Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

বাস্তৱৰ নায়ক হ’ব বিচাৰে গুৰমিত চৌধুৰী

publisher by publisher
May 20, 2021
in COVID-19, Entertainment, India, News
Reading Time: 1 min read
0
বাস্তৱৰ নায়ক হ’ব বিচাৰে গুৰমিত চৌধুৰী
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

সৰু পৰ্দাত ৰামৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল অভিনেতা গুৰমিত চৌধুৰীয়ে । সম্প্ৰতি তেওঁ তেওঁৰ সামাজিক কামৰ জৰিয়তে অনুৰাগীসকলৰ মনত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । কৰ’নাৰ দ্বিতীয় ঢৌৱে পূৰ্বৰ তুলনাত অধিক ক্ষতি সাধন কৰিছে । এনে পৰিস্থিতিত জনতাক সহায়ৰ হাত আগবঢ়াইছে অভিনেতাজনে । হাস্পতালৰ বিছনাৰ পৰা অক্সিজেনৰ যোগান ধৰা পৰ্যন্ত সকলো ধৰণৰে সহায় কৰিছে গুৰমিতে ।

ADVERTISEMENT

সম্প্ৰতি তেওঁ এগৰাকী অন্তঃসত্ত্বা মহিলাক সংকটজনক অৱস্থাত জীৱনদায়ী ঔষধৰ ব্যৱস্থা কৰি প্ৰশংসিত হৈছে । গুৰমিতে কয়, ‘প্ৰকৃততে আমি সকলোৱে একজোট নহ’লে, এই বিপদৰ পৰা হাত সাৰিব নোৱাৰিম । মিডিয়াৰ এজন লোকে মোক ফোন কৰি সহায় বিচাৰিছিল । অন্য প্ৰভাৱশালী তাৰকাসকলক ফোন কৰাৰ পৰিৱৰ্তে তেওঁ মোক ফোন কৰাত ম‌ই কিছু অবাক হৈ পৰিছিলো । এইয়ে প্ৰথম তাৰ পাছত বুজি পালো যে, কিমান ‌মানুহক সহায়ৰ প্ৰয়োজন । সামাজিক মাধ্যমত সহায়ৰ বাবে হাহাকাৰ দেখি মন বিষণ্ণ হৈ পৰিছিল ।’

Happy to announce my collab with medical doctors for FREE” tele-consultation service CoviMed for HOME ISOLATED PATIENTS with mild to moderate symptoms.
whatsapp numbers
 • 8178867066
 • 8178835557
Timing: 10am to 8pm#COVIDEmergency #COVID19India #Covidhelp #HappyToHelp pic.twitter.com/zbLbohjUzh

— GURMEET CHOUDHARY (@gurruchoudhary) May 19, 2021

সম্প্ৰতি অভিনেতাজনে এটা দল গঠন কৰিছে । তেওঁ কয়, ‘এই কাম কল চেণ্টাৰৰ চাকৰিৰ দৰে । সকলো সময়তে ফোন বাজি থাকে । ক্ৰমাগত কথা কৈ থাকিব লাগে । অনুৰাগীসকলে মোক পৰ্দাৰ নায়ক বনাইছে । এইবাৰ মোৰ বাস্তৱৰ নায়ক হৈ দেখুৱাৰ সময় ।’

অভিনেতাজনে নিজৰ এই উদ্যোগক উৎসৰ্গা কৰিছে ছনু ছুডৰ নামত । গুৰমিতে সম্প্ৰতি, পাটনা, লক্ষ্ণৌত হেজাৰ বিছনাযুক্ত চিকিৎসালয় মুকলি কৰা হ’ব বুলি টুইট কৰিছিল । তেওঁ কয়, ‘এইটো এটা বৃহৎ প্ৰকল্প । সৰ্বপ্ৰথমে ভূমি চাব লাগিব । তাৰ পাছত চিকিৎসকসকলৰ দল গঠন কৰিব লাগিব । অস্থায়ী ব্যৱস্থা কৰিবৰ বাবে সম্প্ৰতি বিদ্যালয়-মহাবিদ্যালয়সমূহৰ স’তে আলোচনা কৰিছো ।’

https://twitter.com/gurruchoudhary/status/1393913317232549894?s=20

ইতিমধ্যে তেওঁ নাগপুৰত এখন অস্থায়ী ক’ভিড চিকিৎসালয় মুকলি কৰিছে । তেওঁ কয়, ‘আমাৰ দেশত ৰোগীৰ বাবে চিকিৎসকৰ সংখ্যা কম । সেই নাটনি পূৰণ কৰিবলৈ যদি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰো অধিক দ্ৰুতগতিত কাম কৰিব পাৰিম ।’

গুৰমিতক শেষবাৰৰ বাবে জি ফাইভৰ ৱেব ছবি ‘ৱাইফ’ত দেখা গৈছিল । অৱশ্যে অভিনেতাজনে সম্প্ৰতি অভিনয়ৰ বিষয়ত পৰিকল্পনা কৰা নাই । প্ৰতিদিনে মাত্ৰ দুঘণ্টাৰ বাবে শুই । তেওঁ কয়, ‘এনেকুৱা লাগে কোনোৱে সহায়ৰ বাবে ফোন কৰিছে আৰু ম‌ই সেইটো মিছ কৰিলো । ম‌ই সকলো সময়তে তদাৰক কৰি আছো ।’ বিগত বৰ্ষত গুৰমিত আৰু তেওঁৰ পত্নী দুয়োজনে কৰ’নাত আক্ৰান্ত হৈছিল ।

https://twitter.com/gurruchoudhary/status/1392881655505776647?s=20

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19Gurmeet Choudhary
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d