Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Elephant-human conflict is on the rise in assam:হাতী-মানুহৰ সংঘাতে লৈছে তীব্ৰতৰ ৰূপ, গম্ভীৰ নহয় সংশ্লিষ্ট কর্তৃপক্ষ

২০ বছৰত অসমৰ এক লাখ ৬৯ হেজাৰ হেক্টৰ বনাঞ্চল ধ্বংস, সময় থাকোতেই যাৱতীয় কাৰ্যসূচী গ্ৰহণৰ আহ্বান হস্তী বিশেষজ্ঞৰ, পথৰ ওপৰত নাথাকি গহন বনৰ ভিতৰলৈ যাব লাগিব বন বিষয়া

samimsultana by samimsultana
November 13, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Elephant-human conflict is on the rise in assam:হাতী-মানুহৰ সংঘাতে লৈছে তীব্ৰতৰ ৰূপ, গম্ভীৰ নহয় সংশ্লিষ্ট কর্তৃপক্ষ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ উদ্যোগত ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ শক্তি চালিত বেৰা স্থাপন

Installation Of Solar Fences On The Outskirts Of Raimana National Park:মানৱ-বন্যপ্ৰাণী সংঘাত প্ৰশমনৰ বাবে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিত সৌৰ বেৰা স্থাপন

Elephant-Human Conflict : পূব অসমত মানুহ-হাতীৰ সংঘাত প্ৰশমনৰ বাবে সাতটা ৰেপিড ৰেচপন্স গোট গঠন

Elephant-human conflict is on the rise in assam:

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। ক’ৰবাত যদি হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু হৈছে বা ঘৰ-বাৰী ধ্বংস হৈছে, মানুহৰ আক্ৰমণতো হাতীয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে; কিন্তু খাদ্যৰ সন্ধানৰ লগতে সুৰক্ষিত স্থান বিচাৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ লগত মানুহৰ এই সংঘাতক লৈ আজিকোপতি কোনো ধৰণৰ সমাধান সূত্র উলিয়াবলৈ সক্ষম নহ’ল বিয়াগোম বন বিভাগে। যাৰ ফলত ৰাজ্যৰ বিভিন্ন প্রান্তত সংঘটিত এনে ঘটনাত কিশোৰৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে বহুজনে প্রাণ হেৰুৱাইছে।

ADVERTISEMENT

উল্লেখ্য যে বিগত পাঁচ বছৰত হাতীৰ আক্ৰমণত ৰাজ্যখনত ৩৮৩ জনে প্রাণ হেৰুৱাইছে। কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি, ২০১৯-২০ত অসমত হাতীৰ আক্ৰমণত ৭৫ জন, ২০২০- ২১ত ৯১ জন, ২০২১-২২ত ৬৩ জনে, ২০২২-২৩ ত ৮০ জনে আৰু ২০২৩- ২৪ত হাতীৰ আক্রমণত ৭৪ জন লোকে প্রাণ হেৰুৱাইছে।

আনহাতে, ২০০১ৰ পৰা ২০২২ লৈকে ৰাজ্যখনত বিভিন্ন কাৰণত প্রায় ১৩শটা বনৰীয়া হাতীব মৃত্যু হৈছে। ইয়াৰ ভিতৰত ৫০৯টা প্রাকৃতিক কাৰণত, ২০২টা বৈদুতিক, ১০২টা ৰে’ল দুর্ঘটনা আৰু ৬৫টা হাতী বিষাক্ত দ্রব্য সেৱন, ৪০টা চোৰাং চিকাৰী আৰু ১৬টা হাতীৰ গৰমৰ বাবে মৃত্যুমুখত পৰিছে। উল্লেখ্য যে হাতী-মানুহৰ সংঘাতে কে’বাখনো জিলাত ভয়াবহ বৰূপ ধাৰণ কৰিছে। বিশেষকৈ গোৱালপাৰাত বিগত তিনি বছৰত অর্থাৎ ২০২১ৰ পৰা ২০২৩লৈ ৬৬ জন লোকে হাতীৰ আক্ৰমণত প্রাণ হেৰুৱাইছে।

