Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Tragic Road Accident in Karnataka’sHaveri, Karnataka:কৰ্ণাটকৰ হাভেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাত দুটি শিশু সহ নিহত ১৩ গৰাকী লোক,গুৰুতৰভাৱে আহত ৪ জন

publisher by publisher
June 28, 2024
in India, News
Reading Time: 2 mins read
0
Tragic Road Accident in Karnataka’sHaveri, Karnataka:কৰ্ণাটকৰ হাভেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

Tragic Road Accident in Karnataka’s Haveri, Karnataka:

কৰ্ণাটকৰ হাভেৰীৰ ব্যাদাগী তালুকৰ গুণেনাহল্লী ক্ৰছৰ সমীপত শুক্ৰবাৰে পুৱাতে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰেভেলাৰ মিনি বাছে ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত দুটি শিশু সহ ১৩ লোকৰ কৰুণ মৃত্যুক সাবটি লয় ৷ ভয়াৱহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় চাৰিজন তীৰ্থযাত্ৰী ৷

ADVERTISEMENT

প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে পুৱা চাৰিমান বজাত কৰ্ণাটকৰ হাভেৰীত বেংগালুৰু-পুনে ৰাষ্ট্ৰীয় ঘাইপথ ৪৮ৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন ট্ৰেভেলাৰ মিনি বাছে পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে ফলত ৭ গৰাকী মহিলা আৰু দুটি শিশু সহ ১৩ জন তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়।

আহত চাৰিজন তীৰ্থযাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক ইতিমধ্যে ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ শোকাৱহ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা দুৰ্ভগীয়া তীৰ্থযাত্ৰীসকল হ’ল পৰশুৰাম (৪৫), ভাগ্য (৪০), নাগেশ (৫০), বিশালাক্ষী (৪০), অৰ্পিঠা (১৮), সুভদ্ৰা বাই (৬৫), পুন্য (৫০), মঞ্জুলাবাই (৪০), মানস (২৪), ৰূপা (৪০) আৰু মঞ্জুলা (৪০) ৷ এই দুৰ্ঘটনাত ট্ৰেভেলাৰ খনৰ চালক আদৰ্শ (২৩)ও নিহত হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত অভিশপ্ত বাছ খনৰ পৰা আহত সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷ একেদৰে মৃতদেহ সমূহ মৰনোত্তৰ পৰীক্ষাৰ বাবে হাভেৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোক সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয় “হাভেৰীৰ সমীপত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত শিমোগা জিলাৰ ভদ্ৰাৱতীত ১৩ জন লোকৰ মৃত্যুৰ খবৰ পাই দুখ পাইছো। বিদেহী আত্মাই শান্তি লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো। শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা।

একেদৰে হাভেৰীৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্বাইয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰি কয়, ‘হাভেৰী জিলাৰ বদগী তালুকৰ গুণ্ডেনাল্লী ক্ৰছৰ সমীপত আজি পুৱা এক ভয়ংকৰ দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ শুনি স্তম্ভিত হৈ পৰিলোঁ। ভগৱানে মৃতকৰ আত্মাক শান্তি প্ৰদান কৰক আৰু পৰিয়ালক তেওঁলোকৰ ক্ষতিৰ শোক সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।’ একেদৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দি আহতসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনালোঁ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 13 Dead4 InjuredKarnataka's HaveriTragic Road Accident
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d