অসম আৰক্ষীৰ উপ পৰিদৰ্ষক নিযুক্তি কেলেংকাৰীৰ তদন্ত অব্যাহত আছে ৷
ADVERTISEMENT
এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ নতুন পাৰা আৰু অভয়াপুৰীত আৰক্ষীৰ অভিযান ৷
অভিযানকালত ৰুবুল হাজৰিকাৰ ঘনিষ্ঠ বন্ধু ৰূপম দাসক গ্ৰেপ্তাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে।
লগতে ৰূপম দাসৰ শহুৰেক তৰণী বণিক্যৰ ঘৰতো আৰক্ষীয়ে পুৱাৰে পৰা অভিযান চলাই ।
তৰণী বণিক্যৰ ঘৰ অভয়াপুৰীৰ বঢ়ি গাঁৱত। ল’কাৰত বৃহৎ পৰিমাণৰ টকা লুকুৱাই ৰখাৰ সন্দেহ কৰি আৰক্ষীৰ অভিযান ।
অভিযানত উদ্ধাৰ ৩ কোটীতকৈ অধিক নগদ টকা । আৰক্ষীৰ অভিযান অব্যাহত ।