একেদৰে যোৰহাটৰ মৰিয়ণীত ২০২১-২২ৰ পৰা ২০২৩- ২৪লৈকে হাতীৰ আক্রমণত সাতজন লোকে প্রাণ হেৰুৱাৰ লগতে ৬৩ জন লোক আহত হৈছে। অঞ্চলটোৰ প্রায় ১৬১টা বাসগৃহ ধ্বংস কৰিছে হাতীয়ে। বিপৰীতে এই সংঘাত দূৰ কৰিবলৈ সংশ্লিষ্ট অঞ্চলত বন বিভাগৰ তৰফৰ পৰা বিনামূলীয়া টর্চ লাইট, কেৰাচিন, ফটকা আদি বিতৰণ কৰিয়েই এই গুৰুতৰ বিষয়টোৰ পৰা গা এৰা দিয়া দেখা গৈছে। ইফালে, হাতী-মানুহৰ সংঘাত যদি প্ৰতিকাৰ কৰা নহয়, ভবিষ্যতে ই অধিক ভয়াৱহ হৈ পৰিব বুলি মন্তব্য কৰিছে হাতী বিশেষজ্ঞই।

সৰুৰে পৰা হাতীৰ স’তে সহাৱস্থান কৰি অহা তথা এই ক্ষেত্ৰত কাম কৰি অহা দেশভক্ত তৰুণৰাম ফুকনৰ নাতি মনোজৰাম ফুকনে হাতী-মানুহৰ সংঘাতৰ সন্দৰ্ভত কয়, ‘এই সংঘাত দূৰ কৰিবলৈ হ’লে প্রথমে বনাঞ্চল ৰক্ষা কৰিব লাগিব। এতিয়া অসমৰ ক্ষেত্ৰত দেখা গৈছে যে যোৱা ২০ বছৰত প্রায় এক লাখ ৬৯ হেজাৰ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে। কথাবিলাক চৰকাৰক কোৱা হৈছে: কিন্তু ফলাফল একো নাই।’ দ্রুতগতিত বৃদ্ধি পোৱা এই সংঘাতৰ বাবে হাতীৰ দোষ নাই, মানুহৰে দোষ বুলি তেওঁ উল্লেখ কৰি পুনৰ কয়, ‘আমি বনাঞ্চল কাটি শেষ কৰি পেলাইছো। যেতিয়ালৈকে বনাঞ্চল ৰক্ষণাবেক্ষণ দিয়া নহয়, তেতিয়ালৈকে হাতী-মানুহৰ সংঘাত শেষ কৰা কঠিন।

এটা সময়ত এনেকুৱা আহিব যে হাতীক গুলীয়াই মৰিব লাগিব। তাৰ বাহিৰে আমাৰ হাতত কোনো উপায় নাথাকিব। গতিকে এতিয়াও সময় আছে। যদি বন বিভাগটো অলপ সক্রিয় হয়, তেতিয়াহ’লে এই সমস্যা কিছু হ’লেও সমাধান হ’ব।’ অসমত ঘৰচীয়া হাতৰ সংখ্যা অস্বাভাৱিক হাৰত হ্রাস পোৱা বুলি তেওঁ উল্লেখ কৰি কয়, ‘আজি যদি পর্যাপ্ত পৰিমাণৰ ঘৰচীয়া হাতী থাকিলেহেঁতেন বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ সুবিধা থকিলেহেঁতেন। কাৰণ ঘৰচীয়া হাতী থাকিলে, সেই স্থানলৈ বনৰীয়া হাতী নাহে আৰু আহিলেও খেদিবলৈ সহজ হয়। ঘৰচীয়া হাতী থাকিলে সাময়িকভাবে এই সংঘাত কিছু হ’লেও ৰোধ কৰিব পৰা গ’লহেঁতেন বুলি ফুকনে মন্তব্য কবি লগতে কয়, ‘আজিৰ দিনত চাহ বাগিচাসমূহলৈ যদি চায় হাতীৰ ওপৰত কি অত্যাচাৰ চলে। শিলগুটি দলিয়াই, বিদ্যুৎ চক দিয়ে।

এইবোৰ কৰোতে কৰোতে হাতীসমূহ খঙাল হৈ গৈছে। হাতীক মৰম কৰিবলৈ আমি শিকিব লাগিব। অত্যাচাৰ বন্ধ কৰিব লাগিব। আমাৰ যিদৰে বানপানীৰ লগত সহাৱস্থান কৰাৰ বাহিৰে আন কোনো পথ নাই, হাতীৰ লগতো আমি এতিয়া সহাৱস্থানেই কৰিব লাগিব।’ বহু অঞ্চলত হাতীক গুলীওৱা হয় আৰু কে’বাটাও গুলি খোৱা হাত আছে বুলি উল্লেখ কৰি তেওঁ যাৰ ফলত ভয়ত হাতীসমূহ পাহাৰৰ পৰা তললৈ নামি আহি ঘৰ-দুৱাৰ ভাঙে বুলি কয়।

