Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগাঁও জিলাৰ তপতজুৰি পাহাৰত এজাক বন্যহস্তীৰ অস্বাভাৱিক মৃত্যু

publisher by publisher
May 13, 2021
in Assam, India, News
Reading Time: 1 min read
0
নগাঁও জিলাৰ তপতজুৰি পাহাৰত এজাক বন্যহস্তীৰ অস্বাভাৱিক মৃত্যু
5
SHARES
51
VIEWS
ShareShareShareShare

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হাতী আৰু মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে আজি নগাঁও জিলাৰ কঠিয়াতলী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বঢ়মপু্ৰৰ তপতজুৰি পাহাৰত বন্যহস্তীৰ এটা জাকৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী ৰাইজক উদ্বিগ্ন কৰি তুলিছে । নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত কঠিয়াতলী বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীণ তপতজুৰিৰ ওখ পাহাৰত আজি পুৱা একাংশ স্থানীয় লোকে খৰি বিচাৰি গৈ চাৰিটা হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। খবৰটো প্ৰতিৱেশী গাঁৱত বিয়পি পৰাৰ লগে লগে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ।

ADVERTISEMENT

ইয়াৰ মাজতে স্থানীয় লোকে এই বিষয়ে নগাঁৱৰ বন বিভাগক অৱগত কৰে । লগে লগে বন বিভাগ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অভিযানৰ আৰম্ভণিতেই দূৰ্গম পাহাৰটোৰৰ য’তে য’তে পৰি থকা অৱস্থাত চাৰিটা হাতীৰ মৃতদেহ উদ্ধাৰ কৰি অভিযান অব্যাহত ৰাখে।

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

উল্লেখযোগ্য যে, পাহাৰৰ উচ্চ শিখৰত ভিন্ন স্থানত আৰু ১৬ টা বন্য হাতীৰ মৃতদেহ পৰি থকা বুলি স্থানীয় লোকসকলে বন বিভাগৰ দলটোক জানিবলৈ দিছে। পৰৱৰ্তী সময়ত অভিযানকাৰী দলে পাহাৰটোৰ ওপৰত আন ১৬টা বন্যহস্তীৰ মৃতদেহো উদ্ধাৰ কৰা হৈছে ।

WhatsApp Image 2021 05 13 at 9.28.55 PM 1

বন বিভাগৰ দলটোৱে সন্দেহ কৰা অনুসৰি, কালি নিশা অথবা পৰহি নিশা খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোৰ বজ্ৰপাতৰ ফলতে শোকাবহ ভাৱে মৃত্যু ঘটিছে । বাতৰি যুগুত কৰা সময়লৈকে বন বিভাগৰ অভিযানকাৰী দলে ১৮ টা হাতীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বন বিভাগৰ বিষয়াই এই কৰুণ ঘটনাটো সম্পৰ্কে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, এই দুৰ্ভাগ্যজনক ঘটনাটো বজ্ৰপাতৰ ফলতেই সংঘটিত হৈছে। কাৰণ, ঘটনাস্থলীৰ দাঁতিতে চাৰিডাল ডাঙৰ গছ পুৰি যোৱাৰ লগতে গছ কেইজোপা ফালি যোৱা প্ৰত্যক্ষ কৰা হৈছে। সেয়ে বন বিভাগে এই ঘটনাটো প্ৰাকৃতিক দূৰ্যোগৰ ফলতেই সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

ইতিমধ্যে বঢ়মপুৰৰ পশু চিকিৎসকৰ এটি দল আহি ঘটনাস্থলীত উপস্থিত হৈছেহি । মৃত হাতীৰ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু মৰনোত্তৰ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাছতেই প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি বন বিভাগ বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বঢ়মপুৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কন্দলী পাহাৰৰ হায়েংথলৰ ফায়েৰিং ৰেঞ্জৰ গাতে লাগি থকা তপতজুৰি পাহাৰৰ দাঁতিৰ পৰা প্ৰায় দুই কিলোমিটাৰ উচ্চতাত পাহাৰৰ বনাঞ্চলত সংঘটিত এই শোকাৱহ ঘটনাই সম্প্ৰতি ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। অভূতপূৰ্বভাৱে ইমান সংখ্যক বন্যহস্তীৰ অস্বাভাৱিক মৃত্যুৰ বাতৰি বিয়পি পৰাত নগাঁও জিলাৰ সকলো প্ৰান্তৰ বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হয় ।

তাৎপৰ্যপূৰ্ণ যে, মৃত হাতী কেইটাৰ গোন্ধ ওলোৱাক কেন্দ্ৰ কৰি একাংশ লোকে হাতীৰ জাকটো দুদিন অথবা তিনিদিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ কৰিছে । ফলত হাতীৰ মৃতদেহৰ পৰা দুৰ্গন্ধ নিৰ্গত হৈছে । কিন্তু ইয়াৰ বিপৰীতে স্থানীয় লোকসকলে প্ৰকাশ কৰা মতে, কালি নিশা অঞ্চলটোত বতাহ ধুমুহা আৰু ব্ৰজ্ৰপাতৰে বৰষুণ হৈছিল। সেই সময়খিনিত পাহাৰৰ ওপৰত হাতীৰ চিঞৰ তেওঁলোকে শুনিবলৈ পাইছিল। হয়তো হাতীৰ জাকটোৰ একাংশৰ শৰীৰত বজ্ৰপাত পৰাত দুৰ্ভগীয়া হাতীকেইটাই মৰণকাতৰ চিঞৰ মাৰিছিল বুলিও সন্দেহ কৰা হৈছে।

অৱশ্যে বন বিভাগৰ প্ৰকৃত তদন্ত আৰু হাতী কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে ওলাব বন্যহস্তীৰ জাকটোৰ ৰহস্যজনক মৃত্যুৰ কাৰণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Nagaon
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d