত কৰে ঘটনাৰ মূল অভিযুক্ত ৰিমন শইকীয়াক ।

ইপিনে,ৰণথলিৰ নৃশংস হত্যাকাণ্ডৰ আনজন অভিযুক্ত নিতুল শইকীয়াকো ইতিমধ্যে ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।
নিজৰ ঘৰৰ ভিতৰতে লুকাই থকা অৱস্থাত ৰাইজে কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই নিতুলক আৰক্ষীক গতাই দিয়ে।
সম্প্ৰতি নগাঁৱৰ কেঁচা সোণৰ গাঁও ৰূপে খ্যাত ৰণথলীত প্ৰশান্ত কুমাৰ বণিয়াৰ হত্যাকাণ্ডৰ লগতে তেওঁৰ হত্যা কাণ্ডৰ মূল অভিযুক্ত ৰিমনৰ গণ প্ৰহাৰত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটো অগ্নিগৰ্ভা হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nagaon
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d