ইয়াৰ উপৰি তেওঁ দীঘলীয়া সময়ৰ বাবে এই সংঘাত কিদৰে প্ৰতিৰোধ কৰিব পৰা যায়, এই ক্ষেত্ৰত চৰকাৰী হাত বিশেষজ্ঞসকলে নতুন দিশ উদ্ভাৱন কৰিব লাগিব বুলিও মন্তব্য কৰে। সমান্তৰালভাৱে তেওঁ বন বিভাগৰ বিৰুদ্ধে সৰৱ হৈ কয়, ‘এসময়ত অসমৰ মুখা বন সংৰক্ষক পদত জেকব, স্ট্রেচি নামৰ দুজন বিষয় আছিল।

তেওঁলোকে মাহত এবাৰ এসপ্তাহৰ কাৰণে অতব্য অৰণ্যৰ মাজত গৈ কেম্প কৰে। শিবিৰতে থাকি সমগ্রিক অঞ্চলৰ প্রাথমিক খবৰ সংগ্ৰহ কৰে। ফলত প্রথম শাৰীৰ বনকর্মীসকল সক্রিয় হৈ থাকে। কাৰণ শীর্ষ বিষয়া কেতিয়া আহে ঠিক নাই। আজিকালিতো কোনো বনাঞ্চললৈ নাযায়। মুখ্য বন সংৰক্ষক বাদ দিয়ক, ডিএফঅ’ এজনেই নাযায়। বনাঞ্চললৈ গ’লে তাত কি চলি আছে খবৰ পোৱা যায়। যদি কিবা ধ্বংসযজ্ঞ চলিছে, তাৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰিব পাৰে। আজিকালি নাযায় কাৰণে ক’ত কি হৈ আছে গমেই নাপায়। ক’ত হাতী মৰি আছে, স্থানীয় লোকে খবৰ দিলেহে গম পায়। ক্ষেত্র ভিত্তিক অভিযান একেবাৰে নাই।’ বন বিভাগৰ বিষয়াসকলক আজিৰ দিনত পথৰ ওপৰতহে দেখা যায় বুলি তেওঁ উল্লেখ কৰি পুনৰ কয়, ‘তেওঁলোকে বনাঞ্চলত থাকিব লাগে। বনাঞ্চল কিদৰে বৃদ্ধি কৰিব পাৰি, তাত গুৰুত্ব দিব লাগে।

যেতিয়ালৈকে বিভাগীয় মুৰব্বীয়ে একেবাবে ভিতকরা অঞ্চললৈকে নাযায়, বনাঞ্চলৰ মাজত গৈ বাহৰ পাতি যদি অধ্যয়ন নকৰে, এই সমস্যা সমাধান নহয়। হাতী-মানুহৰ সংঘাত বুলি কৈ থকিলেতো নহ’ব; কি সমস্যাত তেওঁলোক ওলাই আহিছে সেই দিশ উদ্ভাৱন কৰি ব্যৱস্থা গ্রহণ কৰিব লাগিব।’ ইয়াৰ উপৰি এলিফেন্ট টাস্ক ফার্চ নামৰ এখন সমিতি চৰকাৰে গঠন কৰিছিল আৰু আজিলৈকে এখন আলোচনা, বৈঠক নহ’ল বুলি তেওঁ ক্ষোভ প্রকাশ কৰি কয়, ‘কাৰোৱে এই ক্ষেত্রত মনোযোগ নাই। এটা বিভাগ থকাৰ পাছত ইমান ডাঙৰ সমস্যা এটা কিমান মানুহ মৰিছে, কিমান হাতীক হত্যা কৰা হৈছে, সমাধানৰ কোনো চিন্তা নাই।’

উল্লেখ্য যে এনে সমস্যাসমূহৰ বিপৰীতে আজি দিনত বিয়াগোম বন বিভাগৰ বিষয়াসকলক কৰ সংগ্রহতে অধিক ব্যস্ত হৈ থকা দেখা যায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Elephant-human conflictRise in Assam
samimsultana

samimsultana

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d