Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mumbai Road Accident: ভয়ংকৰ দুৰ্ঘটনা !

বৈদ্যুতিক বাছে মহতিয়াই নিলে কে'বা খনো বাহন, দুৰ্ঘটনাত নিহত ৬,আহত ৪৯গৰাকী

publisher by publisher
December 10, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Mumbai Road Accident: ভয়ংকৰ দুৰ্ঘটনা !
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Six people were killed in a road accident in Telangana:হায়দৰাবাদত মৰ্মান্তিক দুৰ্ঘটনা, ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

মায়ানগৰী মুম্বাইত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী বৈদ্যুতিক বাছে মহতিয়াই নিলে কে’বাজনো লোকক আৰু কে’বা খনো বাহনক কৰে চূৰ্ণাকৃত ৷ শোকাৱহ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ছজনকৈ লোক ৷ আহত হয় ৪৯ জন লোক ৷

ADVERTISEMENT

# ক’ত আৰু কেনেকৈ সংঘটিত হ’ল ভয়াৱহ দুৰ্ঘটনাটো

মহাৰাষ্ট্ৰৰ ৰাজধানী চহৰ মুম্বাইৰ কুৰলা ৱেষ্টৰ এছ বৰ্ভে মাৰ্গৰ অঞ্জুম-আই-ইছলাম নামৰ বিদ্যালয় খনৰ সমীপত সোমবাৰে নিশা অলেক্টা ব্ৰেণ্ডৰ বাতানুকূল বৈদ্যুতিক যাত্ৰীবাহী বাছ এখনে তীব্ৰ গতিত আহি নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত ফালৰ পৰা অহা এখন মটৰ চাইকেল  আৰু দুখন অটো ৰিক্সাক প্ৰচণ্ড খুন্দা মাৰে ৷ ইয়াৰে এখন অটোক হেচা মাৰি ধৰি পিছত ইখনৰ পাছত সিখনকৈ বাহন মহতিয়াই যোৱাৰ পিছত এজন ব্যক্তিকো খুন্দা মাৰে ৷ তাৰ পিছতো বাহন খন নিয়ন্ত্ৰণ নহৈ অৱশেষত বৃহন মুম্বাই পৌৰ নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ সমীপৰ ডাঃ আম্বেদকাৰ নগৰ হাউছিং কমপ্লেক্সৰ গেটত খুন্দা মাৰিহে বাছখন থমকি ৰয় ৷

mumbai 2mumbai 3ঘটনাৰ পিছত হুৱাদুৱা লাগে ৷ স্থানীয় লোকে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ খিৰিকী ভাঙি যাত্ৰীসকলক উদ্ধাৰ কৰি আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় ৷ আনহাতে বাছ খনৰ খুন্দাত চূৰ্ণাকৃত হোৱা অটো ৰিক্সা আৰু দুচকীয়া বাহন খনৰ ছজনকৈ লোককো চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ নিহত সকল হ’ল অনম শেইখ(২০),শিৱমকাশ্যপ(১৮),আফ্ৰিন শ্বাহ(১৯),কানিশ কাদ্ৰী(৫৫)৷ ইপিনে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত কে’বা গৰাকী পথচাৰীক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয চিকিৎসালয়ত ৷

mumbai 4আনহাতে বাছখনৰ উদণ্ড চালকজন দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পিছত পলায়ন কৰিছিল যদিও আৰক্ষীয়ে আটক কৰে ৷ স্থানীয় প্ৰত্যদৰ্শীৰ মতে,সুৰামত্ত হৈ বাছখন চলাইছিল চালকজনে ৷

উল্লেখ্য যে , বৈদ্যুতিক বাছখন কুৰলা ষ্টেশ্যনৰ পৰা ওলাই পশ্চিম আন্ধেৰীৰ আগৰকাৰ চ’ক অভিমুখে গৈ থকাৰ পথত কুৰলা ৱেষ্টৰ এছ বৰ্ভে মাৰ্গৰ অঞ্জুম-আই-ইছলাম নামৰ বিদ্যালয় খনৰ সমীপত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটি ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 49 Injured6 Person DeadDriver ArrestedMUMBAIRoad Accident
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d